সমললৈ যাওক

গোপাল ভাঁড় (টেলিভিছন ধাৰাবাহিক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোপাল ভাঁড়

শিৰোনাম কাৰ্ড
শৈলী হাস্যৰসাত্মক
পৰিচালক সৌৰভ মণ্ডল
হানছা মণ্ডল
কণ্ঠ
ৰাজেন্দ্ৰ প্ৰসাদ মজুমদাৰ
পাৰ্থ প্ৰতিম নাথ
ৰবীন শেঠ
উজ্জ্বল মণ্ডল
পাৰ্থসাৰথি দাশগুপ্ত
মনোজিৎ বোস
সুদীপ্ত মিত্ৰ
শিল্পী মিত্ৰ
আশিস ঘোষ
হানসা মণ্ডল
শুভেচ্ছা মিত্ৰ
মানবেন্দ্ৰ মুখাৰ্জী
দেশ ভাৰত
ভাষা বঙালী
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ১,১২২ (List of episodes)
প্ৰযোজনা
প্ৰযোজক সৌৰভ মণ্ডল
হানছা মণ্ডল
সম্পাদক কৌশিক পাইন
কৌশিক সৰকাৰ
স্থান কলকাতা, পশ্চিমবংগ,
ষ্টুডিঅ’ ছফটুনচ্
সম্প্ৰচাৰ
মূল ছেনেল চʼনী আঠ
প্ৰদৰ্শনৰ সময়  মাৰ্চ ২০১৫ (2015-03-08) – বৰ্তমান

গোপাল ভাঁড় (ইংৰাজী: Gopal Bhar) হৈছে বঙালী হাস্যৰসিক গোপাল ভাঁড়ৰ জীৱনৰ আধাৰত নিৰ্মিত ভাৰতীয় বঙালী ভাষাৰ এখন হাস্যৰসাত্মক এনিমেটেড টেলিভিছন ধাৰাবাহিক। ধাৰাবাহিকখন ২০১৫ চনৰ পৰা চʼনী আঠ টেলিভিছন চেনেলত সম্প্ৰচাৰিত হৈ আহিছে।[1] বঙালী ভাষাৰ উপৰিও এই ধাৰাবাহিকখন হিন্দী ভাষাতো ডাব কৰা হৈছিল আৰু চʼনী ইয়েইত সম্প্ৰচাৰ কৰা হৈছিল।[2][3][4]

চৰিত্ৰসমূহ

[সম্পাদনা কৰক]
  • গোপাল ভাঁড়
  • ৰজা কৃষ্ণচন্দ্ৰ ৰায়
  • ৰজা কৃষ্ণচন্দ্ৰ ৰায়ৰ পত্নী/ৰাণীমা
  • মন্ত্ৰী
  • গোপাল ভাঁড়ৰ পত্নী/গোপাল গিন্নি/পাৰ্বতী
  • মন্ত্ৰীৰ স্ত্ৰী
  • বিজ্ঞানী
  • সভা কবি
  • ৰাজ পণ্ডিত
  • ৰাজ বৈদ্য
  • নবাব বাহাদুৰ
  • উজিৰ
  • কেলেপচা
  • সেনাপতি
  • প্ৰহৰী
  • ইংৰাজ চাহেবসকল
  • গজানন পণ্ডিত
  • ৰাজ জ্যোতিষী
  • ৰাজ অমাত্য
  • ভগৱান
  • খাম্বাজ ৰাজ
  • খাম্বাজ মন্ত্ৰী
  • ভোলা ময়ৰা
  • বটা
  • ঘটা
  • পুটি
  • পুটিৰ পিতৃ
  • পুটিৰ মাতৃ
  • নেপলা
  • গুল্টে
  • টেপা
  • পুচকে
  • গোপালৰ শাহুৱেক
  • গোপালৰ শহুৰেক
  • গোপালৰ জীয়েক
  • গোপালৰ জী জোঁৱাই
  • বৰ্ধমানৰ ৰজা
  • বৰ্ধমানৰ মন্ত্ৰী

খণ্ডৰ তালিকা

[সম্পাদনা কৰক]

বৰ্তমানলৈকে ধাৰাবাহিকখনৰ ১১২২টা খণ্ড সম্প্ৰচাৰিত হৈছে।

খণ্ড শিৰোনাম
গোপালেৰ মন্ত্ৰ
হোদোলপুৰে কোতল
গোয়েন্দা গোপাল
মহাৰাজেৰ পুতুল তৈৰি
কেমন জব্দ
তৃতীয় নয়ন
ধুম ধাৰাক্কা
মেছো ভূত
ভৌতিক টুকলি
১০ বেয়াদপ কে
১১ মাছি ভালোবাসে মিষ্টি খেতে
১২ কৃপণ পিসি জব্দ
১৩ ৰাজবৈদ্য নিৰ্বাচন
১৪ খট্টাঙ্গ পুৰাণ
১৫ গোপালেৰ কৃষ্ণপ্ৰাপ্তি
১৬ আঠাৰো মাসে বছৰ
১৭ সোণাৰ চাষ
১৮ মহাৰাজেৰ পৰোপকাৰ
১৯ উৰুক্কু জুতো
২০ ৰূপকথাৰ ৰাজ্যে গোপাল
২১ যান্ত্ৰিক কুকুৰ
২২ গোপাল ও ভগবান
২৩ ৰাজাৰ মামা
২৪ মহাৰাজেৰ ইচ্ছাপূৰণ
২৫ অদৃশ্য কেৰামতি
২৬ ভয়েৰ চোটে
২৭ অদ্ভুত শৰ্ত
২৮ গোপাল ও টুনি
২৯ গোপালেৰ বাণিজ্য যাত্ৰা
৩০ ব্ৰহ্মদৈত্য দমন
৩১ ঘুড়ি গাড়িৰ খেল
৩২ বিচাৰক গোপাল
৩৩ অন্ধ কে?
৩৪ ঘুমন্তপুৰীতে গোপাল
৩৫ এক টাকা
৩৬ প্ৰতিদান
৩৭ গোপাল ও ৰঙিন মাছ
৩৮ ছুৰিকাহত গোপাল
৩৯ যেমন কুকুৰ তেমন মুগুৰ
৪০ কেমন জব্দ
৪১ নাৰদ বনাম গোপাল
৪২ ইংৰেজ বনাম গোপাল
৪৩ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা
৪৪ গুল্টেৰ নতুন জামা
৪৫ ঠাকুৰ ভাসান
৪৬ মানুষেৰ থেকে পোশাক দামী
৪৭ গোপালেৰ ছবি আঁকা
৪৮ পাঁচ বোকা
৪৯ মন্ত্ৰীৰ মহাজনী কাৰবাৰ
৫০ ৰাজাৰ মামা

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Gopal Bhar spotted on the streets of Kolkata ahead of his own movie launch". telegraphindia.com. https://www.telegraphindia.com/my-kolkata/people/gopal-bhar-spotted-on-the-streets-of-kolkata-ahead-of-his-own-movie-launch/cid/1956956 আহৰণ কৰা হৈছে: ২৪ নভেম্বৰ ২০২৪.
  2. Sony Aath, সনি লিভে গোপাল ভাঁড় (২৭ আগষ্ট ২০২২). "Sonyliv". Archived from the original on ২২ অক্টোবৰ ২০২১. https://web.archive.org/web/20211022090613/https://www.sonyliv.com/shows/gopal-bhar-1700000125 আহৰণ কৰা হৈছে: ২৭ আগষ্ট ২০২২.
  3. "Aath". www.aath.in. Archived from the original on ২০২২-০৮-১৭. https://web.archive.org/web/20220817035047/https://www.aath.in/show আহৰণ কৰা হৈছে: 2022-08-27.
  4. "Watch Gopal Bhar Online, All Seasons or Episodes, Comedy | Show/Web Series" (en ভাষাত). www.digit.in. Archived from the original on ২০২০-১২-১৮. https://web.archive.org/web/20201218170021/https://www.digit.in/digit-binge/amp/shows/gopal-bhar-4291/ আহৰণ কৰা হৈছে: 2022-08-27.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

গোপাল ভাঁড় সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।