সমললৈ যাওক

গোমতী ছাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোমতী ছাই
চত্তীশগড় বিধানসভা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৩ ডিচেম্বৰ ২০২৩
পূৰ্বসূৰী ৰাম পুকৰ সিং ঠাকুৰ
সমষ্টি পাথালগাঁও বিধানসভা সমষ্টি
সংসদৰ সদস্য, লোকসভা
কাৰ্যকাল
২০১৯ চন – ৬ ডিচেম্বৰ ২০২৩[1]
পূৰ্বসূৰী বিষ্ণু দেৱ সাই
উত্তৰসূৰী ৰাধেশ্যাম ৰথিয়া
সমষ্টি ৰাইগড় (লোকসভা সমষ্টি)
ব্যক্তিগত তথ্য
জন্ম ২৫ মে', ১৯৭৮ (৪৬ বছৰ)
কোকিয়াখৰ, যশপুৰ জিলা, মধ্যাপ্ৰদেশ
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী নিৰঞ্জন সাই (বি. ১৯৯১)
মাতৃ বসন্তী বাই
পিতৃ শুভ সাৰণ সিং

গোমতী ছাই (ইংৰাজী: Gomati Sai, ২৫ মে' ১৯৭৫) ছত্তীশগড়ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ৰায়গড়ৰ পৰা সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁ যশপুৰ জিলাৰ অনুসূচিত জনজাতি জনগোষ্ঠীৰ বাবে সংৰক্ষিত পাথোলগাঁও বিধান সভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

ছত্তীশগড়ৰ যশপুৰ জিলাৰ কুংকুৰিত গোমতী ছাইয়ে জন্মলাভ কৰিছিল। তেওঁৰ পিতৃৰ নাম শুভ সাৰণ সিং আৰু মাতৃ হৈছে বসন্তী বাই। ১৯৯১ চনত নিৰঞ্জন সাইৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। ৰাইপুৰৰ ছত্তীশগড় ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পৰা মুকলি বিদ্যালয়ৰ ধাৰাৰে তেওঁ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হয়।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ছত্তীশগড়ৰ ৰায়গড়ৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ তেওঁ নিৰ্বাচিত হৈছিল।[3][4][5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. India Today (6 December 2023). "10 of 12 BJP MPs who won state elections resign from Lok Sabha" (en ভাষাত). https://www.indiatoday.in/india/story/assembly-election-results-2023-bjp-mps-who-won-polls-resign-from-lok-sabha-2472653-2023-12-06. 
  2. "Gomati Sai(Bharatiya Janata Party(BJP)):Constituency- PATHALGAON (ST)(JASHPUR) - Affidavit Information of Candidate". myneta.info. https://myneta.info/Chhattisgarh2023/candidate.php?candidate_id=494। আহৰণ কৰা হৈছে: 2024-10-27. 
  3. "List of Chhattisgarh Lok Sabha Election 2019 winners". Zee News. 23 May 2019. https://zeenews.india.com/lok-sabha-general-elections-2019/list-of-chhattisgarh-lok-sabha-election-2019-winners-2205477.html। আহৰণ কৰা হৈছে: 24 May 2019. 
  4. "Raigarh (Chhattisgarh) Election 2019". Times Now. 29 April 2019. https://www.timesnownews.com/elections/article/raigarh-chhattisgarh-election-2019-raigarh-election-results-political-parties-bjp-congress-gomati-sai-and-laljeet-singh-rathia/407735। আহৰণ কৰা হৈছে: 22 August 2019. 
  5. "Raigarh Lok Sabha Chunav Result 2019: BJP की गोमती साई ने लहराया परचम, मंत्री का टिकट कटने पर मिला था मौका". AajTak. 23 May 2019. https://aajtak.intoday.in/story/raigarh-constituency-lok-sabha-election-result-2019-live-updates-bjp-congress-1-1085258.html। আহৰণ কৰা হৈছে: 22 August 2019.