গোলাঘাট বিধানসভা সমষ্টি
| সমষ্টি নং- ১০৩ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| বিভাগ | উজনি অসম |
| জিলা | গোলাঘাট |
| লোকসভা সমষ্টি | কাজিৰঙা |
| প্ৰতিস্থা | ১৯৫১ |
| সংৰক্ষণ | নাই |
অজন্তা নেওগ | |
| দল | Bharatiya Janata Party |
| মিত্ৰগোট | National Democratic Alliance |
| নিৰ্বাচিত বছৰ | ২০২৬ |
গোলাঘাট বিধানসভা সমষ্টি (ইংৰাজী: Golaghat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও গোলাঘাট জিলাৰ অন্তৰ্গত এই সমষ্টিটো ১০৩ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।
এই সমষ্টিটো গোলাঘাট জিলাৰ অন্তৰ্গত আৰু ই কাজিৰঙা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই কলিয়াবৰ লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
গোলাঘাট বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৫১ | ৰাজেন্দ্ৰ নাথ বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৫৭ | ৰাজেন্দ্ৰ নাথ বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | ৰামনাথ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬৭ | সোনেশ্বৰ বৰা | সংযুক্ত চোচিয়েলিষ্ট পাৰ্টী | |
| ১৯৭২ | সোনেশ্বৰ বৰা | সংযুক্ত চোচিয়েলিষ্ট পাৰ্টী | |
| ১৯৭৮ | সোনেশ্বৰ বৰা | জনতা পাৰ্টী | |
| ১৯৮৩ | নগেন নেওগ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | অতুল বৰা | অসম গণ পৰিষদ | |
| ১৯৯১ | নগেন নেওগ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | অতুল বৰা | অসম গণ পৰিষদ | |
| ২০০১ | অজন্তা নেওগ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | |||
| ২০১১ | |||
| ২০১৬ | |||
| ২০২১ | অজন্তা নেওগ | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২৬ | |||
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী অজন্তা নেওগে বিজয় সাব্যস্ত কৰি গোলাঘাট সমষ্টিৰ বিধায়িকা হিচাপে একেৰাহে ষষ্ঠবাৰৰ বাবে নিৰ্বাচিত হয় (পূৰ্বতে চাৰিবাৰ কংগ্ৰেছৰ পৰা আৰু শেষৰ দুবাৰ বিজেপিৰ পৰা)। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | অজন্তা নেওগ | 1,02,212 | 61.88 | +11.25 | |
| Indian National Congress | বিতোপন শইকীয়া | 58,453 | 35.39 | −9.45 | |
| নিৰ্দলীয় | ৰুবুল বৰা | 2,277 | 1.38 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ২,২৪৩ | ১.৩৬ | −০.২৭ | |
| সংখ্যাগৰিষ্ঠ | ৪৩,৭৫৯ | ২৬.৪৯ | +২০.৭০ | ||
| মুঠ ভোটদান | ১,৬৫,১৮৫ | ৮১.৫০ | +৩.৪৮ | ||
| ছুইং | - | - | |||
২০২১ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত গোলাঘাট সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | অজন্তা নেওগ | 81,651 | 50.63 | +4.01 | |
| Indian National Congress | বাবলু শইকীয়া (বিতোপন শইকীয়া) | 72,326 | 44.84 | −5.32 | |
| Assam Jatiya Parishad | ৰীণা শইকীয়া | 4,610 | 2.86 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ২,৬৩১ | ১.৬৩ | - | |
| সংখ্যাগৰিষ্ঠ | ৯,৩২৫ | ৫.৭৯ | - | ||
| মুঠ ভোটদান | ১,৬১,২১৮ | ৭৮.০২ | |||
| ৰ Indian National Congressৰ ওপৰত বিজয় সাব্যস্ত | ছুইং | - | - | ||
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Indian National Congress | অজন্তা নেওগ | 73,812 | 50.17 | ||
| Bharatiya Janata Party | বিতোপন শইকীয়া | 68,594 | 46.63 | ||
| নিৰ্দলীয় | অপূৰ্ব কুমাৰ বৰুৱা | 2,512 | 1.70 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ২,১৯৭ | ১.৫০ | - | |
| সংখ্যাগৰিষ্ঠ | ৫,২১৮ | ৩.৫৪ | - | ||
| মুঠ ভোটদান | ১,৪৭,১১৫ | ৮৩.৮৯ | |||
| ছুইং | - | - | |||
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "General Election to Assembly Constituencies: Trends & Results May-2026 - Constituencywise S03103 (Assam)". Election Commission of India. https://results.eci.gov.in/ResultAcGenMay2026/ConstituencywiseS03103.htm। আহৰণ কৰা হৈছে: 25 June 2026.