গেজেং কপৌ
অৱয়ব
গেজেং কপৌ | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Cymbidium |
প্ৰজাতি: | C. aloifolium |
দ্বৈৰাশিক নামকৰণ | |
Cymbidium aloifolium (L.) Sw. | |
সমাৰ্থক | |
|
গেজেং কপৌ বা চিম্বিডিয়াম এলইফলিয়াম (বৈজ্ঞানিক নাম: Cymbidium aloifolium) হৈছে একপ্ৰকাৰৰ অৰ্কিডৰ প্ৰজাতি। ইয়াক এছিয়া মহাদেশৰ চীন আৰু দক্ষিণ-পূব এছিয়াত বাৰ্মাৰ পৰা সুমাত্ৰা পৰ্যন্ত পোৱা যায়। ইয়াক শিলৰ মাজত বা আন উদ্ভিদৰ ওপৰত গজি থকা দেখা যায়।[1] চিম্বিডিয়াম শব্দটো গ্ৰীক কুম্বছৰ পৰা আহিছে। ইয়াৰ অৰ্থ গাঁত বা গুহা।[2] অসমত এইবিধ অৰ্কিড প্ৰচুৰ পৰিমাণে দেখা যায়।