সমললৈ যাওক

কোটি চেন্নয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কোটি চেন্নয়া
পৰিচালক আনন্দ পি ৰাজু
চিত্ৰনাট্য আনন্দ পি ৰাজু
ড॰ ৱামন নন্দাৱাৰ
সুধাকৰ বাণঞ্জে
কাহিনী আৰ ধনৰাজ
ভিত্তি কোটি আৰু চেন্নয়া
প্ৰযোজক আৰ ধনৰাজ
অভিনয়ত বালাকৃষ্ণ শেট্টি
শেখৰ কোটিয়ান
বিনয়া প্ৰসাদ
নীথু
সংগীত পৰিচালক ভি. মনোহৰ
প্ৰযোজনা
কোম্পানী
প্ৰাৰ্থনা ক্ৰিয়েচনচ্
মুক্তি
২০০৭ (2007) (ভাৰত)
দেশ ভাৰত
ভাষা তুলু

কোটি চেন্নয়া হৈছে ২০০৭ চনৰ এটি ঐতিহাসিক তুলু চলচিত্ৰ যি কোটি আৰু চেন্নয়াৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। ছবিখনে তুলুনাডুৰ প্ৰাচীন ঐতিহ্য, সমাজ ব্যৱস্থা আৰু ইতিহাসক একেলগে সংযুক্ত কৰিছে। ছবিখন আনন্দ পি ৰাজুৰ পৰিচালনাত আৰু আৰ ধনৰাজৰ প্ৰযোজনাত প্ৰাৰ্থনা ক্ৰিয়েচনচ্ ব্যানাৰৰ অধীনত মুক্তি লাভ কৰিছিল। ছবিখনত বালাকৃষ্ণ শেট্টি, শেখৰ কোটিয়ান, বিনয়া প্ৰসাদ আৰু নীথুই অভিনয় কৰিছিল।[1][2][3]

এই চলচিত্ৰখনে [ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ তুলু ভাষাৰ চলচ্চিত্ৰ হিচাপে ৫৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। লগতে অভিনেত্ৰী নীথুয়ে ২০০৭ চনৰ কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।[4]

  • কোটিৰ চৰিত্ৰত বালকৃষ্ণ শ্বেট্টী
  • চেন্নয়াৰ চৰিত্ৰত শেকাৰ কোটিয়ান
  • কিন্নিদাৰুৰ চৰিত্ৰত বিনয় প্ৰসাদ
  • দেয়ী বৈদিথিৰ চৰিত্ৰত নিথু
  • নবীন ডি পাদিল
  • কে পি জগদীশ অধিকাৰী
  • প্ৰকাশ পদুবিদ্ৰী
  • চেথান ৰায়

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. (Staff Correspondent) (9 July 2008). "Tulu short film to be released on Friday". National - Karnataka. প্ৰকাশক Mangalore: THE HINDU. http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/tulu-short-film-to-be-released-on-friday/article1293022.ece. 
  2. (Staff Correspondent) (25 July 2007). "Film producer decides to move court". National - Karnataka. প্ৰকাশক Mangalore: THE HINDU. http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/film-producer-decides-to-move-court/article1878959.ece. 
  3. (Special Correspondent) (3 May 2014). "Now showing: 50th Tulu movie". National - Karnataka. প্ৰকাশক Mangalore: THE HINDU. http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/now-showing-50th-tulu-movie/article5972268.ece. 
  4. (Staff Correspondent) (19 June 2008). "Three feature films on the cards". National - Karnataka. প্ৰকাশক Mangalore: THE HINDU. http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/three-feature-films-on-the-cards/article1279847.ece.