সমললৈ যাওক

খেওড়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খেওড়া
ৰাষ্ট্ৰ  বাংলাদেশ
বিভাগ চট্টগ্ৰাম (চিটাগাং)
জিলা ব্ৰাহ্মণবাৰিয়া
উপজিলা কছবা (কসবা)
ইউনিয়ন ২ নং মেহাৰী
ৱাৰ্ড ৮ নং
চৰকাৰ
 • ধৰণ স্থানীয় চৰকাৰ
 • পৰিচালনা ইউনিয়ন পৰিষদ
 • ইউনিয়নৰ অধ্যক্ষ মোশাৰৰফ হোছেন মোৰ্শেদ[1]
 • ৱাৰ্ড মেম্বাৰ আব্দূৰ ৰহিম (৭নং)
জুৱেল মিয়া (৮ নং)[2]
জনসংখ্যা
 • মুঠ
৩,৬৯৭

খেওড়া বাংলাদেশৰ পূব-মধ্য অঞ্চলৰ এখন গাঁও।[3] ই বাংলাদেশৰ চিটাগাং বিভাগৰ ব্ৰাহ্মণবাড়িয়া জিলাৰ কছবা উপজিলাৰ মেহাৰী ইউনিয়নৰ অন্তৰ্গত।[4] প্ৰশাসনিকভাৱে, গাঁওখন মেহাৰী ইউনিয়নৰ ৭ আৰু ৮ নং ৱাৰ্ডত বিভক্ত। হিন্দু আধ্যাত্মিক সাধু আনন্দময়ী মাৰ জন্মস্থান হিচাপে গাঁওখন পৰিচিত।[5][6][7]

জনসংখ্যা

[সম্পাদনা কৰক]

২০১১ চনৰ বাংলাদেশৰ লোকপিয়ল অনুসৰি খেওড়া গাঁৱৰ মুঠ জনসংখ্যা ৩৬৯৭ জন।[8]

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

খেওড়া গাঁৱৰ পশ্চিমে পুৰকুইল গাঁও, দক্ষিণ-পশ্চিমে বাহাৰ আটা, দক্ষিণে বামুটিয়া আৰু বুগীৰ গাঁও, পূবে সোনাৰগাঁও আৰু দেলী গাঁও, উত্তৰ-পূবে পাতাইছাৰ গাঁও অৱস্থিত। ইয়াৰ ভিতৰত পুৰকুইল, বাহাৰ আটা আৰু বামুটীয়া গাঁওসমূহ একেটা ইউনিয়নত অৱস্থিত[9] আনহাতে বুগীৰ, সোনাৰগাঁও, দেলী আৰু পাতাইছাৰ গাঁওসমূহ খাড়েৰা ইউনিয়নৰ অন্তৰ্গত।

বিশিষ্ট ব্যক্তি

[সম্পাদনা কৰক]

শিক্ষানুষ্ঠান

[সম্পাদনা কৰক]

গাঁওখনত এখন হাইস্কুল আৰু দুখন চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে:

  • খেওড়া আনন্দময়ী হাইস্কুল[13]
  • খেওড়া চৰকাৰী প্ৰাথমিক বিদ্যালয়[14]
  • খেওড়া পূব চৰকাৰী প্ৰাথমিক বিদ্যালয়[14]

আকৰ্ষণীয় স্থানসমূহ

[সম্পাদনা কৰক]
  • শ্ৰী শ্ৰী মা আনন্দময়ী আশ্ৰম[15][16]
  • কালিবাৰী মন্দিৰ[17]

লগতে চাওক

[সম্পাদনা কৰক]

‌‌‌‌‍‍‍তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ Chakraborty, Ujjal (31 January 2022). "নবীনগৰ-কসবায় ইউপি চেয়াৰম্যান হলেন যাৰা | বাংলাদেশ" (bn ভাষাত). Somoy News. Archived from the original on 2022-10-08. https://web.archive.org/web/20221008180155/https://www.somoynews.tv/news/2022-01-31/%E0%A6%A8%E0%A6%AC%E0%A7%80%E0%A6%A8%E0%A6%97%E0%A6%B0-%E0%A6%95%E0%A6%B8%E0%A6%AC%E0%A6%BE%E0%A7%9F-%E0%A6%87%E0%A6%89%E0%A6%AA%E0%A6%BF-%E0%A6%9A%E0%A7%87%E0%A7%9F%E0%A6%BE%E0%A6%B0%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8-%E0%A6%B9%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%AF%E0%A6%BE%E0%A6%B0%E0%A6%BE। আহৰণ কৰা হৈছে: 2022-10-08.
  2. ↑ "মেহাৰী ইউনিয়ন: এক নজৰে মেহাৰী ইউপি [Mehari Union: Mehari UP at a glance]" (bn ভাষাত). Government of BangladeshBangladesh National Portal. Archived from the original on 2022-10-08. https://web.archive.org/web/20221008201946/http://mehariup.brahmanbaria.gov.bd/bn/site/page/qznR-%E0%A6%8F%E0%A6%95-%E0%A6%A8%E0%A6%9C%E0%A6%B0%E0%A7%87-%E0%A6%AE%E0%A7%87%E0%A6%B9%E0%A6%BE%E0%A6%B0%E0%A7%80-%E0%A6%87%E0%A6%89%E0%A6%AA%E0%A6%BF। আহৰণ কৰা হৈছে: 2022-10-08.
  3. ↑ প্ৰতিনিধি, ব্ৰাহ্মণবাড়িয়া. "বাংলাদেশ-ভাৰত সম্পৰ্ক এখন সবচেয়ে ভালো: পঙ্কজ শৰণ" (bn ভাষাত). bdnews24. Archived from the original on 2022-10-08. https://web.archive.org/web/20221008181752/https://bangla.bdnews24.com/bangladesh/article869802.bdnews। আহৰণ কৰা হৈছে: 2022-10-08.
  4. ↑ "মেহাৰী ইউনিয়ন: গ্ৰামসমূহেৰ তালিকা". জাতীয় তথ্য বাতায়ন. বাংলাদেশ সৰকাৰ. Archived from the original on 2022-10-10. https://web.archive.org/web/20221010015423/http://mehariup.brahmanbaria.gov.bd/bn/site/page/FuR2-%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%AE%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9%E0%A7%87%E0%A6%B0-%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE। আহৰণ কৰা হৈছে: ৯ অক্টোবৰ ২০২২.
  5. ↑ "মঙ্গলবাৰ কসবায় আসছেন ভাৰতীয় হাইকমিশনাৰ" (bn ভাষাত). banglanews24.com. 2014-10-21. Archived from the original on 2022-10-08. https://web.archive.org/web/20221008183142/https://www.banglanews24.com/public/national/news/bd/333505.details। আহৰণ কৰা হৈছে: 2022-10-08.
  6. ↑ হিন্দুধৰ্ম ও নৈতিক শিক্ষা (৩য় শ্ৰেণি). জাতীয় শিক্ষাক্ৰম ও পাঠ্যপুস্তক বোৰ্ড. 2022. পৃষ্ঠা. ১৪-১৬.
  7. ↑ Narayan Chander Saha ( Moni). "The Birth Place at Kheora (Bangladash)". Shree Shree Anandamayee Sangha. http://www.shreeshreeanandamayeesangha.org/kheora.html। আহৰণ কৰা হৈছে: 2022-11-18.
  8. ↑ "মেহাৰী ইউনিয়ন: গ্ৰাম ভিত্তিক লোকসংখ্যা". জাতীয় তথ্য বাতায়ন. বাংলাদেশ সৰকাৰ. Archived from the original on ১ নভেম্বৰ ২০২০. https://web.archive.org/web/20201101045610/http://mehariup.brahmanbaria.gov.bd/site/page/7fd499e0-2144-11e7-8f57-286ed488c766/%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%AE%20%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%BE। আহৰণ কৰা হৈছে: ৭ আগষ্ট ২০২০.
  9. ↑ "মেহাৰী ইউনিয়ন: গ্ৰামসমূহেৰ তালিকা". জাতীয় তথ্য বাতায়ন. বাংলাদেশ সৰকাৰ. Archived from the original on 2022-10-10. https://web.archive.org/web/20221010015423/http://mehariup.brahmanbaria.gov.bd/bn/site/page/FuR2-%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%AE%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9%E0%A7%87%E0%A6%B0-%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE। আহৰণ কৰা হৈছে: ৯ অক্টোবৰ ২০২২.
  10. ↑ ডেস্ক, প্ৰথম আলো. "আবদূৰ ৰহিম, বীৰ বিক্ৰম". চিৰন্তন ১৯৭১ | প্ৰথম আলো. Archived from the original on 2022-10-08. https://web.archive.org/web/20221008180057/https://1971.prothomalo.com/freedom-fighters-info/gallantry-awardees/%E0%A6%86%E0%A6%AC%E0%A6%A6%E0%A7%81%E0%A6%B0-%E0%A6%B0%E0%A6%B9%E0%A6%BF%E0%A6%AE-%E0%A6%AC%E0%A7%80%E0%A6%B0-%E0%A6%AC%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B0%E0%A6%AE। আহৰণ কৰা হৈছে: 2022-10-08.
  11. ↑ Monoranjan Ghosh (2012). "Anandamayi, Ma". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 10 November 2026.
  12. ↑ চক্ৰবৰ্তী, গঙ্গেশচন্দ্ৰ (১৯৬৭). পৰমযোগিনী আনন্দময়ী মা (প্ৰথম পৰ্ব). ১. প্ৰকাশক কলকাতা: এ মুখাৰ্জী অ্যাণ্ড কোম্পানি প্ৰাইভেট লিমিটেড.
  13. ↑ "ব্ৰাহ্মণবাড়িয়া জেলা: অন্যান্য শিক্ষা প্ৰতিষ্ঠান তালিকা (মাধ্যমিক বিদ্যালয়)". জাতীয় তথ্য বাতায়ন. বাংলাদেশ সৰকাৰ. http://www.brahmanbaria.gov.bd/bn/site/view/EducationInstitute?page=3&institute_type=3। আহৰণ কৰা হৈছে: ৯ অক্টোবৰ ২০২২.
  14. 1 2 "ব্ৰাহ্মণবাড়িয়া জেলা: অন্যান্য শিক্ষা প্ৰতিষ্ঠান তালিকা (প্ৰাথমিক বিদ্যালয়)". জাতীয় তথ্য বাতায়ন. বাংলাদেশ সৰকাৰ. http://www.brahmanbaria.gov.bd/bn/site/view/EducationInstitute?page=13। আহৰণ কৰা হৈছে: ৯ অক্টোবৰ ২০২২.
  15. ↑ "Sri Ma Anandamayi » Ashram Contact Details" (en-US ভাষাত). www.anandamayi.org. https://www.anandamayi.org/ashram-contact-details/। আহৰণ কৰা হৈছে: 2022-10-10.
  16. ↑ "শ্ৰী শ্ৰী মা আনন্দময়ী আশ্ৰম (মেহাৰী ইউনিয়ন)". জাতীয় তথ্য বাতায়ন. বাংলাদেশ সৰকাৰ. Archived from the original on 2022-10-14. https://web.archive.org/web/20221014030159/http://www.mehariup.brahmanbaria.gov.bd/bn/site/top_banner/5MmO-%E0%A6%B6%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%AE%E0%A6%BE-%E0%A6%86%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%AE%E0%A6%AF%E0%A6%BC%E0%A7%80-%E0%A6%86%E0%A6%B6%E0%A7%8D%E0%A6%B0%E0%A6%AE। আহৰণ কৰা হৈছে: ৯ অক্টোবৰ ২০২২.
  17. ↑ Md Abu Russel Chowdhury (2012). "Kasba Upazila". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 10 November 2026.