খলিফা (জাতি)
অৱয়ব
খলিফাসকল ভাৰতৰ গুজৰাটৰ ভালছাদ জিলাত বসতি কৰা প্ৰধানকৈ মুছলমান জাতি; পাকিস্তানৰ ৰাজধানী ইছলামবাদ আৰু পাকিস্তানৰ কৰাচীৰ লিয়াৰীৰ ভূমিতো বাস কৰে। খলিফা জাতিটোক মুছলমান হোৱাৰ বাবে ভাৰত-আৰব হিচাপে শ্ৰেণীভুক্ত কৰা হয় যদিও কিছুমানে আফ্ৰিকান ঐতিহ্যৰ বুলি দাবী কৰে।[1] পৰম্পৰাগতভাৱে এওঁলোক নাপিত আৰু সংগীতজ্ঞ, বহুতেই ১৯৬০ চনত যুক্তৰাজ্যলৈ প্ৰব্ৰজন কৰে আৰু বৰ্তমান নিজৰ স্ব-পছন্দৰ দেশত নিজৰ পৰম্পৰাগত ভূমিকা লৈ বৰ্তি আছে।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Baily, John (1 March 2006). "'Music is in our blood': Gujarati Muslim Musicians in the UK.". Journal of Ethnic and Migration Studies খণ্ড 32 (2): 257–270. doi:10.1080/13691830500487241. Archived from the original on 16 April 2015. https://web.archive.org/web/20150416120740/http://business.highbeam.com/2165/article-1G1-143010950/music-our-blood-gujarati-muslim-musicians-uk। আহৰণ কৰা হৈছে: 2012-04-17.