গীতাঞ্জলি কুলকাৰ্ণী
অৱয়ব
| গীতাঞ্জলি কুলকাৰ্ণী Geetanjali Kulkarni | |
|---|---|
| জন্ম | মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| শিক্ষানুষ্ঠান | ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় |
| পেচা | অভিনয়-শিল্পী |
| সক্ৰিয় হৈ থকা সময় | ২০১৪–বৰ্তমানলৈকে |
| জনা যায় | গুল্লক |
| দাম্পত্যসঙ্গী | অতুল কুলকাৰ্ণী (বি. ১৯৯৬) |

গীতাঞ্জলি কুলকাৰ্ণী (ইংৰাজী: Geetanjali Moreshwar Sherikar)(জন্মনাম : গীতাঞ্জলি মৰেশ্বৰ শ্বেৰিকাৰ) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মাৰাঠী চিনেমা আৰু হিন্দী চিনেমাত কাম কৰে।[1][2][3][4][5] তেওঁ দুটা ফিল্মফেয়াৰ এৱাৰ্ড-মাৰাঠী আৰু তিনিটা ফিল্মফেয়াৰ অ'টিটিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে। তেওঁ বহুকেইখন নাটকত অভিনয় কৰিছে৷ যাৰ ভিতৰত উল্লেখযোগ্য হ’ল হিন্দী ভাষাত Twelfth Night-ৰ পৰিৱেশন, যাৰ নাম ৰখা হৈছে পিয়া বেহৰুপিয়া।
সন্মান
[সম্পাদনা কৰক]| বৰ্ষ | বঁটা | শিতান | কৰ্ম | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১৫ | ফিল্মফেয়াৰ বঁটা-মাৰাঠী ২০১৫ | শ্ৰেষ্ঠ অভিনয়ৰ সমালোচনাৰ বঁটা | কোৰ্ট | বিজয়ী | |
| ২০২১ | ফিল্মফেয়াৰ অটিটি বঁটা - ২০২১ | শ্ৰেষ্ঠ অভিনেত্ৰী (কমেডী) | গুল্লাক | ||
| ২০২১ | ফিল্মফেয়াৰ বঁটা-মাৰাঠী ২০২১ | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | কৰখানিসঞ্চি ৱাৰী | [6] | |
| ২০২২ | ফিল্মফেয়াৰ বঁটা-মাৰাঠী - ২০২২ | শ্ৰেষ্ঠ অভিনেত্ৰী (কমেডী) | গুল্লাক | ||
| ২০২৪ | ফিল্মফেয়াৰ অটিটি বঁটা - ২০২৪ | শ্ৰেষ্ঠ অভিনেত্ৰী (কমেডী চিৰিজ) | গুল্লাক চিজন ৪ |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Primary roles allow me to paint the entire canvas: Geetanjali Kulkarni". Hindustan Times. 30 November 2021. https://www.hindustantimes.com/entertainment/web-series/primary-roles-allow-me-to-paint-the-entire-canvas-geetanjali-kulkarni-101638211110303.html.
- ↑ "Theatre empowers me as an actor: Geetanjali Kulkarni | Entertainment". Devdiscourse. https://www.devdiscourse.com/article/entertainment/1837466-theatre-empowers-me-as-an-actor-geetanjali-kulkarni.
- ↑ ""When I Get To Play A Primary Character Then, Of Course, The Challenge Is More," Says Geetanjali Kulkarni -". - Woman's Era food fashion and lifestyle magazine.. 2021-11-30. Archived from the original on 2021-12-11. https://web.archive.org/web/20211211105940/https://womansera.com/when-i-get-to-play-a-primary-character-then-of-course-the-challenge-is-more-says-geetanjali-kulkarni/। আহৰণ কৰা হৈছে: 2021-12-27.
- ↑ "Geetanjali Kulkarni: रंगमंच पर अभिनय ही एक कलाकार के रूप में मुझे सशक्त बनाता है- गीतांजलि कुलकर्णी". 7 December 2021. https://bansalnews.com/geetanjali-kulkarni-acting-on-stage-is-what-empowers-me-as-an-artist/। আহৰণ কৰা হৈছে: 11 December 2021.
- ↑ "Geetanjali Kulkarni: Tricky, but fun". Mid-Day. 2021-07-04. https://www.mid-day.com/entertainment/web-series/article/geetanjali-kulkarni-tricky-but-fun-23181197। আহৰণ কৰা হৈছে: 2021-12-27.
- ↑ "6th Planet Filmfare Marathi Awards 2021: Complete winners' list". The Times of India. 2022-04-01. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/marathi/movies/news/6th-planet-filmfare-marathi-awards-2021-complete-winners-list/articleshow/90561300.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- গীতাঞ্জলি কুলকাৰ্ণী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।