কৰ্মকাৰ ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Kurmukar
থলুৱা অঞ্চল India
স্থানীয় ভাষিক
3,000 (2000)e18
ভাষা পৰিয়াল
ভাষা সংকেত
ISO 639-3 kfv

কৰ্মকাৰ বা কুৰ্মুকাৰ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা অসমীয়া-বাঙালী উপগোটৰ অন্তৰ্গত, আৰু তাৰ ভিতৰতো ই অসমীয়াতকৈ বাংলা ভাষাৰহে অধিক নিকটৱৰ্তী।

এই ভাষা ব্যৱহাৰ কৰা লোকে মুখ্যতঃ অসমবৰপেটা, গোৱালপাৰা আৰু ধুবুৰী জিলা, পশ্চিমবংগ, ত্ৰিপুৰা আৰু মধ্য প্ৰদেশৰ কিছু কিছু অঞ্চলত বাস কৰে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]