গোপীনাথ মহান্তি
অৱয়ব
This article may be in need of reorganization to comply with Wikipedia's layout guidelines. Please help by editing the article to make improvements to the overall structure. |
গোপীনাথ মহান্তি | |
---|---|
![]() | |
জন্ম | গোপীনাথ মহান্তি ২০ এপ্ৰিল ১৯১৪ নাগবালি ওড়িশা |
মৃত্যু | ২০ আগষ্ট ১৯৯১ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | ওড়িশা প্ৰশাসনীয় সেৱাৰ বিষয়া , সাহিত্যিক |
জনা যায় | 'অমৃতৰ সন্তান' , মাটিমটাল গ্ৰন্থৰ বাবে |
প্ৰসিদ্ধ ওড়িআ সাহিত্যিক । গোপীনাথ মহান্তিৰ জন্ম ১৯১৪ চনৰ ২০ এপ্ৰিল তাৰিখে ওড়িশাৰ নাগবালি গ্ৰামত। পিতৃৰ নাম সূৰ্য্যমণি মহান্তি আৰু মাতৃৰ নাম দূৰ্গাদেৱী ৷ ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ ৷ ১৯৭৪ চনত জ্ঞানপীঠ বঁটা লাভ কৰে ৷ ১৯৯১ চনৰ ২০ আগষ্ট তাৰিখে মৃত্যু হয় ৷
তেখেতৰ প্ৰসিদ্ধ গ্ৰন্থসমূহ হ’ল —
উপন্যাস : মন গহীনৰ চাষ
অমৃতৰ সন্তান
পৰজা
লয় বিলয়
দাদি বুঢ়া
হৰিজন
মাটিমটাল
দিগ দিহুড়ি
গল্প সংকলন : ঘাস ফুল
ৰণধন্দোল
নববধূ
কাব্য : যুদ্ধ
পুৰস্কাৰ : ১৯৫৫ চনত 'অমৃতৰ সন্তান' উপন্যাসৰ বাবে কেন্দ্ৰীয় সাহিত্য অকাদেমি পুৰস্কাৰ লাভ কৰে ৷
১৯৭০ চনত ছোভিয়েট দেশ নেহৰু সন্মান লাভ কৰে ৷
১৯৭৪ চনত 'মাটিমটাল' উপন্যাসৰ বাবে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰে
১৯৮১ চনত পদ্মভূষণ সন্মান লাভ কৰেে ৷