গন্ধবণিক
অৱয়ব
| গন্ধবণিক | |
|---|---|
গন্ধবণিক আলোচনীৰ প্ৰচ্ছদ, সংখ্যা-১, ১৩৬৭ | |
| কুলদেৱী | গন্ধেশ্বৰী মাতা |
| ধৰ্ম | হিন্দু ধৰ্ম |
| ভাষা | বঙালী |
| জনবহুল অঞ্চল | পশ্চিমবংগ, ঝাৰখণ্ড, ত্ৰিপুৰা, অসম |
গন্ধবণিক (ইংৰাজী: Gandhabanik) হৈছে এক প্ৰাচীন বাঙালী হিন্দু ব্যৱসায়ী জাতি। তেওঁলোক পৰম্পৰাগতভাৱে সুগন্ধি, প্ৰসাধন সামগ্ৰী, মছলা আদিৰ ব্যৱসায়ৰ লগত জড়িত।[1][2] তেওঁলোক অতীতকালত কৃষিকাৰ্যৰ লগতো জড়িত হৈ আছিল।[3] ঊনবিংশ শতিকাৰ লোকপিয়ল অনুসৰি, তেওঁলোক বঙ্গীয় নবশাখ গোষ্ঠীৰ অন্তৰ্গত চৈধ্যটা জাতিৰ ভিতৰত অন্যতম আছিল।[4]
প্ৰাচীন চম্পকনগৰৰ কিংবদন্তিমূলক সমুদ্ৰ বণিক চান্দ সদাগৰ গন্ধবণিক সম্প্ৰদায়ৰ আছিল বুলি বিশ্বাস কৰা হয়।[5][6]

বৰ্ণ
[সম্পাদনা কৰক]গন্ধবণিকসকলক বঙ্গীয় সমাজ-ব্যৱস্থাত সাধাৰণতে ‘মধ্যবিত্ত শূদ্ৰ’ হিচাপে গণ্য কৰা হয়।[5][7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ (en ভাষাত) Proceedings of the Indian Science Congress. 1973. পৃষ্ঠা. 589. https://books.google.com/books?id=DR8WAQAAIAAJ&q=gandhabanik.
- ↑ (en ভাষাত) The Eastern Anthropologist. Ethnographic and Folk Culture Society. 1963. পৃষ্ঠা. 66, 68. https://books.google.com/books?id=F2sKAQAAIAAJ&q=gandhabanik.
- ↑ Bhowmick, P. K. (1969) (en ভাষাত). Occupational Mobility and Caste Structure in Bengal: Study of Rural Market. Indian Publications. https://books.google.com/books?id=9ShOFk8CGmwC&q=gandhabanik+.
- ↑ Sanyal, Hitesranjan (1981) (en ভাষাত). Social Mobility in Bengal. Papyrus. পৃষ্ঠা. 115. https://books.google.com/books?id=ezzuAAAAIAAJ&q=gandhabanik.
- ↑ 5.0 5.1 Sengupta, Saswati (2020-11-30) (en ভাষাত). Mutating Goddesses: Bengal's Laukika Hinduism and Gender Rights. Oxford University Press. পৃষ্ঠা. 104. ISBN 978-0-19-099325-2. https://books.google.com/books?id=VKkPEAAAQBAJ.
- ↑ Bhaumik, Sudarshana (2022) (en ভাষাত). The Changing World of Caste and Hierarchy in Bengal: Depiction from the Mangalkavyas C. 1700-1931. Routledge, Taylor & Francis. পৃষ্ঠা. 241. ISBN 978-1-003-14618-6. https://books.google.com/books?id=7SX4zgEACAAJ.
- ↑ Sarma, Jyotirmoyee (1980) (en ভাষাত). Caste Dynamics Among the Bengali Hindus. Firma KLM. পৃষ্ঠা. 184. ISBN 978-0-8364-0633-7. https://books.google.com/books?id=hfE_AAAAMAAJ.
| |||||||||||||||||||||||||||||||||||||