সমললৈ যাওক

গৌৰাং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গৌৰাং নদী
মোহনা ব্ৰহ্মপুত্ৰ নদী (ধুবুৰী জিলা)
দেশৰ মাজেৰে প্ৰবাহমান ভূটান, ভাৰত
অৱস্থান চিৰাং জিলা, কোকৰাঝাৰ জিলা, ধুবুৰী জিলা, অসম, ভাৰত
দৈৰ্ঘ্য ৯৮ কিল'মিটাৰ

গৌৰাং (ইংৰাজী: Gwrang)[1][2] হৈছে ৯৮ কিলোমিটাৰ দীঘল এখন নদী, যিখন ভূটানত উৎপত্তিলাভ কৰি দক্ষিণলৈ ভাৰত অভিমুখে বৈ আহিছে। এই নদীখনে প্ৰথমে অসমৰ চিৰাং জিলাত প্ৰৱেশ কৰে, য’ত ইয়াৰ নাম স্বৰ্মাঙ্গা (Swrmanga) হয়। ইয়াৰ পিছত নদীখন পশ্চিমলৈ কোকৰাঝাৰ জিলাৰ মাজেৰে বৈ গৈ পুনৰ দক্ষিণলৈ গতি কৰে আৰু ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰ নদীৰ সোঁপাৰত মিলি সমাপ্ত হয়।[3][4]

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Kokrajhar district". www.assaminfo.com. http://www.assaminfo.com/districts/17/kokrajhar.htm। আহৰণ কৰা হৈছে: 2020-12-05.
  2. ↑ "Three Students drown again in Kokrajhar's Gaurang River" (en-US ভাষাত). 2 October 2020. https://www.insidene.com/three-students-drown-again-in-kokrajhars-gaurang-river/। আহৰণ কৰা হৈছে: 2020-12-05.
  3. ↑ Borah, Pranjal. "Principal Rivers in Assam". Assam Online Portal. http://www.assamportal.com/principal-rivers-in-assam/। আহৰণ কৰা হৈছে: 2014-02-14.
  4. ↑ "Gwrang — river of life and death" (en ভাষাত). Hindustan Times. 2012-08-01. https://www.hindustantimes.com/india/gwrang-river-of-life-and-death/story-GEcNizPHnT2TeG8t7BMM5M.html। আহৰণ কৰা হৈছে: 2020-12-05.