সমললৈ যাওক

খোৱাং (বিধানসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খোৱাং
সমষ্টি নং- ৮৯ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাডিব্ৰুগড়
লোকসভা সমষ্টিডিব্ৰুগড়
প্ৰতিস্থা১৯৫১
সংৰক্ষণনাই
বিধান সভাৰ সদস্য
পদাধিকাৰী
চক্ৰধৰ গগৈ
দলভাৰতীয় জনতা পাৰ্টি
নিৰ্বাচিত বছৰ২০২৬

খোৱাং বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৮৯ হৈছে খোৱাং বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] খোৱাং ডিব্ৰুগড় জিলাৰ ছখন বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়, চাবুৱা–লাহোৱাল, দুলিয়াজান, টিংখং, নাহৰকটীয়া, তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, ডিগবৈ, মাকুম আৰু মাৰ্ঘেৰিটা পূৰ্ৱতে এই সমষ্টিৰ নাম মৰাণ আছিল, ২০২৩ চনত খোৱাং হিচাপে পুনৰ নামকৰণ কৰা হয়৷[3]

বিধান সভাৰ সদস্য

[সম্পাদনা কৰক]
বছৰ নাম দল
১৯৫১ ঘন কান্ত গগৈ নিৰ্দলীয়
১৯৫৭ পদ্মা কুমাৰী গোহাঁই ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২
১৯৬৭
১৯৭২ তৰুণ চন্দ্ৰ চুতীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮ জয় চন্দ্ৰ নাগবংশী ভাৰতীয় জাতীয় কংগ্ৰেছ (আই)
১৯৮৩ জয় চন্দ্ৰ নাগবংশী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫ কিৰণ কুমাৰ গগৈ নিৰ্দলীয়
১৯৯১ জয় চন্দ্ৰ নাগবংশী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬
২০০১ সৰ্বানন্দ সোণোৱাল অসম গণ পৰিষদ
২০০৪^ জীৱনতাৰা ঘাটোৱাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৬
২০১১
২০১৬ চক্ৰধৰ গগৈ ভাৰতীয় জনতা পাৰ্টি
২০২১
২০২৬

^ উপ-নিৰ্বাচন

নিৰ্বাচনৰ ফলাফল

[সম্পাদনা কৰক]
২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: খোৱাং
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
বিজেপি চক্ৰধৰ গগৈ ৬৭,০৩৮ ৫০.৬৮ +১.০০
অসম জাতীয় পৰিষদ লুৰীণজ্যোতি গগৈ ৫৭,০৫৪ ৪৩.১৩ +৩৪.৬৪
নিৰ্দলীয় বিজু দূৱৰা ৪,৩৬১ ৩.২৯ অপ্ৰযোজ্য
নিৰ্দলীয় প্ৰভাকৰ দাস ১,৭৬১ ১.৩৩ অপ্ৰযোজ্য
ন’টা ওপৰৰ কোনো নহয় ২,০০৩ ১.৫১ −০.২০
বিজয়ৰ পাৰ্থক্য ৯,৯৮৪ ৭.৫৪ −১২.৪২
মুঠ ভোটদান ১,৩২,২৭১ ৮২.৫৫ +৪.৩৮
বাতিল হোৱা বেলট
পঞ্জীকৃত ভোটাৰ
বিজেপিবিজয় সাব্যস্ত ছুইং
২০২১ৰ অসম বিধানসভা নিৰ্বাচন: খোৱাং
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
বিজেপি চক্ৰধৰ গগৈ ৫৫,৬০৪ ৪৯.৬৮ −৪.৪৫
আইএনচি প্ৰাঞ্জল ঘাটোৱাৰ ৩৩,২৬৩ ২৯.৭২ −৮.৩১
অসম জাতীয় পৰিষদ সঞ্জীৱ চাংমাই ৯,৪৯৯ ৮.৪৯ অপ্ৰযোজ্য
নিৰ্দলীয় মোহিনী মোহন লিগিৰা ৮,৮৩৪ ৭.৮৯ অপ্ৰযোজ্য
নিৰ্দলীয় ৰাফেল কুজুৰ ২,২৯৩ ২.০৫ অপ্ৰযোজ্য
নিৰ্দলীয় ইলিয়াছ ছিচান ৫১৮ ০.৪৬ অপ্ৰযোজ্য
ন’টা ওপৰৰ কোনো নহয় ১,৯১০ ১.৭১ +০.০৬
বিজয়ৰ পাৰ্থক্য ২২,৩৪১ ১৯.৯৬ +৩.৮৬
মুঠ ভোটদান ১,১১,৯২১ ৭৮.১৭ −৫.৫৪
বাতিল হোৱা বেলট ১,৮৯৫ ১.৩২
পঞ্জীকৃত ভোটাৰ ১,৪৩,১৭০
বিজেপিবিজয় সাব্যস্ত ছুইং
২০১৬ৰ অসম বিধানসভা নিৰ্বাচন: মৰাণ
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
বিজেপি চক্ৰধৰ গগৈ ৫৪৫৭১ ৫৪.১৩ +৩৬.৪৬
আইএনচি পৱন সিং ঘাটোৱাৰ ৩৮,৩৪০ ৩৮.০৩ −১৯.১৪
নিৰ্দলীয় অশোক কুমাৰ উৰাং ২,৩২২ ২.৩০ অপ্ৰযোজ্য
চিপিআই হিৰণ্য বৰুৱা ১,৬৫০ ১.৬৩ অপ্ৰযোজ্য
নিৰ্দলীয় সুনীল ৰাজকোঁৱৰ ১,৪৬৪ ১.৪৫ অপ্ৰযোজ্য
নিৰ্দলীয় ৰুবুল বুঢ়াগোহাঁই ৭৯১ ০.৭৮ অপ্ৰযোজ্য
ন’টা ওপৰৰ কোনো নহয় ১,৬৭৩ ১.৬৫ অপ্ৰযোজ্য
সংখ্যাগৰিষ্ট ১৬,২৩১ ১৬.১০ −১৯.৬৮
মুঠ ভোটদান ১,০০,৮১১ ৮৩.৭১ +১১.৭৮
আইএনচিৰ ওপৰত বিজেপিবিজয় সাব্যস্ত ছুইং +৮.৬৬
২০১১ৰ অসম বিধানসভা নিৰ্বাচন: মৰাণ
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
আইএনচি জীৱনতাৰা ঘাটোৱাৰ ৪৭,১৪৩ ৫৭.১৭ +১১.৩৫
অগপ সুনীল ৰাজকোঁৱৰ ১৭,৬৫০ ২১.৩৯ −৮.৯৯
বিজেপি স্বৰ্ণ শইকীয়া দেউৰী ১৪,৫৭১ ১৭.৬৭ −২.০৩
নিৰ্দলীয় শ্যামল ভূমিজ ২,৩৪৩ ২.৮৪ অপ্ৰযোজ্য
জেএমএম লখিচৰণ স্বাৱছি ৭৫২ ০.৯১ অপ্ৰযোজ্য
সংখ্যাগৰিষ্ট ২৯,৪৯৩ ৩৫.৭৮ +২০.৩৪
মুঠ ভোটদান ৮২,৪৫৯ ৭১.৯৩ −৩.৪১
আইএনচিবিজয় সাব্যস্ত ছুইং
২০০৬ৰ অসম বিধানসভা নিৰ্বাচন: মৰাণ
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
আইএনচি জীৱনতাৰা ঘাটোৱাৰ ৩৯,৬২২ ৪৫.৪২
অগপ পৰাগ জ্যোতি বৰুৱা ২৬,২৬৭ ৩০.৩৮
বিজেপি দয়ানন্দ বৰগোহাঁই ১৭,০৩৭ ১৯.৭০
নিৰ্দলীয় হেমন্ত উৰাং ২,০২৫ ২.৩৪
এনবিএনপি কিৰণময়ী গগৈ ৯৩২ ১.০৮
অগপ(প্ৰ) জিতুল চন্দ্ৰ গগৈ ৫৮৯ ০.৬৮
সংখ্যাগৰিষ্ট ১৩,৩৫৫ ১৫.৪৪
মুঠ ভোটদান ৮৬,৪৭১ ৭৫.৩৪
আইএনচিবিজয় সাব্যস্ত ছুইং

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]