কৰ্মা নিউজ
| উপলব্ধ ভাষা | মালায়ালম |
|---|---|
| মুখ্য কাৰ্যালয় | তিৰুৱনন্তপুৰম, |
| মালিক | দ্য কৰ্মা মিডিয়া প্ৰাইভেট লিমিটেড |
| ৱেবছাইট | www |
| আৰম্ভণি | মাৰ্চ ২০১৪ |
দ্য কৰ্মা নিউজ হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ এটা ডিজিটেল সংবাদ প'ৰ্টেল। এই প'ৰ্টেলটো ২০১৪ চনত ভিন্স মেথিউৰদ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। কেৰালাৰ উপৰি তামিলনাডু আৰু কৰ্ণাটকতো ইয়াৰ ব্যুৰ' আছে। এই প'ৰ্টেলটো ভাৰতীয় কোম্পানী আইন ২০১৩-ৰ অধীনত পঞ্জীয়ন হোৱা দ্য কৰ্মা মিডিয়া প্ৰাইভেট লিমিটেডৰ অধীনত চলি আছে।[1][2][3][4]
ইতিহাস
[সম্পাদনা কৰক]কৰ্মা নিউজ হৈছে এখন নতুন মাধ্যমৰ ডিজিটেল পোৰ্টাল, যিয়ে প্ৰধানকৈ নিজৰ ৱেবছাইটৰ জৰিয়তে মালায়ালম ভাষাত সংবাদ প্ৰকাশ কৰে। লগতে এই প'ৰ্টেলৰ এটা ইংৰাজী সংস্কৰণো আছে। ইয়াত বাস্তৱধৰ্মী সংবাদ প্ৰতিবেদন আৰু মতামতৰ প্ৰবন্ধ দুইধৰণৰেই সমাহাৰ থাকে।[5]
২০২১ চনত কৰ্মা নিউজে মালায়ালম ভাষাৰ প্ৰথমটো সংগীত-বৰ্ণিত স্বল্পদৈৰ্ঘ্যৰ চলচ্চিত্ৰ জন্মম সফলময়ীৰ সৈতে মিডিয়া অংশীদাৰ হিচাপে কাম কৰিছিল। ৰেজি পাৰাক্কানৰ নিৰ্মাণত হোৱা এইখন চলচ্চিত্ৰ মালায়ালম কবি গিৰিশ পুঠেঞ্চেৰীৰ দুবছৰ আগতে লিখা এটা ৰোমাণ্টিক গীতৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Karma News collaborating as Media Partner for Malayalam's first 'Music Narrated Film'". Asianet News Network Pvt Ltd. https://newsable.asianetnews.com/entertainment/karma-news-collaborating-as-media-partner-for-malayalam-s-first-music-narrated-film-vpn-qxta77.
- ↑ "One day Srihari's dad started sunbathing in the cold — he'd fallen for some dodgy health advice". ABC News. September 17, 2020. https://www.abc.net.au/news/health/2020-09-17/helping-family-see-danger-of-misinformation-covid-19/12670032.
- ↑ "TN college complains against news portal for claiming students celebrated CDS Rawat death". The News Minute. December 14, 2021. https://www.thenewsminute.com/article/tn-college-complains-against-news-portal-claiming-students-celebrated-cds-rawat-death-158713.
- ↑ "Regarding the presentation - Influence of Vitamin-D on Covid-19". abc.net. https://www.abc.net.au/cm/lb/12650162/data/karma-news-statement-data.pdf.
- ↑ "Coimbatore college seeks action against portal for misrepresenting party as celebrating General Rawat's death". The Hindu. December 12, 2021. https://www.thehindu.com/news/cities/Coimbatore/coimbatore-college-seeks-action-against-portal-for-misrepresenting-party-as-celebrating-general-rawats-death/article37937825.ece.
- ↑ deevika. "Karma News collaborating as Media Partner for Malayalam's first 'Music Narrated Film'" (en ভাষাত). Asianet News Network Pvt Ltd. https://newsable.asianetnews.com/entertainment/karma-news-collaborating-as-media-partner-for-malayalam-s-first-music-narrated-film-vpn-qxta77। আহৰণ কৰা হৈছে: 2023-07-04.