গুৱাহাটী নাট্য মহোৎসৱ
অৱয়ব
| গুৱাহাটী নাট্য মহোৎসৱ | |
|---|---|
| অন্তৰ | বাৰ্ষিক |
| ঠাই | গুৱাহাটী, অসম |
| প্ৰথমবাৰ পালন | ২০১৬ |
| প্ৰকাৰ | নাট্য মহোৎসৱ |
| ৱেবছাইট | guwahatitheatrefestival |
গুৱাহাটী নাট্য মহোৎসৱ (Guwahati Theatre Festival) ভাৰতৰ অসম ৰাজ্যৰ গুৱাহাটী চহৰত অনুষ্ঠিত হোৱা বাৰ্ষিক নাট্য মহোৎসৱ৷[1] গুৱাহাটীৰ ইংৰাজী ভাষাৰ সাপ্তাহিক টেবলয়ড কাকত জি প্লাছৰ উদ্যোগত এই উৎসৱৰ আয়োজন কৰা হৈছে।[2] এই মহোৎসৱৰ লক্ষ্য হৈছে গুৱাহাটী চহৰ আৰু উত্তৰ- পূৰ্বাঞ্চলৰ নতুন দৰ্শকৰ সন্মুখত পৰিবেশনকাৰী দলসমূহক তেওঁলোকৰ প্ৰডাকচন প্ৰদৰ্শনৰ বাবে এক মঞ্চ প্ৰদান কৰা।
ইতিহাস
[সম্পাদনা কৰক]২০১৬ চনত জি প্লাছে গুৱাহাটী নাট্য মহোৎসৱৰ আৰম্ভণি কৰিছিল।[3][2]
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Rakshit, Rajibika (15 September 2016). "জোকাব়দেব় হ্যামলেটে মন-ধাঁধানো সূচনা গুয়াহাটি নাট্যোৎসবেব়" (Bengali ভাষাত). Anandabazar Patrika. http://www.anandabazar.com/entertainment/hamlet-the-crown-prince-the-inaugural-play-at-guwahati-theatre-festival-1.478507.
- ↑ 2.0 2.1 "Assam: 1st Guwahati Theatre Festival to start". The Northeast Today. 7 September 2016. https://thenortheasttoday.com/assam-1st-guwahati-theatre-festival-to-start-from-sept-14/.
- ↑ Deka, Prantik (25 November 2017). "Shabana Azmi Enthralls Crowds at G Plus Guwahati Theatre Festival". Kothasobi.com. Archived from the original on 30 June 2020. https://web.archive.org/web/20200630233234/http://www.kothasobi.com/theatre/shabana-azmi-enthralls-crowds-g-plus-guwahati-theatre-festival/.