ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়
ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় | |
অৱস্থান | |
---|---|
১নং ঘিলামৰা ঘিলামৰা অসম ![]() | |
প্ৰাথমিক তথ্যসমূহ | |
স্কু্লৰ প্ৰকাৰ | নিম্ন বুনিয়াদী |
প্ৰতিষ্ঠাকাল | ১৯৬৪ |
বিদ্যালয়ৰ বিভাগ | লখিমপুৰ |
প্ৰধান শিক্ষক | পদ্ম গোঁহাই |
কৰ্মচাৰী | ১ |
শিক্ষক | ২০ |
ছাত্ৰৰ সংখ্যা | ২৫০ |
ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়খন লখিমপুৰ জিলাৰ ভিতৰতে জাকত-জিলিকা প্ৰাথমিক বিদ্যালয়। ১৯৬৪ চনতে ঘিলামৰা অঞ্চলৰ মাজঁ মজিয়াতে বিদ্যালয়খন স্থাপিত হৈছিল। ইতিমধ্যে বিদ্যালয়খনে "সোণালী জয়ন্তী" গৰকিছে। এটা সময়ত এইখন বিদ্যালয়ৰ পৰা বৃত্তি পোৱা ছাত্ৰ-ছাত্ৰী সংখ্যা পৰা ক্ৰমাগত ভাৱে বহু বছৰ জিলাখনৰ ভিতৰতে সৰ্ব্বোচ্চ আছিল।



