গো পাল
অৱয়ব
| গো পাল | |
|---|---|
কামৰূপৰ ৰজা
| |
| পূৰ্বসূৰী | ইন্দ্ৰ পাল |
| উত্তৰাধিকাৰী | হৰ্ষ পাল |
| দাম্পত্য সঙ্গী | নয়নাদেৱী |
| সন্তান | |
| হৰ্ষ পাল | |
| মাতৃ | ৰাষ্ট্ৰকূট বংশৰ ৰাজ্য দেৱী |
| পিতৃ | ইন্দ্ৰ পাল |
গো পাল কামৰূপ ৰাজ্যৰ পাল বংশৰ ইন্দ্ৰ পাল আৰু তেওঁৰ ৰাণী ৰাজ্য দেৱীৰ উত্তৰাধিকাৰী আৰু পুত্ৰ আছিল, যিয়ে ৯৯০-১০১৫ খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল।[1]
তলত দিয়া বৰ্ণনা ধৰ্ম পালৰ অনুদান তামৰ ফলিৰপৰা লোৱা হৈছে:
"তেওঁৰ (ব্ৰহ্ম পালৰ) পৰিয়ালত ৰাজনীতিত পাকৈত আৰু ধৰ্মৰ প্ৰতি গভীৰ শ্ৰদ্ধা থকা গো পাল নামৰ এজন ৰজা আছিল। তেওঁৰ বীৰত্বই শত্ৰুবোৰক জুয়ে অৰণ্য জ্বলোৱাৰ দৰে জ্বলাই দিছিল। সেই বিখ্যাত আৰু উৎসাহী ৰজাৰ এগৰাকী উচ্চ খ্যাতিসম্পন্ন নয়না নামৰ পত্নী আছিল। তেওঁৰ পুত্ৰ জন্ম হৈছিল যশস্বী হৰ্ষ পাল।"
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Choudhury, P. C, The History of Civilisation of the People of Assam to the Twelfth Century A.D