গান্ধী ব্ৰিগেড

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গান্ধী ব্ৰিগেড (ইংৰাজী: Gandhi Brigade) নাইবা দ্বিতীয় গেৰিলা ৰেজিমেণ্ট-এ প্ৰথমটো ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ এটা অংশ তৈয়াৰ কৰিছিল আৰু পাছলৈ সুভাষ চন্দ্ৰ বসুৱে পুনৰুত্থান কৰাৰ পাছত প্ৰথমটো শাখাৰ এটা অংশ গঠন কৰিছিল৷

১৯৪২ চনৰ ছেপ্টেম্বৰ মাহত গঠিত হোৱা এই শাখাটো কৰ্ণেল ইনায়ত কিয়ানিৰ অধীনত আছিল আৰু তেওঁলোকৰ দুটাকৈ পদাতিক বেটেলিয়ন আছিল৷ প্ৰথমটো বেটলিয়নৰ নেতৃত্ব লৈছিল কেপ্টেইন মালিক মোনাৱৰ খান আৱানে৷ তেওঁলোকে ইম্ফল অভিযানত অংশগ্ৰহণ কৰিছিল৷ পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৪৪ চনত এই দলটোৰ নেতৃত্বৰ গুৰি ধৰিছিল শ্বাহ নাৱাজ খানে আৰু ইৰাৱৰী নদীৰ চৌপাশে সফল বাৰ্মা সংযুক্ত বাহিনীৰ বিৰুদ্ধে যুঁজ দিছিল৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • Fay, Peter W. (1993), The Forgotten Army: India's Armed Struggle for Independence, 1942-1945. Ann Arbor, University of Michigan Press., আই.এচ.বি.এন. 0-472-08342-2