ক্ষীৰেৰ পুতুল
অৱয়ব
ক্ষীৰেৰ পুতুল | |
---|---|
লেখক | অবনীন্দ্ৰনাথ ঠাকুৰ |
দেশ | ভাৰত |
ভাষা | বাংলা |
বিষয় | শিশু সাহিত্য |
ক্ষীৰেৰ পুতুল (গাখীৰৰ পুতলা) হৈছে ১৮৯৬ চনত অবনীন্দ্ৰনাথ ঠাকুৰে শিশুসকলৰ বাবে ৰচনা কৰা এখন কাল্পনিক উপন্যাস।[1][2] এই কিতাপখন প্ৰথম প্ৰকাশ কৰিছিল আদি ব্ৰহ্ম সমাজ প্ৰেছে।
পটভূমি
[সম্পাদনা কৰক]
দীপনগৰৰ ৰজাৰ দুগৰাকী ৰাণী আছিল, এগৰাকী সুয়োৰাণী আৰু আনগৰাকী দুয়োৰাণী। ৰজাই সুয়োৰানীক ৭টা ৰাজপ্ৰসাদ, ৭০০ গৰাকী দাসী, ৭খন ৰাজ্যৰ পৰা অহা উত্তম গহনা, ৭খন বাগিচা আৰু ৭টা ৰথ উপহাৰ দিলে। তেওঁ দুয়োৰাণীক অৱহেলা কৰিছিল আৰু তেওঁক এটা জৰাজীৰ্ণ ঘৰ, এজনী মুকবধিৰ দাসী, ফটা কাপোৰ আৰু লেতেৰা বিচনা এখন দিলে।
অনুবাদ
[সম্পাদনা কৰক]এই কিতাপখন কেইবাটাও ভাষালৈ অনুবাদ কৰা হৈছে:
- ফৰাচী – La poupée de fromage.[3]
- ছুইডিছ – Ostdockan.[4][5]
- ইংৰাজী – The Make-Believe Prince;[6] Caramel Doll.[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Children's literature of Bengal. Academy for Documentation & Research on Children's Literature, 1978. https://books.google.com/books?id=usM3AAAAIAAJ&q=Khirer+Putul&dq=Khirer+Putul&hl=en&sa=X&ei=pSiGVbKPB5eRuATT7q3gDQ&ved=0CCsQ6AEwAzgK.
- ↑ Khirer Putul(with Cd). Ananda Publishers Pvt. Limited. ISBN 9788177564990. https://books.google.com/books?id=60lVPgAACAAJ&dq=Khirer+Putul&hl=en&sa=X&ei=7BaGVf-REtO6uATyhYDwBQ&ved=0CBwQ6AEwAA.
- ↑ La Poupée de fromage ("Khirère poutoul"). Préface de Selma Lagerlöf. Bois dessinés et gravés par Andrée Karpelès. Éditions Ophrys. 1950. https://books.google.com/books?id=zkkKYAAACAAJ&q=La+Poup%C3%A9e+de+fromage.
- ↑ Ostdockan: en bengalisk saga. K[oop.] F[örb.]:s Bokförl.. 1949. https://books.google.com/books?id=v_JpMQAACAAJ&q=Ostdockan+:+En+bengalisk+saga.
- ↑ "OSTDOCKAN: EN BENGALISK SAGA". biblio.com/. http://www.biblio.com/book/ostdockan-bengalisk-saga-tagore-abanindranath-1871/d/148232653.
- ↑ Sircar, Sanjay. Fantasy Fictions from the Bengal Renaissance: Abanindranath Tagore, ‘The Make-Believe Prince’ – Gaganendranath Tagore, ‘Toddy-Cat the Bold’. New Delhi: Oxford University Press, 2018. pp. 89-151.
- ↑ Bardhan, Kalpana, ed (2010). The Oxford India anthology of Bengali literature. 1: 1861-1941. প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 129–150.