সমললৈ যাওক

গাভৰু খাঁ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গাভৰু খাঁ(১৬ শতিকা)ৰ পিতৃ আছিল ৰাম খাঁ। তেওঁ চতুৰ্ভুজ ঠাকুৰৰ কন্যা ভাৱপ্ৰিয়াক বিয়া কৰাইছিল। তেওঁ কংসাৰি কায়স্থ তথা বৈষ্ণৱ কবিসকলক পৃষ্ঠপোষকতা কৰিছিল। চিলাৰায়ৰ আহোম ৰাজ্য আক্ৰমণ অভিযানৰ অন্যতম সেনাপতি আছিল এই গাভৰু খাঁ [1]

তথ্য সমল

[সম্পাদনা কৰক]
  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৭০