সমললৈ যাওক

গুৰচৰণ কৌৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুৰচৰণ কৌৰ কোহলী

২০১২ চনত গুৰচৰণ কৌৰ
ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পত্নী
বৰ্তমান
২২ মে ২০০৪ – ২৬ মে ২০১৪
প্ৰধানমন্ত্ৰী মনমোহন সিং
পূৰ্বসূৰী শীলা গুজৰাল
উত্তৰসূৰী যশোদাবেন মোদী
ব্যক্তিগত তথ্য
জন্ম
গুৰচৰণ কৌৰ কোহলী

১৩ ছেপ্টেম্বৰ, ১৯৩৭ (৮৯ বছৰ)
জলন্ধৰ, পাঞ্জাৱ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী Manmohan Singh (বি. ১৯৫৮; মৃ. ২০২৪)
সন্তান ৩ (উপিন্দৰ সিং আৰু দমন সিংকে ধৰি)
বাসস্থান ৩, মতিলাল নেহৰু মাৰ্গ, নতুন দিল্লী
পেচা

গুৰচৰণ কৌৰ কোহলী, জন্ম: ১৩ ছেপ্টেম্বৰ ১৯৩৭ চন [উদ্ধৃতিৰ প্ৰয়োজন] এগৰাকী ভাৰতীয় ইতিহাসৰ অধ্যাপক আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা লেখক, অৰ্থনীতিবিদ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বিধৱা পত্নী।[1]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

গুৰচৰণৰ পিতৃৰ নাম চৰ্দাৰ চত্তৰ সিং, যিয়ে বাৰ্মা-অইলৰ অভিযন্তা আছিল আৰু মাতৃৰ নাম আছিল ভাগৱন্তী কৌৰ। গুৰচৰণ কৌৰ ঘৰৰ সাতজন ভাই-ভনীৰ ভিতৰত আছিল কনিষ্ঠ সন্তান। তেওঁৰ ১৯৩৭ চনৰ ১৩ ছেপ্তেম্বৰত চকৱালত জন্ম হৈছিল। তেওঁৰ চাৰিগৰাকী ভগ্নী আৰু দুজন ভাতৃ আছে। তেওঁৰ পূৰ্বপুৰুষৰ গাঁও আছিল ব্ৰিটিছ ভাৰতৰ পঞ্জাৱৰ ঝেলুম জিলাৰ ঢক্কু (বৰ্তমান পাকিস্তানৰ পঞ্জাবত)। [উদ্ধৃতিৰ প্ৰয়োজন]

কৌৰ কীৰ্তন গোৱাৰ গুণৰ বাবে দিল্লীৰ শিখ সম্প্ৰদায়ৰ মাজত পৰিচিত আছিল আৰু জলন্ধৰ ৰেডিঅ'তো তেওঁ অনুষ্ঠান কৰিছে।[2]

পিছৰ জীৱন

[সম্পাদনা কৰক]

২০০৪ চনত মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা ৰাজ্যিক ভ্ৰমণৰ সময়ত তেওঁৰ লগত দেশ-বিদেশৰ বহু ঠাই ভ্ৰমণ কৰিছে। পৰিয়ালটোৱে বহুলাংশে প্ৰচাৰ মাধ্যমৰ পৰা বাহিৰত আছে। তেওঁলোকৰ তিনিগৰাকী কন্যা – উপিন্দৰ, দমন আৰু অমৃত। তেওঁলোক তিনিওৰে সফল অথচ অৰাজনৈতিক কেৰিয়াৰ আছে।[3] উপিন্দৰ কৌৰ অশোক বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক। তেওঁ ছয়খন গ্ৰন্থ ৰচনা কৰিছে, য'ত আছে প্ৰাচীন দিল্লী (১৯৯৯) আৰু প্ৰাচীন আৰু আৰম্ভণিৰ মধ্যযুগীয় ভাৰতৰ ইতিহাস (২০০৮)।[4] দমন কৌৰ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজ আৰু গুজৰাটৰ আনন্দৰ ইনষ্টিটিউট অৱ ৰুৰেল মেনেজমেণ্টৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু দ্য লাষ্ট ফ্ৰণ্টিয়াৰ: পিপল এণ্ড ফৰেষ্টছ ইন মিজোৰাম আৰু নাইন বাই নাইন উপন্যাসৰ লেখক।[5] অমৃত সিং আমেৰিকান চিভিল লিবাৰ্টিজ ইউনিয়নৰ এগৰাকী ষ্টাফ এটৰ্নী হিচাপে কৰ্মৰত।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Manmohan Singh's pillar of support: Former PM's wife Gurcharan Kaur even wowed Vogue with her natural elegance". The Week. https://www.theweek.in/news/india/2024/12/27/manmohan-singh-s-pillar-of-support-former-pm-s-wife-gurcharan-kaur-even-vowed-vogue-with-her-natural-elegance.html.
  2. ↑ "A first lady for all seasons- Hindustan Times". 2009-01-10. Archived from the original on 2009-01-10. https://web.archive.org/web/20090110121856/http://www.hindustantimes.com/StoryPage/StoryPage.aspx?sectionName=HomePage&id=1bc46240-ef03-40b2-83f6-5fe6cbd772d2&&Headline=A%2Bfirst%2Blady%2Bfor%2Ball%2Bseasons। আহৰণ কৰা হৈছে: 2024-12-27.
  3. ↑ "Dr. Manmohan Singh: Personal Profile". Prime Minister's Office, Government of India. Archived from the original on 3 March 2009. https://web.archive.org/web/20090303150424/http://pmindia.nic.in/meet.htm। আহৰণ কৰা হৈছে: 4 April 2009.
  4. ↑ Raote, Rrishi (10 October 2008). "This Singh is King of History". Business Standard. http://www.business-standard.com/india/storypage.php?autono=330920&chkFlg=। আহৰণ কৰা হৈছে: 4 April 2009.
  5. ↑ "Meet Dr. Singh's daughter". Rediff.com. 28 January 2009. http://specials.rediff.com/news/2009/jan/28slid1-dr-manmohan-singhs-daughter-daman-singh-turns-author.htm। আহৰণ কৰা হৈছে: 4 April 2009.
  6. ↑ Rajghatta, Chidanand (21 December 2007). "PM's daughter puts White House in the dock". ToI. http://timesofindia.indiatimes.com/articleshow/msid-2639327,prtpage-1.cms। আহৰণ কৰা হৈছে: 13 October 2008.