সমললৈ যাওক

গন্ধেশ্বৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গন্ধেশ্বৰী

গন্ধেশ্বৰী, গন্ধবণিক সম্প্ৰদায়ৰ উপাস্য দেৱী।
সম্পৰ্ক দুৰ্গা, শক্তি, আদি পৰাশক্তি, পাৰ্বতী, মূল দুৰ্গা
মন্ত্ৰ গন্ধেশ্বৰী মন্ত্ৰ
অস্ত্ৰ শংখ, পদুম
সঙ্গী শিৱ
আসন/বাহন সিংহ

গন্ধেশ্বৰী (IAST: Gandēśvarī) হʼল দুৰ্গা দেৱীৰ অৱতাৰ আৰু গন্ধবণিক সম্প্ৰদায়ৰ উপাস্য দেৱী৷[1] প্ৰতি বছৰে বʼহাগ মাহৰ পূৰ্ণিমা তিথিত দেৱীৰ পূজাৰ আয়োজন কৰা হয়। এটি প্ৰবাদ অনুসৰি তেওঁ গন্ধবতীক গন্ধাসুৰৰ হাতৰ পৰা পৰা ৰক্ষা কৰিছিল। দেৱী গন্ধেশ্বৰী চতুৰ্ভূজা, শঙ্খ-চক্ৰ-ধনুৰ্বাণধাৰিণী আৰু সিংহবাহিনী। গন্ধবণিক সম্প্ৰদায়ে তেওঁলোকৰ ব্যৱসায়ৰ উন্নতি কামনাৰে এই দেৱীৰ পূজা অনুষ্ঠিত কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]