সমললৈ যাওক

গজনাৰায়ণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গজনাৰায়ণ(১৬-১৭ শতিকা) আহোম ৰাজ্যৰ এজন অধীনস্থ গুৱাহাটীৰ বেলতলা অঞ্চলৰ শাসনকৰ্তা আছিল। তেওঁৰ পিতৃৰ নাম আছিল ৰঘুদেৱ।[1]।

তথ্য সমল

[সম্পাদনা কৰক]
  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৭