গোসাইগাঁও বিধানসভা সমষ্টি
অৱয়ব
| সমষ্টি নং- ১ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| জিলা | কোকৰাঝাৰ |
| লোকসভা সমষ্টি | কোকৰাঝাৰ |
| প্ৰতিস্থা | ১৯৫১ |
| মুঠ ভোটাৰ | ১,৮৪,৬১৩ (২০২১) |
| সংৰক্ষণ | নাই (সাধাৰণ) |
সভাৰম বসুমতাৰী | |
| দল | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
| নিৰ্বাচিত বছৰ | ২০২৬ |
গোঁসাইগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Gossaigaon Assembly constituency) ভাৰতৰ পূব প্ৰান্তৰ ৰাজ্য অসমৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো কোকৰাঝাৰ জিলাত অৱস্থিত আৰু ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।[1][2]
সমষ্টিৰ পৰিসৰ
[সম্পাদনা কৰক]ভৌগোলিক পৰিসৰ অনুসৰি গোঁসাইগাঁও সমষ্টিত কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গোঁসাইগাঁও পৌৰসভা, শিমুলটাপো, পোটামৰী, জলোৱাসুতী, গুমা, ভাওৰাগুৰী, ঢোদোদ্ৰা, গোঁসাইগাঁও আৰু হাৰিভংগা মৌজা অন্তৰ্ভুক্ত হৈ আছে।
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| বৰ্ষ | বিধায়ক | দল |
|---|---|---|
| ১৯৫২ | যতীন্দ্ৰ নাৰায়ণ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৫৭ | মিথিয়াছ টুডু | স্বতন্ত্ৰ প্ৰাৰ্থী |
| ১৯৬২ | মিথিয়াছ টুডু | স্বতন্ত্ৰ প্ৰাৰ্থী |
| ১৯৬৭ | মিথিয়াছ টুডু | স্বতন্ত্ৰ প্ৰাৰ্থী |
| ১৯৭২ | মিথিয়াছ টুডু | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৭৮ | মিথিয়াছ টুডু | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৮৩ | মিথিয়াছ টুডু | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৮৫ | মিথিয়াছ টুডু | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৯১ | তাজেন্দ্ৰ নাৰ্জাৰী | স্বতন্ত্ৰ প্ৰাৰ্থী |
| ১৯৯৬ | তাজেন্দ্ৰ নাৰ্জাৰী | অসম গণ পৰিষদ |
| ২০০১ | মিথিয়াছ টুডু | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০০৬ | মজেন্দ্ৰ নাৰ্জাৰী | স্বতন্ত্ৰ প্ৰাৰ্থী |
| ২০১১ | মজেন্দ্ৰ নাৰ্জাৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
| ২০১৬ | মজেন্দ্ৰ নাৰ্জাৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
| ২০২১ | মজেন্দ্ৰ নাৰ্জাৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
| ২০২১ (উপ-নিৰ্বাচন) | জিৰণ বসুমতাৰী | ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল |
| ২০২৬ | চভৰাম বসুমতাৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২১ চনৰ উপ-নিৰ্বাচন
[সম্পাদনা কৰক]সমষ্টিটোৰ বিধায়ক মজেন্দ্ৰ নাৰ্জাৰীৰ ক'ভিড-১৯ জনিত কাৰণত মৃত্যু হোৱাৰ বাবে ২০২১ চনৰ ৩০ অক্টোবৰত এই উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল।
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল | জিৰণ বসুমতাৰী | ৫৮,২৫৬ | ৪১.১৫ | - | |
| বড়োলেণ্ড পিপলছ ফ্ৰণ্ট | ধ্ৰুৱ কুমাৰ ব্ৰহ্ম চৌধুৰী | ৩০,০১৪ | ২১.২৪ | { secret_−১৫.৫৬ } | |
| কংগ্ৰেছ | জুৱেল টুডু | ২২,৭০৫ | ১৬.০৭ | - | |
| এআইইউডিএফ | খাইৰুল আনাম খন্দকাৰ | ২০,৮৮৭ | ১৪.৭৮ | - | |
| গণ সুৰক্ষা পাৰ্টী | কমল কুমাৰ ব্ৰহ্ম | ৫,৪৩১ | ৩.৮৪ | ||
| নটা (NOTA) | ওপৰৰ এটাও নহয় | ১,৫৫৯ | ১.১০ | +০.০৯ | |
| সংখ্যাগৰিষ্ট | ২৮,২৪২ | ১৯.৯১ | +১৬.৪১ | ||
| মুঠ ভোটদান | ১,৪১,২৯৩ | ৭৭.৩৯ | −২.৯৭ | ||
| বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ ওপৰত ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ বিজয় সাব্যস্ত | ছুইং | ||||
২০২১ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| বড়োলেণ্ড পিপলছ ফ্ৰণ্ট | মজেন্দ্ৰ নাৰ্জাৰী | ৬১,৫৭১ | ৩৬.৮ | { secret_−৫.৬৭ } | |
| ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল | সোমনাথ নাৰ্জাৰী | ৫৫,৭১২ | ৩৩.৩ | - | |
| নিৰ্দলীয় ৰাজনীতিবিদ | আব্দুল খালেক মণ্ডল | ৩০,৬৪৫ | ১৮.৩১ | - | |
| নিৰ্দলীয় ৰাজনীতিবিদ | ৰেজাউল কৰিম সৰকাৰ | ১১,৯৭৭ | ৭.১৬ | - | |
| নটা | ওপৰৰ এটাও নহয় | ১,৬৯৭ | ১.০১ | ||
| সংখ্যাগৰিষ্ট | ৫,৮৫৯ | ৩.৫ | |||
| মুঠ ভোটদান | ১,৬৭,৩২৩ | ৮০.৩৬ | |||
| বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ বিজয় সাব্যস্ত | ছুইং | ||||
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| বড়োলেণ্ড পিপলছ ফ্ৰণ্ট | মজেন্দ্ৰ নাৰ্জাৰী | ৪৫,১৮৫ | ৪২.৪৭ | { secret_+৬.১৪ } | |
| অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট | ৰবি শংকৰ বৰগয়াৰী | ৩৯,০৯৯ | ৩৬.৭৪ | - | |
| কংগ্ৰেছ | অশ্বিনী কুমাৰ ৰায় চৰকাৰ | ১৬,০৮৯ | ১৫.১২ | { secret_−৫.১১ } | |
| চিপিআই(এম) | মহানন্দ ৰায় | ২,৩২৫ | ২.১৮ | - | |
| নিৰ্দলীয় ৰাজনীতিবিদ | হৰ কুমাৰ ব্ৰহ্ম | ১,৬৮১ | ১.৫৮ | - | |
| নটা | ওপৰৰ এটাও নহয় | ১,৯৮৭ | ১.৮৬ | ||
| সংখ্যাগৰিষ্ট | ৬,০৫৭ | ৫.৭৩ | |||
| মুঠ ভোটদান | ১,০০,৩৭৬ | ৮৬.৩২ | |||
| বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ বিজয় সাব্যস্ত | ছুইং | ||||
২০১১ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| বড়োলেণ্ড পিপলছ ফ্ৰণ্ট | মজেন্দ্ৰ নাৰ্জাৰী | ৩৯,১৬০ | ৩৬.৩৩ | - | |
| নিৰ্দলীয় ৰাজনীতিবিদ | খৈৰুল আলম খন্দকাৰ | ২৮,২৫৪ | ২৬.২১ | - | |
| কংগ্ৰেছ | অশ্বিনী কুমাৰ ৰায় চৰকাৰ | ২১,৮০৫ | ২০.২৩ | - | |
| অসম গণ পৰিষদ | ক্ৰীচেন বৰগয়াৰী | ১১,২৯৮ | ১০.৪৮ | - | |
| বিজেপি | ৰঞ্জিত কুমাৰ ব্ৰহ্ম | ৫,৩৮৫ | ৪.৯৯ | - | |
| সংখ্যাগৰিষ্ট | ১০,৯০৬ | ১০.১২ | |||
| মুঠ ভোটদান | ১,০০,৭৯৫ | ৭৭.৮৫ | |||
| বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ বিজয় সাব্যস্ত | ছুইং | ||||
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "List of Parliamentary & Assembly Constituencies". Election Commission of India. http://eci.nic.in/eci_main/CurrentElections/CONSOL_LA_DEL.pdf। আহৰণ কৰা হৈছে: 2016-04-06.
- ↑ "Gossaigaon Election Result 2016, Winner, Gossaigaon Assembly Election Likely Result". elections.in. http://www.elections.in/assam/assembly-constituencies/gossaigaon.html। আহৰণ কৰা হৈছে: 2016-04-06.