সমললৈ যাওক

গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোৱালপাৰা পশ্চিম
সমষ্টি নং- ১৩ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাগোৱালপাৰা
লোকসভা সমষ্টিগুৱাহাটী
প্ৰতিস্থা১৯৬৭
সংৰক্ষণঅনুসূচিত জনজাতি
বিধান সভাৰ সদস্য
পদাধিকাৰী
পবিত্ৰ ৰাভা
দল  বিজেপি
মিত্ৰগোট  এনডিএ
নিৰ্বাচিত বছৰ২০২৬

গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি (ইংৰাজী: Goalpara West Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ খন বিধানসভাৰ সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো গোৱালপাৰা জিলাত অৱস্থিত আৰু ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।

২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি, এই বিধানসভা সমষ্টিটো অনুসূচিত জনজাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কৰা হৈছে।

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]

এই সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিধায়কসকলৰ তালিকা তলত দিয়া হ'ল:

বৰ্ষবিধায়কৰাজনৈতিক দল
১৯৬৭এছ. এ. জোতদাৰপ্ৰজা চোচিয়েলিষ্ট পাৰ্টী
১৯৭২এছ. এ. জোতদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮নাজমূল হকস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৮৩হাছানুদ্দিন আহমেদস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৮৫শ্বেখ সমন আলীস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯১নাজমূল হকস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯৬আবু বকৰ চিদ্দিক জোতদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
২০০১শ্বেখ শ্বাহ আলমনেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী
২০০৬আব্দুৰ ৰছিদ মণ্ডলভাৰতীয় জাতীয় কংগ্ৰেছ
২০১১শ্বেখ শ্বাহ আলমসৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
২০১৬আব্দুৰ ৰছিদ মণ্ডলভাৰতীয় জাতীয় কংগ্ৰেছ
২০২১আব্দুৰ ৰছিদ মণ্ডলভাৰতীয় জাতীয় কংগ্ৰেছ
২০২৬পবিত্ৰ ৰাভাভাৰতীয় জনতা পাৰ্টী

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]
অসম বিধানসভা নিৰ্বাচন, ২০২৬: গোৱালপাৰা পশ্চিম
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
ভাৰতীয় জনতা পাৰ্টী পবিত্ৰ ৰাভা ৯২,২১৬ ৬৩.৩৯
ভাৰতীয় জাতীয় কংগ্ৰেছ মাৰ্কলাইন মাৰাক ৫২,২৯৯ ৩৫.৯৫ −১৮.৬৭
স্বতন্ত্ৰ প্ৰাৰ্থী ধনদীপ প্ৰসাদ ৰাভা ৯৬১ ০.৬৬
ন’টা (NOTA) ওপৰৰ এটাও নহয় ৯১৩ ০.৬২ −০.২১
সংখ্যাগৰিষ্ট ৩৯,৯১৭ ২৭.৪৪ −১.৮৬
মুঠ ভোটদান ১,৪৭,৫৩০
ভাৰতীয় জাতীয় কংগ্ৰেছৰ ওপৰত ভাৰতীয় জনতা পাৰ্টীবিজয় সাব্যস্ত ছুইং +৮.৭৭

২০২১ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]
অসম বিধানসভা নিৰ্বাচন, ২০২১: গোৱালপাৰা পশ্চিম
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
ভাৰতীয় জাতীয় কংগ্ৰেছ আব্দুৰ ৰছিদ মণ্ডল ৮৫,৭৫২ ৫৪.৬২ +৯.৮৩
অসম গণ পৰিষদ শ্বেখ শ্বাহ আলম ৩৯,৭২৮ ২৫.৩ +২৪.৪৬
স্বতন্ত্ৰ প্ৰাৰ্থী চান আলী মিঞা ১৭,৭৮৬ ১১.৩
স্বতন্ত্ৰ প্ৰাৰ্থী নৱজ্যোতি ৰাভা ৫,২৭৬ ৩.৪
ন’টা (NOTA) ওপৰৰ এটাও নহয় ১,৩০৮ ০.৮৩ +০.৩৬
সংখ্যাগৰিষ্ট ৪৬,০২৪ ২৯.৩ +১১.৪৩
মুঠ ভোটদান ১,৫৬,৯৭৯ ৯৭.৬ +৫.৯৩
ভাৰতীয় জাতীয় কংগ্ৰেছবিজয় সাব্যস্ত ছুইং

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বহিঃসংযোগ

[সম্পাদনা কৰক]