সমললৈ যাওক

গোপীনাথ মহান্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(গোপীনাথ মোহান্তিৰ পৰা পুনঃনিৰ্দেশিত)
গোপীনাথ মহান্তি
জন্ম গোপীনাথ মহান্তি
২০ এপ্ৰিল ১৯১৪
নাগবালি ওড়িশা
মৃত্যু ২০ আগষ্ট ১৯৯১
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ওড়িশা প্ৰশাসনীয় সেৱাৰ বিষয়া , সাহিত্যিক
জনা যায় 'অমৃতৰ সন্তান' , মাটিমটাল গ্ৰন্থৰ বাবে

প্ৰসিদ্ধ ওড়িআ সাহিত্যিক । গোপীনাথ মহান্তিৰ জন্ম ১৯১৪ চনৰ ২০ এপ্ৰিল তাৰিখে ওড়িশাৰ নাগবালি গ্ৰামত। পিতৃৰ নাম সূৰ্য্যমণি মহান্তি আৰু মাতৃৰ নাম দূৰ্গাদেৱী ৷ ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ ৷ ১৯৭৪ চনত জ্ঞানপীঠ বঁটা লাভ কৰে ৷ ১৯৯১ চনৰ ২০ আগষ্ট তাৰিখে মৃত্যু হয় ৷


তেখেতৰ প্ৰসিদ্ধ গ্ৰন্থসমূহ হ’ল —

উপন্যাস : মন গহীনৰ চাষ

অমৃতৰ সন্তান

পৰজা

লয় বিলয়

দাদি বুঢ়া

হৰিজন

মাটিমটাল

দিগ দিহুড়ি

গল্প সংকলন : ঘাস ফুল

ৰণধন্দোল

নববধূ

কাব্য : যুদ্ধ

পুৰস্কাৰ : ১৯৫৫ চনত 'অমৃতৰ সন্তান' উপন্যাসৰ বাবে কেন্দ্ৰীয় সাহিত্য অকাদেমি পুৰস্কাৰ লাভ কৰে ৷

১৯৭০ চনত ছোভিয়েট দেশ নেহৰু সন্মান লাভ কৰে ৷

১৯৭৪ চনত 'মাটিমটাল' উপন্যাসৰ বাবে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰে

১৯৮১ চনত পদ্মভূষণ সন্মান লাভ কৰেে ৷