গৌৰৱ বৰা
অৱয়ব
| এই প্ৰবন্ধৰ বিষয়বস্তুৱে সম্ভৱতঃ ৱিকিপিডিয়াৰ সাধাৰণ উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী মানি চলা নাই। অনুগ্ৰহ কৰি বিষয়টোৰ সম্পৰ্কে বিশ্বাসযোগ্য তথ্য-উৎস সন্নিবিষ্ট কৰি উল্লেখযোগ্যতা সাব্যস্ত কৰাত সহায় কৰক। উল্লেখযোগ্যতা সাব্যস্ত নহ'লে প্ৰবন্ধটো একত্ৰিত, পুনঃনিৰ্দেশ, বা বিলোপ কৰা হ'ব পাৰে। |
| গৌৰৱ বৰা | |
|---|---|
| জন্ম | ২৬ অক্টোবৰ, ১৯৮৫ (৪০ বছৰ) ধেমাজি, অসম, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | অভিনেতা |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৫ - বৰ্তমানলৈ |
| দাম্পত্যসঙ্গী | গৰিমা শৰ্মা |
| ৱেবছাইট | |
| https://www.imdb.com/name/nm14528248/ | |
গৌৰৱ বৰা (জন্ম: ২৬ অক্টোবৰ ১৯৮৫) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ, ধাৰাবাহিক আৰু মঞ্চ অভিনেতা। ২০০৫ চনত তেওঁ ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত হামাৰ ধনি শীৰ্ষক ভিচিডি ছবিখনৰ জড়িয়তে পেচাদাৰী অভিনয় জগতখনত পাতনি মেলিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]বৰাই ১৯৮৫ চনৰ ২৬ অক্টোবৰ তাৰিখে ধেমাজি জিলাৰ টেকজুৰী গাওঁত জন্মগ্ৰহন কৰিছিল।
অভিনয় জীৱন
[সম্পাদনা কৰক]চলচ্চিত্ৰ, ধাৰাবাহিক, নাটক, ৱেবচিৰিজ
[সম্পাদনা কৰক]সৰুৰে পৰা ভাওনা, ৰাস, অপেচাদাৰী নাটকৰ লগত জড়িত গৌৱৱ বৰাই গুৱাহাটীত বাহাৰুল ইছলামৰ তত্বাৱধানত ছিগাল থিয়েটাৰত অভিনয়ৰ প্ৰশিক্ষণ লৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] তেওঁ বৰ্তমানলৈকে বহুকেইখন জনপ্ৰিয় ধাৰাবাহিক, ছবি, ভিচিডি আৰু ৱেবচিৰিজত অভিনয় কৰিছে।
| নাম | মুক্তি বৰ্ষ | পৰিচালকৰ নাম |
|---|---|---|
| হামাৰ ধনি | ২০০৫ | ৰাজেশ ভূঞা |
| ডাক্টৰ বেজবৰুৱা | ২০২৩ | নিপন গৌস্বামী |
| ক্ষুধা | ২০২৪ | দীপক কুমাৰ ৰয় |
| মেঙ্গ | ২০২৫ | মনোজিত শৰ্মা |
| মৰমৰ দেউতা[1][2][3] | মুক্তিৰ পথত | হিমজ্যোতি তালুকদাৰ |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "মৰমৰ দেউতা" (as ভাষাত). ৰূপালীপৰ্দা. https://rupaliparda.com/archives/33042। আহৰণ কৰা হৈছে: 2026-05-10.
- ↑ "Film ‘Moromor Deuta’ Inspired by Dr. Bhabendra Nath Saikia’s Novel Set to Hit Theatres on May 15" (en ভাষাত). NorthEast Film Journal. https://northeastfilmjournal.com/film-moromor-deuta-inspired-by-dr-bhabendra-nath-saikias-novel-set-to-hit-theatres-on-may-15। আহৰণ কৰা হৈছে: 2026-05-10.
- ↑ "Assam: Bhabendra Nath Saikia’s novel ‘Moromor Deuta’ to hit theatres on May 15" (en ভাষাত). NorthEast Now. 2026-03-19. https://nenow.in/entertainment/assam-bhabendra-nath-saikias-novel-moromor-deuta-to-hit-theatres-on-may-15.html। আহৰণ কৰা হৈছে: 2026-05-10.