গজৰাজ প্ৰেম আৰু বন্দীত্ব
অৱয়ব
| গজৰাজ প্ৰেম আৰু বন্দীত্ব | |
|---|---|
উপন্যাসখনৰ বেটুপাত | |
| লেখক | পূৰবী বৰমুদৈ |
| প্ৰচ্ছদ শিল্পী | সঞ্জীৱ কলিতা |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| প্ৰকাৰ | উপন্যাস |
| প্ৰকাশক | অশোক পাব্লিকেশ্বন |
| প্ৰকাশ | ২০২৪ |
| মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
| পৃষ্ঠা সংখ্যা | ২৩১ |
| আই.এচ.বি.এন. | 978-93-6078-944-2 |
গজৰাজ প্ৰেম আৰু বন্দীত্ব হৈছে পূৰবী বৰমুদৈৰ দ্বাৰা ৰচিত এখন উপন্যাস। উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল ১৯৯৯ চনৰ অক্টোবৰ মাহত।[1] এই উপন্যাসখনৰ বাবে লেখিকাই ২০০০ চনত বাসন্তী বৰদলৈ সাহিত্য বঁটা লাভ কৰে।[2]
লেখক পৰিচিতি
[সম্পাদনা কৰক]প্ৰধান প্ৰবন্ধ: পূৰবী বৰমুদৈ
পূৰবী বৰমুদৈ (জন্ম: ৮ মে' ১৯৫০ - মৃত্যু: ১৫ জুলাই, ২০১৯) অসমৰ এগৰাকী লেখক সাহিত্যিক। তেওঁ মূলতঃ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ ৰূপে সুপ্ৰতিষ্ঠিত। তেওঁ সাহিত্য অকাডেমি বঁটা[3] আৰু অসম উপত্যকা সাহিত্য বঁটাৰ দ্বাৰা সন্মানিত।[4]
বিষয়বস্তু
[সম্পাদনা কৰক]এখন সম্ভ্ৰান্ত মৌজাদাৰৰ ঘৰ, মৌজাখনৰ অন্তৰ্গত গাঁৱৰ মানুহবোৰৰ জীৱন প্ৰণালী, হাতী চিকাৰ আৰু প্ৰতিপালনৰ কথাৰ লগতে মানুহৰ মনৰ অন্তৰ্দন্দ্বই উপন্যাসখনৰ মূল বিষয়বস্তু।[5]
চৰিত্ৰ
[সম্পাদনা কৰক]
|
|
|
আদি[1] |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 গজৰাজ প্ৰেম আৰু বন্দীত্ব - পূৰবী বৰমূদৈ, প্ৰকাশক - অশোক পাব্লিকেশ্বন, প্ৰকাশ - ২০২৪
- ↑ "শ্ৰদ্ধাৰ্ঘ্যঃ পূৰৱী বৰমুদৈলৈ…". অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/assam/writer-purabi-barmudoi-tribute-mor-mot-by-randeep-borah. উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ; অবৈধ নাম, যেনে- বহুসংখ্যক - ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ অৰিন্দম বৰকটকী (ছেপ্তেম্বৰ ২০১৯). গৰীয়সী. দ্বাদশ সংখ্যা. pp. ১৬.
- ↑ এশ বছৰৰ অসমীয়া উপন্যাস, সম্পাদনা - ড° নগেন ঠাকুৰ, প্ৰকাশক - জ্যোতি প্ৰকাশন, পুনৰ মুদ্ৰণ - নৱেম্বৰ ২০১২, পৃষ্ঠা - ১৫
| ||||||||||||||