গান্ধী দ্য মেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গান্ধী দ্য মেন  
লেখক একনাথ ঐশ্বৰণ
ভাষা ইংৰাজী (মূল)
প্ৰকাৰ ৰাজনীতিবিদ - ভাৰত - জীৱনী
প্ৰকাশক নীলগিৰি প্ৰেছ আৰু অন্যান্য
প্ৰকাশ ১৯৭৩; ১৯৭৮; ১৯৯১; ২০১১ আৰু অন্যান্য
পৃষ্ঠা সংখ্যা ২০০ (২০১১); ১৭৯ (১৯৯৭); ১৮৬ (১৯৭৮); ১৫৭ (১৯৭৮).
আই.এচ.বি.এন. ৯৭৮-১-৫৮৬৩৮-০৫৫-৭

গান্ধী দ্য মেন (ইংৰাজী: Gandhi the Man)হ'ল একনাথ ঐশ্বৰণে লিখা মহাত্মা গান্ধীৰ জীৱনী। কিতাপখন মূলতে ১৯৭৩চনত আমেৰিকাত প্ৰকাশ হৈছিল। পৰৱৰ্তী বহুবোৰ সংবৰ্ধিত সংস্কৰণো প্ৰকাশ হৈছে। ইংৰাজীৰ বাহিৰেও বহুবোৰ ভাষাত বিদেশী সংস্কৰণ প্ৰকাশ হৈছে।[1][2][3][4][5][6][7][8][9][10][11][12][13] বাতৰি কাকত,[14][15] প্ৰফেচনেল জাৰ্নেল[16][17] আৰু ৱেবচাইটত কিতাপখনৰ পৰ্যালোচনা প্ৰকাশ পাইছে।

অন্তৰ্ভুক্ত বিষয়সমূহ[সম্পাদনা কৰক]

গান্ধী দ্য মেনৰ সকলো আমেৰিকান সংস্কৰণতে চাৰিটা মুখ্য ভাগ অন্তৰ্ভুক্ত হৈছে। এইকেইটা হ'ল ১)দ্য ট্ৰেন্সফ'ৰমেচন (পৰিৱৰ্তন), ২)দ্য ৱে অৱ লাভ(ভালপোৱাৰ বাট), ৩)মাডাৰ এণ্ড চাইল্ড (মাক আৰু সন্তান), ৪)গান্ধী দ্য মেন (গান্ধী মানুহজন)। সকলো আমেৰিকান সংস্কৰণতে অসংখ্য ছবি সংলগ্ন কৰা হৈছে। শেহতীয়া সংস্কৰণ সমূহত মাইকেল নেগলাৰৰ আগকথা আৰু তিমথি ফ্লিনডাৰ্চৰ হাও সত্যাগ্ৰহ ৱৰ্কচ্‌(সত্যাগ্ৰহে কেনেকৈ কাম কৰে) শীৰ্ষক অনুবন্ধ আছে। ৪ৰ্থ সংস্কৰণত(২০১১) কেইবাপৃষ্ঠাজোৰা মেপ, ক্ৰন'লজি আৰু শেষ পৃষ্ঠাৰ টোকা আছে।[18]

পৰ্যালোচনা আৰু প্ৰদৰ্শন[সম্পাদনা কৰক]

এই কিতাপখনৰ পৰ্যালোচনা দ্য নিউ য়ৰ্ক পোষ্ট, দ্য চান ফ্ৰাঞ্চিকো ক্ৰনিকেল,[15] দ্য হিষ্ট্ৰী টিচাৰ[16] আৰু অন্যবোৰত প্ৰকাশ পায়।

পাঠ্যক্ৰম[সম্পাদনা কৰক]

আমেৰিকাত থকা এটা গীৰ্জাঘৰে আগবঢ়োৱা এটি সপ্তাহজোৰা পাঠ্যক্ৰমত গান্ধী দ্য মেন কিতাপখন আধাৰ ৰূপে লোৱা হৈছে।[19]

সংস্কৰণ[সম্পাদনা কৰক]

মূল সংস্কৰণটো গ্লাইড প্ৰকাশনে (চান ফ্ৰাঞ্চিকো) ১৯৭৩ চনত প্ৰকাশ কৰিছিল। বহুবছৰ পাছত ইউ এছ সংস্কৰণবোৰ নীলগিৰি প্ৰেছৰপৰা প্ৰকাশ হয়। অন্যবোৰ সংস্কৰণ চীনা[1][12], চেচ[2], ওলন্দাজ[3][4], জাৰ্মান[5][6], ইণ্ডোনেছিয়ান[7], জাপানী,[8], কোৰীয়,[9] কুৰ্ডিছ[10] আৰু ফাৰ্চী[11] ভাষাত প্ৰকাশ হয়।

ইংৰাজী ভাষাৰ সংস্কৰণটো কানাডা, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকাশ হয়।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 একনাথ ঐশ্বৰণ (1998). 圣雄·甘地: 非暴力之父 (The Father of Nonviolence: Mahatma Gandhi) আই.এচ.বি.এন. 7-80128-125-X, আই.এচ.বি.এন. 978-7-80128-125-8, (306 pages)
  2. 2.0 2.1 একনাথ ঐশ্বৰণ (1999). Gándhí člověk: příběh jeho transformace (Gandhi the Man: The Story of his Transformation) (Bohumila Kučerová, trans.). Czech Republic: Volvox Globator. আই.এচ.বি.এন. 80-7207-270-6, আই.এচ.বি.এন. 978-80-7207-270-5 (140 pages)
  3. 3.0 3.1 একনাথ ঐশ্বৰণ (1983). Gandhi (Hilde Lichtendahl, trans.). Netherlands: Sirius en Siderius. আই.এচ.বি.এন. 906441047X, আই.এচ.বি.এন. 978-90-6441-047-5
  4. 4.0 4.1 একনাথ ঐশ্বৰণ (1997). Gandhi Een biografie[সংযোগবিহীন উৎস] Netherlands: Ankh-Hermes. আই.এচ.বি.এন. 90-202-8124-0 আই.এচ.বি.এন. 9789020281248 (paper)
  5. 5.0 5.1 একনাথ ঐশ্বৰণ (1983). Der Mensch Gandhi. Germany:Grumann. আই.এচ.বি.এন. 3-924092-13-3, আই.এচ.বি.এন. 978-3-924092-13-9 (184 pages).
  6. 6.0 6.1 একনাথ ঐশ্বৰণ (1997). Der Mensch Gandhi. Sein Leben ist eine Botschaft (Gandhi the Man: His Life is a Message). Freiburg, Germany:Herder. আই.এচ.বি.এন. 978-3-451-04564-6
  7. 7.0 7.1 একনাথ ঐশ্বৰণ (2013). Gandhi the Man - Seorang pria yang mengubah dirinya demi mengubah dunia. Indonesia: Bentang Pustaka (Mizan Group). আই.এচ.বি.এন. 6027888903, আই.এচ.বি.এন. 978-602-7888-90-6 (288 pages).
  8. 8.0 8.1 একনাথ ঐশ্বৰণ (2013). 人間ガンディー 世界を変えた自己変革 / (Gandhi the Man: How One Man Changed Himself to Change the World) (スタイナー 紀美子= Kimiko Steiner, trans.). Osaka, Japan: 大阪東方出版 / Eastern Osaka Publishing. আই.এচ.বি.এন. 978-4862492135, আই.এচ.বি.এন. 4862492134, OCLC 840102432, ASIN 4862492134 (214 pages)
  9. 9.0 9.1 একনাথ ঐশ্বৰণ (2005). 비폭력이 가장 위대한 사랑이다 (Nonviolence is the Greatest Love)[সংযোগবিহীন উৎস] (박유진, trans.). Korea: 꿈꾸는돌. আই.এচ.বি.এন. 89-91159-07-9, আই.এচ.বি.এন. 978-89-91159-07-5
  10. 10.0 10.1 একনাথ ঐশ্বৰণ (2010). Rebāzī-i ʻashq : chīrokī wacharkhānī roḥī-y Māhātmā Gāndī (Hāwār Aḥmad Halanjayi [Halabjayi], trans. from Persian). Hawler [Erbil], Iraq: Chāpkhāna-y Minārih. OCLC 801735679 (175 pages)
  11. 11.0 11.1 একনাথ ঐশ্বৰণ (2001). Rāh-i ʻishq: dāsitān taḥūl rūḥī mahātmā Gāndī (The Way of Love: The Story of Mahatma Gandhi's spiritual transformation) (Shahram Tabrizi, trans.). Iran: ققنوس، (Phoenix). আই.এচ.বি.এন. 964-311-411-2, আই.এচ.বি.এন. 978-964-311-411-4, OCLC 178500148 (190 pages).
  12. 12.0 12.1 Lynn Garrett (1998, Jan. 12). Gandhi in China. Publishers Weekly, v245 n2, p30. "Nilgiri Press... was surprised to receive an e-mail in September from the Sichuan Copyright Agency in the People's Republic of China, expressing interest in publishing a Chinese edition of its Gandhi the Man (especially since relations between China and India have not always been the best).... the book will be released in China on January 30" (p. 30).
  13. Foreign editions of Nilgiri Press Books, "Archived copy". Archived from the original on 2010-06-13. https://web.archive.org/web/20100613041054/http://easwaran.org/page/150। আহৰণ কৰা হৈছে: 2010-05-30. , accessed 3 April 2010.
  14. Bill McKibben (1989, May 21). New York Post, pp. 4-5. Review of Gandhi the Man, A Man to Match His Mountains, Meditation, The Mantram Handbook, and Conquest of Mind.
  15. 15.0 15.1 Patricia Holt (24 December 1997). "Images of Gandhi's progress toward greatness". San Francisco Chronicle: পৃষ্ঠা C6. http://articles.sfgate.com/1997-12-24/entertainment/17763675_1_mahatma-gandhi-eknath-easwaran-international-acclaim। আহৰণ কৰা হৈছে: 1 May 2010. 
  16. 16.0 16.1 Donald K. Cody (1981). "[Untitled review of Easwaran's Gandhi the Man]". The History Teacher খণ্ড 14 (2): 269. 
  17. Tonya Huber Emeigh (1988). "Humane education: Science, technology, and society in the English classroom". Bulletin of Science, Technology & Society খণ্ড 8: 47–63. doi:10.1177/027046768800800111. 
  18. See 4th edition, pp. 173-185. আই.এচ.বি.এন. 978-1-58638-055-7 (back cover text states these are new)
  19. The Wisdom of Gandhi, Archived 2011-02-25 at the Wayback Machine "A seven-week study series that highlights Mahatma Gandhi's spiritual practice to make nonviolence a force in everyday life" written in 1999 by ministers of Unity of the Valley of Eugene Oregon. The series "became the most popular seven-week program ever offered at Unity of the Valley." (accessed 26 Jan 2013)