কৰিমনগৰৰ ৰূপৰ কাৰুশিল্প
অৱয়ব
কৰিমনগৰ ৰূপৰ কাৰুশিল্প ভাৰতৰ হায়দৰাবাদৰ কৰিমনগৰত নিৰ্মিত ৰূপৰ আলংকাৰিক কাম।[1] ই কৰিমনগৰৰ এক প্ৰাচীন কলা।[2][3]
ইতিহাস
[সম্পাদনা কৰক]হায়দৰাবাদৰ নিজামসকলৰ শাসনকালত এই শিল্পৰূপটোৰ পৃষ্ঠপোষকতা কৰা হৈছিল আৰু সম্ভ্ৰান্ত লোকসকলে বেলেগ বেলেগ কামৰ নিৰ্দেশ দিছিল। এইবোৰ ছালাৰ জং সংগ্ৰহালয়ত প্ৰদৰ্শিত হৈ আছে।[4]
কৰিমনগৰ ৰূপালী কাৰুশিল্পই ২০০৭ চনত বৌদ্ধিক সম্পত্তিৰ অধিকাৰ সুৰক্ষা বা ভৌগোলিক সূচক (জি আই) মৰ্যাদা লাভ কৰে।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Arts & Crafts : Wisps of silver". The Hindu. 2004-11-11. Archived from the original on 2007-08-24. https://web.archive.org/web/20070824183558/http://www.hindu.com/mp/2004/11/11/stories/2004111100760100.htm। আহৰণ কৰা হৈছে: 2013-02-07.
- ↑ "Andhra Pradesh News : 'Silver filigree' set to cross shores". The Hindu. 2005-01-14. Archived from the original on 2005-02-08. https://web.archive.org/web/20050208035814/http://www.hindu.com/2005/01/14/stories/2005011405880400.htm। আহৰণ কৰা হৈছে: 2013-02-07.
- ↑ "Arts & Crafts : Awaken the artisan". The Hindu. 2008-11-09. Archived from the original on 2013-10-25. https://web.archive.org/web/20131025064333/http://www.hindu.com/mag/2008/11/09/stories/2008110950250700.htm। আহৰণ কৰা হৈছে: 2013-02-07.
- ↑ K.m.dayashankar (2015-06-05). "Silver filigree art cries for promotion" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/telangana/silver-filigree-art-cries-for-promotion/article7284734.ece.
- ↑ "Filigree – Jewellery with a twist - Times of India" (en ভাষাত). https://timesofindia.indiatimes.com/life-style/fashion/luxury/featured/filigree-jewellery-with-a-twist/articleshow/80725021.cms.