গঙা চিলনীৰ পাখি (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(গঙা চিলনীৰ পাখিৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
গঙা চিলনীৰ পাখি
(Wings of the Tern)
গঙাচিলনীৰ পাখি.jpg
পৰিচালক পদুম বৰুৱা
কাহিনী লক্ষ্মীনন্দন বৰা
ভিত্তি লক্ষ্মীনন্দন বৰাৰ একে নামৰ উপন্যাস 
অভিনয়ত বীণা বাৰুৱতী
বসন্ত শইকীয়া
বসন্ত দুৱৰা
সংগীত পৰিচালক পদুম বৰুৱা
মুক্তি ১৯৭৬
দেশ ভাৰত
ভাষা অসমীয়া


গঙা চিলনীৰ পাখি (ইংৰাজী: Ganga Chilonir Pakhi ) ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ

ছবি নিৰ্মাণৰ আঁৰৰ কথা[সম্পাদনা কৰক]

গঙা চিলনীৰ পৰিচালক পদুম বৰুৱা কৈশোৰ কালতে প্ৰথম অসমীয়া ছবি জয়মতী চাই চলচ্চিত্ৰ শিল্পৰ প্ৰতি আগ্ৰহী হৈছিল। স্কুলীয়া জীৱনত তেখেত কলকাতাৰ নিউ থিয়েটাৰ আৰু পুণেৰ প্ৰভাত কোম্পানীয়ে নিৰ্মাণ কৰা কিছু সংখ্যক ছবি চোৱাৰ সৌভাগ্য হৈছিল। প্ৰমথেশ বৰুৱা, দেৱকী বসু আৰু ভি শান্তাৰামৰ কেমেৰাৰ কাম, শব্দৰ নাটকীয় প্ৰয়োগ আৰু আকৰ্ষণীয় সম্পাদনাই তেখেতক অতিশয় আনন্দ আৰু সম্তুষ্টি প্ৰদান কৰিছিল। জয়মতীয়ে তেখেতৰ মনত চলচ্চিত্ৰৰ বীজ অংকুৰিত কৰিছিল যদিও জয়মতী নিৰ্মাণৰ চাৰি দশকৰ পাছত আঠ বছৰৰ কঠোৰ সংগ্ৰামৰ অন্তত তেখেতে তেখেতৰ প্ৰথম আৰু একমাত্ৰ ছবি 'গঙা চিলনীৰ পাখি' নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। [1] আৰ্থিক দূৰৱস্থাৰ বাবেই ছবিখনৰ নিৰ্মাণত এনে দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছিল।[2]

ছবিৰ কাহিনী[সম্পাদনা কৰক]

লক্ষ্মীনন্দন বৰাৰ উপন্যাস 'গঙা চিলনীৰ পাখী'ৰ পৰা এই চলচ্চিত্ৰখন নিৰ্মান কৰা হৈছিল৷

ব্যৱসায়[সম্পাদনা কৰক]


অভিনয়ত[সম্পাদনা কৰক]


কলা-কুশলী[সম্পাদনা কৰক]

(তথ্যছকত উল্লেখ নথকা সকল)

আলোকচিত্ৰ ভঁৰাল[সম্পাদনা কৰক]

গঙা চিলনীৰ পাখিৰ এটা দৃশ্যত বীণা বাৰুৱতী
গঙা চিলনীৰ পাখিৰ এটা দৃশ্য
গঙা চিলনীৰ পাখিৰ সম্পাদনা কক্ষত পদুম বৰুৱা


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. পদুম বৰুৱা. চলচ্চিত্ৰ প্ৰসংগ. 
  2. "Padum Barua". http://filmfocusindia.com/e-cineindia-4.html#padambarua। আহৰণ কৰা হৈছে: April 12, 2012. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]