গড়মূৰ সত্ৰ
![]() | এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
গড়মূৰ সত্ৰ |
---|
![](http://upload.wikimedia.org/wikipedia/commons/thumb/8/81/Garmur_Satra%2C_Majuli.jpg/240px-Garmur_Satra%2C_Majuli.jpg)
গড়মূৰ সত্ৰ অসমৰ চাৰি ৰাজ সত্ৰৰ তৃতীয় শাৰীৰ সত্ৰ। স্থাপন কাল হিচাপে দ্বিতীয়। প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰী শ্ৰী জয়হৰিদেৱ। প্ৰথমে গড়মূৰ সত্ৰ দুখন আছিল। এখন বৰ গড়মূৰ আৰু আনখন সৰু গড়মূৰ। দুয়োখন মাজুলীৰ সাৰজানৰ কাষত ওচৰা-ওচৰিকৈ আছিল। পাছত দুয়োখন চামিল হৈ এক হয়। আহোম ৰজা প্ৰতাপ সিংহই বন্ধোৱা ছেৱাতল গড়ৰ মূৰতে স্থাপন কৰা বাবে সত্ৰখনৰ নাম হয় গড়মূৰ সত্ৰ। বাকী তিনিখন ৰাজ সত্ৰৰ দৰে এইখন সত্ৰৰ আজিলৈকে এবাৰো স্থান পৰিৱৰ্ত্তন কৰিব লগা হোৱা নাই। আগতে গড়মূৰ সত্ৰৰ অতুল ঐশ্বৰ্য্য সম্পত্তি আছিল। ১৮৩৬ চনত ডেভিদ স্কটৰ ইস্তহাৰত সন্মতি নিদি ইংৰাজৰ আনুগত্য স্বীকাৰ নকৰাত সত্ৰৰ ২৪০০০ পুৰা লাখেৰাজ ভূমি বৃত্তি পৰিত্যাগ কৰিব লগা হয়। এই ঘটনা চলাজনা অধিকাৰ শ্ৰী শ্ৰী ৰঘুদেৱৰ দিনত ঘটে। বৰ্তমান সত্ৰখন বিশেষকৈ ইচ্ছাকৃত বৰঙনিৰ ওপৰতহে চলি আছে।
ইতিহাস
[সম্পাদনা কৰক]![]() | এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
সত্ৰখনৰ ভিতৰচৰা
[সম্পাদনা কৰক]![](http://upload.wikimedia.org/wikipedia/commons/thumb/d/de/Gorhmur_Xatra%2C_Majuli.jpg/220px-Gorhmur_Xatra%2C_Majuli.jpg)
![]() | এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
সত্ৰৰ কাম-কাজ
[সম্পাদনা কৰক]![]() | এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
সত্ৰ ৰ কাম কাজ বিলাক হৈছে কলা সংস্কৃতি আদি বৰ্তাই ৰখা।
সত্ৰাধিকাৰসকলৰ তালিকা
[সম্পাদনা কৰক]![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/27/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80_%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80_%E0%A6%97%E0%A6%A1%E0%A6%BC%E0%A6%AE%E0%A7%82%E0%A7%B0_%E0%A6%B8%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%B0_%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A4_%E0%A6%B8%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A7%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0_%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AD%E0%A7%81%E0%A7%B0_%E0%A6%86%E0%A7%B1%E0%A6%95%E0%A7%8D%E0%A6%B7_%E0%A6%AE%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A7%B0_%E0%A6%9B%E0%A6%AC%E0%A6%BF%E0%A5%A4.jpeg/220px-thumbnail.jpeg)
এতিয়ালৈকে ১৫জন ব্যক্তিয়ে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে।
১) ৺ জয়হৰিদেৱ
২) ৺ লক্ষ্মীনাৰায়ণদেৱ
৩) ৺ জয়ৰামদেৱ
৪) ৺ বলোৰামদেৱ
৫) ৺ হৰিদেৱ (প্ৰথম)
৬) ৺ কৃষ্ণদেৱ
৬) ৺ বাসুদেৱ
৭) ৺ ৰঘুদেৱ
৮) ৺ হৰিদেৱ (দ্বিতীয়)
৯) ৺ ভদ্ৰকৃষ্ণদেৱ
১০)৺ যোগচন্দ্ৰদেৱ
১১)৺ পীতাম্বৰদেৱ
১২)৺ কৃষ্ণচন্দ্ৰদেৱ
১৪)শ্ৰী শ্ৰী হৰিচন্দ্ৰ দেৱ
১৫)শ্ৰী শ্ৰী পৰমানন্দদেৱ (বৰ্তমানৰ সত্ৰাধিকাৰ)
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- চাৰি ৰাজসত্ৰৰ বুৰঞ্জী - সম্পাদক : শিৰীষ কুমাৰ ভট্টাচাৰ্য্য, প্ৰকাশক : দক্ষিণপাট সত্ৰ শিষ্য সন্মিলন, প্ৰকাশ কাল : ১৯৯৭ চন।
- পৱিত্ৰ অসম - সম্পাদক : ড॰মহেশ্বৰ নেওগ, প্ৰকাশক : ড॰প্ৰদীপ ভূঞা, প্ৰধান সম্পাদক অসম সাহিত্য সভাৰ হৈ, প্ৰথম প্ৰকাশ : ১৯৬০চন।
- প্ৰবন্ধ "অসমৰ সত্ৰানুষ্ঠান আৰু ৰজাঘৰীয়া পৃষ্ঠাপোষকতা" লিখক : ড॰মাধৱ চন্দ্ৰ গোস্বামী, ৰংপুৰ তিনিশ বছৰ উদযাপন সমিতি, শিৱসাগৰে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ "বুৰঞ্জীয়ে পৰশা ৰংপুৰত" প্ৰকাশিত, প্ৰকাশ কাল : ২০০০ চন।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত সত্ৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|