সমললৈ যাওক

গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুৱাহাটী চেণ্ট্ৰেল
সমষ্টি নং- ৩৬ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
বিভাগনামনি অসম
জিলাকামৰূপ মহানগৰ
লোকসভা সমষ্টিগুৱাহাটী
প্ৰতিস্থা২০২৩
সংৰক্ষণনাই
বিধান সভাৰ সদস্য
পদাধিকাৰী
বিজয় কুমাৰ গুপ্তা
দল বিজেপি
মিত্ৰগোট এনডিএ
নিৰ্বাচিত বছৰ২০২৬

গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি (ইংৰাজী: Guwahati Central Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত ভাৰতৰ নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়।[1]

এই সমষ্টিটো কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত আৰু ই গুৱাহাটী লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
বৰ্ষবিধায়কৰাজনৈতিক দল
২০২৬বিজয় কুমাৰ গুপ্তাভাৰতীয় জনতা পাৰ্টী

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত এই সমষ্টিটোত প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাই বিজয় সাব্যস্ত কৰে। ভাৰতৰ নিৰ্বাচন আয়োগৰ আধিকাৰিক ফলাফল অনুসৰি নিৰ্বাচনৰ সবিশেষ তলত দিয়া ধৰণৰ:

২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: গুৱাহাটী চেণ্ট্ৰেল[2]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Bharatiya Janata Party বিজয় কুমাৰ গুপ্তা 101,297 68.87
Assam Jatiya Parishad কুংকী চৌধুৰী 39,376 26.77
Aam Aadmi Party অনুৰূপা ডেকাৰাজা 1,939 1.32
All India Trinamool Congress অভিজিৎ মজুমদাৰ 1,061 0.72
নিৰ্দলীয় অচ্যুত কলিতা 536 0.36
নিৰ্দলীয় প্ৰবীণ জ্যোতি কলিতা 509 0.35
অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক বিপুল দেবনাথ ১,৮৯২ ১.২৯ -
ওপৰৰ এটাও নহয় (নটা) নটা ১,৮৯২ ১.২৯ -
সংখ্যাগৰিষ্ঠ ৬১,৯২১ ৪২.১০ -
মুঠ ভোটদান ১,৪৭,০৮৮
ছুইং - -

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]