গণিতজ্ঞ
![]() | এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
![]() ইউক্লিড (হাতত কেলিপাৰ্ছ), গ্ৰীক গণিতজ্ঞ, 'জ্যামিতিৰ জনক' বুলি জনাজাত। | |
জীৱিকা | |
---|---|
প্ৰকাৰ |
বিদ্যায়তনিক |
বিৱৰণ | |
যোগ্যতা | গণিত, বিশ্লেষণৰ কৌশল আৰু যুক্তিৰে চিন্তা কৰাৰ কৌশ; |
প্ৰয়োজনীয় শিক্ষা |
ডক্তৰেট, কেতিয়াবা স্নাতকোত্তৰ |
নিযুক্তিৰ ক্ষেত্ৰ |
বিশ্ববিদ্যালয় ব্যক্তিগত প্ৰতিষ্ঠান, বিত্তীয় উদ্যোগ, চৰকাৰ |
সম্পৰ্কিত চাকৰি |
পৰিসংখ্যাবিদ, বিপদাশংকা আৰু অনিশ্চয়তা (অনিশ্চয়তা) |
এগৰাকী গণিতজ্ঞ (mathematician) এনেকুৱা এজন ব্যক্তি যাৰ গণিতৰ বিশাল জ্ঞান আছে,[1] আৰু এই জ্ঞান তেওঁ নিজৰ কৰ্মৰ বাবে ব্যৱহাৰ কৰে, সাধাৰণতে গাণিতীক সমস্যাৰ সমাধানৰ বাবে। গণিতজ্ঞ সকলৰ কৰ্ম ক্ষেত্ৰ হৈছে, সংখ্যা, ডেটা (data), পৰিমাণ, গাণিতিক গাঁঠনি, স্থান, গাণিতিক আৰ্হি আৰু পৰিৱৰ্তন।.