ক্ৰান্তি গৌড়
| ২০২৫ চনত গৌড় | ||||||||||||||||
| ব্যক্তিগত তথ্য | ||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| জন্ম | ১১ আগষ্ট, ২০০৩ (২৩ বছৰ) ঘোৱাৰা, মধ্য প্ৰদেশ, ভাৰত | |||||||||||||||
| বেটিং শৈলী | সোঁহতীয়া | |||||||||||||||
| বলিং শৈলী | সোঁহতীয়া মধ্যমীয়া বেগ | |||||||||||||||
| ভূমিকা | বলাৰ | |||||||||||||||
| আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||||||||||||||
| টেষ্ট ক্ৰিকেট (কেপ ৯৬) | ৬ মাৰ্চ ২০২৬ বনাম অষ্ট্ৰেলিয়া | |||||||||||||||
| অ'ডিআই অভিষেক (কেপ ১৫৬) | ১১ মে' ২০২৫ বনাম শ্ৰীলংকা | |||||||||||||||
| অন্তিম অ'ডিআই | ২ নৱেম্বৰ ২০২৫ v দক্ষিণ আফ্ৰিকা | |||||||||||||||
| অ'ডিআই চোলা নং. | ২৬ | |||||||||||||||
| আন্তৰ্জাতিক টি২০ অভিষেক (কেপ ৮৮) | ১২ জুলাই ২০২৫ v ইংলেণ্ড | |||||||||||||||
| অন্তিম আন্তৰ্জাতিক টি২০ | ২৬ ডিচেম্বৰ ২০২৫ বনাম শ্ৰীলংকা | |||||||||||||||
| টি২০ চোলা নং. | ২৬ | |||||||||||||||
| ঘৰুৱা দলৰ তথ্য | ||||||||||||||||
| বছৰ | দল | |||||||||||||||
| 2023/24–বৰ্তমান | মধ্য প্ৰদেশ মহিলা ক্ৰিকেট দল | |||||||||||||||
| ২০২৫–বৰ্তমানলৈকে | ইউ পি ৱাৰিৱৰ্জ | |||||||||||||||
| কেৰিয়াৰ পৰিসংখ্যা | ||||||||||||||||
| প্ৰতিযোগিতা | মহিলা টেষ্ট ক্ৰিকেট | মহিলা আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া | মহিলা আন্ত:ৰাষ্ট্ৰীয় টি২০ | প্ৰথম শ্ৰেণীৰ ক্ৰিকেট | ||||||||||||
| মুঠ খেল | ২ | ৪ | ১ | ১৬ | ||||||||||||
| ৰাণ | ১ | ৪ | ০ | ১৭ | ||||||||||||
| বেটিং গড় | ১.০০ | – | – | ৫.৬৬ | ||||||||||||
| শতক/অৰ্ধশতক | ০/০ | ০/০ | – | ০/০ | ||||||||||||
| সৰ্বোচ্চ ৰাণ | ১ | ৪* | – | ১২ | ||||||||||||
| বল | ২৩৪ | ১৬১ | ১৮ | ৬৪৭ | ||||||||||||
| উইকেট | ৭ | ৯ | 0 | ২৫ | ||||||||||||
| বলিং গড় | ১৫.৫৭ | ১৭.৫৫ | – | ১৯.৩৬ | ||||||||||||
| এক ইনিংছত ৫টা উইকেট | ১ | ১ | – | ১ | ||||||||||||
| এখন খেলত ১০টা উইকেট | ০ | ০ | – | 0 | ||||||||||||
| শ্ৰেষ্ঠ বলিং | ৫/৩৭ | ৬/৫২ | – | ৬/৫২ | ||||||||||||
| কেচ্চ/ষ্টাম্পিং | ০/– | ০/– | ০/– | ৪/– | ||||||||||||
পদক অভিলেখ
| ||||||||||||||||
| উৎস: https://www.espncricinfo.com/cricketers/kranti-gaud-1464471 ESPNcricinfo, ৬ আগষ্ট ২০২৫ | ||||||||||||||||
ক্ৰান্তি গৌড় ( ইংৰাজী : Kranti Gaud ; জন্ম: ১১ আগষ্ট ২০০৩) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত মধ্যপ্ৰদেশ আৰু মহিলা প্ৰিমিয়াৰ লীগত ইউ পি ৱাৰিয়ৰ্জক তেওঁ প্ৰতিনিধিত্ব কৰে।.[1] ২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দলটোৰ তেওঁ প্ৰতিনিধি আছিল।
ঘৰুৱা কেৰিয়াৰ
[সম্পাদনা কৰক]গৌড়ে মধ্য প্ৰদেশৰ মহিলা ক্ৰিকেট দলৰ হৈ ঘৰুৱা ক্ৰিকেট খেলে[2]৷ তেওঁ বংগৰ বিৰুদ্ধে ২০২৪–২৫ বৰ্ষৰ ছিনিয়ৰ মহিলা ৱান ডে ট্ৰফীৰ ফাইনেলত ৪টা উইকেট দখল কৰে। [2] মধ্যপ্ৰদেশৰ ২৩ বছৰ অনুৰ্ধ দলৰ হৈও গৌড়ে খেলিছিল।[2]
২০২৪ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা তৃতীয়টো ডব্লিউ পি এল নিলামত গৌড়ক ইউ পি ৱাৰিয়ৰ্জে ১০ লাখ টকাত ক্ৰয় কৰিছিল।[2] ২২ ফেব্ৰুৱাৰীত দিল্লী কেপিটেলছৰ বিৰুদ্ধে তেওঁ প্ৰথমটো ডব্লিউ পি এল উইকেট দখল কৰিছিল, যেতিয়া তেওঁ ডি চিৰ অধিনায়ক মেগ লেনিঙক ক্লিন বল কৰিছিল।[3] এই খেলখনত ২০২৩ চনত ইছি ৱঙৰ পিছতে ডব্লিউ পি এলত চাৰিটা উইকেট দখল কৰা দ্বিতীয়গৰাকী কনিষ্ঠ খেলুৱৈ হিচাপে তেওঁ পৰিগণিত হয়।[4][5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Kranti Gaud". WPL. https://www.wplt20.com/players/kranti-goud-wpl-profile-84330। আহৰণ কৰা হৈছে: 17 May 2025.
- 1 2 3 4 "How Kranti Goud's need for speed found her a place with the UP Warriorz". ESPNcricinfo. https://www.espncricinfo.com/story/how-kranti-goud-s-need-for-speed-found-her-a-place-with-the-up-warriorz-1473032। আহৰণ কৰা হৈছে: 17 May 2024.
- ↑ "WPL 2025: UP Warriorz’s Kranti Goud outpaces odds to make a mark". Sportstar. https://sportstar.thehindu.com/cricket/womens-cricket/kranti-goud-wpl-2025-debut-wickets-up-warriorz-meg-lanning-shafali-jemimah-tennis-ball-stats-news/article69254810.ece। আহৰণ কৰা হৈছে: 19 May 2025.
- ↑ "Henry's onslaught, Harris and Goud's dream spells get Warriorz off the mark". ESPNcricinfo. https://www.espncricinfo.com/series/wpl-2024-25-1463356/delhi-capitals-women-vs-up-warriorz-women-8th-match-1469305/match-report। আহৰণ কৰা হৈছে: 17 May 2025.
- ↑ "Stats - Henry smashes joint-fastest fifty in the WPL, Harris third to take a hat-trick". ESPNcricinfo. https://www.espncricinfo.com/story/wpl-2025-stats-chinelle-henry-smashes-the-joint-fastest-fifty-in-the-womens-premier-league-1474363। আহৰণ কৰা হৈছে: 17 May 2025.