খুমটাই বিধানসভা সমষ্টি
| সমষ্টি নং- ১০৬ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| বিভাগ | উজনি অসম |
| জিলা | গোলাঘাট |
| লোকসভা সমষ্টি | কাজিৰঙা |
| প্ৰতিস্থা | ১৯৭৮ |
| সংৰক্ষণ | নাই |
মৃণাল শইকীয়া | |
| দল | বিজেপি |
| মিত্ৰগোট | এনডিএ |
| নিৰ্বাচিত বছৰ | ২০২৬ |
খুমটাই বিধানসভা সমষ্টি (ইংৰাজী: Khumtai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও গোলাঘাট জিলাৰ অন্তৰ্গত এই সমষ্টিটো ১০৬ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।
এই সমষ্টিটো গোলাঘাট জিলাৰ অন্তৰ্গত আৰু ই কাজিৰঙা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই কলিয়াবৰ লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
খুমটাই বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৭৮ | নগেন বৰুৱা | জনতা পাৰ্টি | |
| ১৯৮৩ | জীৱকান্ত গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | প্ৰৱীন কুমাৰ গগৈ | অসম গণ পৰিষদ | |
| ১৯৯১ | জীৱকান্ত গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | প্ৰৱীন কুমাৰ গগৈ | অসম গণ পৰিষদ | |
| ২০০১ | জীৱকান্ত গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | প্ৰৱীন কুমাৰ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১১ | বিবেকানন্দ দলে | ভাৰতীয় জনতা পাৰ্টী | |
| ২০১৬ | মৃণাল শইকীয়া | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ | |||
| ২০২৬ | |||
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী মৃণাল শইকীয়াই বিজয় সাব্যস্ত কৰি খুমটাই সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| বিজেপি | মৃণাল শইকীয়া | 84,312 | 55.45 | +2.23 | |
| আইএনচি | বিশ্বজিৎ ফুকন | 56,812 | 37.36 | −2.14 | |
| অসম জাতীয় পৰিষদ | অনুপম গগৈ | 8,110 | 5.33 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | 2,821 | 1.86 | ||
| সংখ্যাগৰিষ্ট | 27,500 | 18.09 | |||
| মুঠ ভোটদান | 1,52,055 | 83.15 | |||
| ছুইং | |||||
২০২১ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত খুমটাই সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| বিজেপি | মৃণাল শইকীয়া | 78,401 | 53.22 | ||
| আইএনচি | বিস্মিতা গগৈ | 56,425 | 38.30 | ||
| অসম জাতীয় পৰিষদ | অনুপম গগৈ | 9,112 | 6.18 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | 3,420 | 2.30 | ||
| সংখ্যাগৰিষ্ট | 21,976 | 14.92 | |||
| মুঠ ভোটদান | 1,47,358 | 81.35 | |||
| ছুইং | |||||
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| বিজেপি | মৃণাল শইকীয়া | 66,360 | 51.20 | ||
| আইএনচি | বিস্মিতা গগৈ | 46,231 | 35.67 | ||
| Independent | প্ৰৱীন কুমাৰ গগৈ | 14,310 | 11.04 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | 2,697 | 2.09 | ||
| সংখ্যাগৰিষ্ট | 20,129 | 15.53 | |||
| মুঠ ভোটদান | 1,29,598 | 84.15 | |||
| ছুইং | |||||
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "General Election to Assembly Constituencies: Trends & Results May-2026 - Constituencywise S03106 (Assam)". Election Commission of India. https://results.eci.gov.in/ResultAcGenMay2026/ConstituencywiseS03106.htm। আহৰণ কৰা হৈছে: 25 June 2026.