সমললৈ যাওক

গায়ত্ৰীবালা পাণ্ডা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গায়ত্ৰীবালা পাণ্ডা
জন্ম ১৭ এপ্ৰিল, ১৯৭৭ (৪৯ বছৰ)
ওড়িশা, ভাৰত
পেচা কবি, লেখক
ভাষা ওড়িয়া ভাষা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমী বঁটা (২০২২)

গায়ত্ৰীবালা পাণ্ডা (ইংৰাজী: Gayatribala Panda; জন্ম: ১৭ এপ্ৰিল ১৯৭৭) ভাৰতওড়িশা ৰাজ্যৰ ভুৱনেশ্বৰৰ এগৰাকী ভাৰতীয় কবি, কল্পকাহিনী লেখক আৰু সাংবাদিক।[1][2]

আঠ বছৰ বয়সৰ পৰাই তেওঁ কবিতা ৰচনা আৰম্ভ কৰিছিল আৰু ১২ বছৰ বয়সত প্ৰথম কবিতা প্ৰকাশ কৰি উলিয়ায়। উৎকল বিশ্ববিদ্যালয়ৰ পৰা পুথিভঁৰাল আৰু তথ্য বিজ্ঞান অধ্যয়ন কৰি সৰ্বশ্ৰেষ্ঠ হিচাপে আত্মপ্ৰকাশ কৰে। পিছলৈ তেওঁ ঢেংকেনালৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচনৰ পৰা সাংবাদিকতা অধ্যয়ন কৰে।[3]

ওডিয়া সাহিত্য আলোচনী আন্যাৰ তেওঁ সম্পাদিক। ২০১১ চনত কেন্দ্ৰীয় সাহিত্য অকাডেমী যুৱ-পুৰস্কাৰৰ বিজয়ী।[4] ২০১৫ চনত ৰাষ্ট্ৰপতি ভৱনত বিক্ৰম সম্পথৰ সৈতে 'ৰাইটাৰ্ছ ইন-ৰেচিডেন্স' কাৰ্যসূচীৰ বাবে নিৰ্বাচিত হয়।[4] ২০২১ চনত টাইমছ পাৱাৰ উইমেনৰ বাবে নিৰ্বাচিত হয়। ২০২২ চনত তেওঁৰ কবিতা দয়ানাদীৰ বাবে ওডিয়াৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।[5]

স্বীকৃতি

[সম্পাদনা কৰক]

২০০০ চনত তেওঁ তেওঁৰ কবিতাৰ বাবে ওড়িশা ৰাজ্যৰ যুৱ বঁটা লাভ কৰে।[6] ২০১১ চনত পাণ্ডাই “গান’’ নামৰ কবিতা সংকলনৰ বাবে কবিতাৰ ধাৰাত সাহিত্য অকাডেমীৰ সাহিত্যিক সন্মান লাভ কৰে।[1] ২০২১ চনত টাইমছ পাৱাৰ উইমেনৰ বাবে নিৰ্বাচিত হয়।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Chakra, Shyamhari (2012-09-14). "A woman of words" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/a-woman-of-words/article3894496.ece.
  2. "Literary fest to honour authors - Gayatribala Panda to receive Yuva Puraskar" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/odisha/literary-fest-to-honour-authors-gayatribala-panda-to-receive-yuva-puraskar/cid/393458 আহৰণ কৰা হৈছে: 2019-09-29.
  3. "Her pen tells the untold stories" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/odisha/her-pen-tells-the-untold-stories/cid/374908 আহৰণ কৰা হৈছে: 2019-09-29.
  4. 1 2 Singha, Minati (February 8, 2015). "Panda chosen for workshop at Rashtrapati Bhavan" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/bhubaneswar/Panda-chosen-for-workshop-at-Rashtrapati-Bhavan/articleshow/46161953.cms আহৰণ কৰা হৈছে: 2019-09-29.
  5. "Sahitya Akademi Award 2022". Sahitya Akademi. 22 December 2022. https://sahitya-akademi.gov.in/pdf/sahityaakademiawards-2022.pdf আহৰণ কৰা হৈছে: 23 December 2022.
  6. "Vikram Sampath, Gayatribala Panda selected for Writers in Residence Programme at Rashtrapati Bhavan | NetIndian" (en ভাষাত). netindian.in. 2015-03-06. Archived from the original on 2019-09-29. https://web.archive.org/web/20190929121452/http://netindian.in/news/2015/03/06/00032884/vikram-sampath-gayatribala-panda-selected-writers-residence-programme-rasht আহৰণ কৰা হৈছে: 2019-09-29.