গোঁসাইগাঁও

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(গোঁসাইগাওঁৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
গোঁসাইগাঁও
—  নগৰ  —
গোঁসাইগাঁও is located in Assam
গোঁসাইগাঁও
অসম ত অৱস্থান
ভৌগোলিক স্থানাংক: 26°25′11″N 89°59′03″E / 26.41972°N 89.98417°E / 26.41972; 89.98417স্থানাংক: 26°25′11″N 89°59′03″E / 26.41972°N 89.98417°E / 26.41972; 89.98417
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কোকৰাঝাৰ জিলা
উচ্চতা ৫০ মিটাৰ (< ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ১৩,২৬৭ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
PIN ৭৮৩৩৬০
Telephone code +91 3669

গোঁসাইগাঁও (ইংৰাজী: Gossaigaon)অসমকোকৰাঝাৰ জিলাত অৱস্থিত এখন ঠাই৷ ই জিলাখনৰ এটা মহকুমা৷

ইতিহাস[সম্পাদনা কৰক]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

গোঁসাইগাওঁ ভৌগোলিকভাৱে 26°25′11″N 89°59′03″E / 26.41972°N 89.98417°E / 26.41972; 89.98417.[1]ত অৱস্থিত৷ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ৫০ মিটাৰ (১৬৪ফুট)৷

আন্ত:গাথঁনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি গোঁসাইগাঁওৰ মুঠ জনসংখ্যা ১৩,২৬৭ জন[2]৷ ইয়াৰে ৫৩% পুৰুষ আৰু ৪৭% মহিলা৷ মুঠ জনসংখ্যাৰ ১৩% ছয় বছৰৰ অনুৰ্ধৰ৷

গোঁসাইগাঁওৰ গড় সাক্ষৰতাৰ ৭৬% হাৰ ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৮২% আৰু ৬৮%৷

যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]

গোঁসাইগাঁও ৰে'লপথ তথা আলিবাটেৰে অন্যান্য ঠাইসমূহৰ সৈতে সংযোজিত হৈ আছে৷

শিক্ষা[সম্পাদনা কৰক]

বিদ্যালয়-

  • গোঁসাইগাঁও উচ্চ মাধ্যমিক বিদ্যালয়

মহাবিদ্যালয়

  • গোঁসাইগাঁও মহাবিদ্যালয়

ৰাজনীতি[সম্পাদনা কৰক]

গোঁসাইগাঁও কোকৰাঝাৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ [3]

উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

উল্লেখযোগ্য স্থান[সম্পাদনা কৰক]

তথ্যসুত্ৰ[সম্পাদনা কৰক]