ঘূমাৰ
| ঘূমাৰ | |
|---|---|
পোষ্টাৰ | |
| পৰিচালক | আৰ বাল্কি |
| ৰচনা | আৰ বাল্কি ৰাহুল সেনগুপ্ত ঋষি বীৰমানী |
| অভিনয়ত | শাবানা আজমী অভিষক বচ্চন ছেয়ামী খেৰ অংগদ বেদী |
| সংগীত পৰিচালক | অমিত ত্ৰিবেদী |
মুক্তি |
১২ আগষ্ট ২০২৩ (Melbourne) ১৮ আগষ্ট ২০২৩ |
দৈৰ্ঘ্য |
১৩৪ মিনিট[1] |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
| সৰ্বমুঠ আয় | est. ₹৭ কোটি [2] |
ঘূমাৰ (ইংৰাজী অৰ্থ: Spinner)[টোকা 1] ২০২৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ ক্ৰীড়া নাট্যধৰ্মী ছবি।[3] ইয়াত অভিনয় কৰিছে শ্বাবানা আজমী, অভিষেক বচ্চন, ছেয়ামী খেৰ, আৰু অংগদ বেদীয়ে।[4]
২০২৩ চনৰ ১২ আগষ্টত মেলবৰ্ণৰ দ্বাদশ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত উন্মোচন ছবি হিচাপে ঘূমাৰৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হয়।[5] ২০২৩ চনৰ ১৮ আগষ্টত ভাৰতৰ ছবিগৃহত মুক্তি পায়।[6][7] ৬৯তম ফিল্মফেয়াৰ বঁটাত ছবিখনে শ্ৰেষ্ঠ অভিনেতা (সমালোচক) আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীকে ধৰি তিনিটা মনোনয়ন লাভ কৰে।[8]
সাৰাংশ
[সম্পাদনা কৰক]অনিনা "অনি" দীক্ষিত এজনী উজ্জ্বল আৰু উদীয়মান ক্ৰিকেটৰ বেটিং প্ৰতিভা। এটা দূৰ্ঘটনাত তেওঁ সোঁহাতখন হেৰুৱাই পেলায়। সহানুভূতিহীন আৰু ব্যৰ্থ টেষ্ট ক্ৰিকেটাৰ পদম "পেডী" সিং সোধীয়ে বলাৰৰ ৰূপত তেওঁৰ মনত নতুন আশাৰ সঞ্চাৰ কৰে। বলাৰ হিচাপে তেওঁৰ ভাগ্য ঘূৰাই আনিবলৈ সোধীয়ে তেওঁক অগতানুগতিক কৌশলেৰে প্ৰশিক্ষণ দিয়ে। স্পিনিং বা "ঘূমাৰ" তেওঁলোক দুয়োজনে উদ্ভাৱন কৰা বলিঙৰ এক নতুন কৌশল। পিছে অনিনাই ১০ মাহতকৈও কম সময়ত যোগ্যতা অৰ্জন কৰি বলাৰ হিচাপে ভাৰতীয় মহিলা দলত স্থান লাভ কৰিব পাৰিবনে? [9]
Note
[সম্পাদনা কৰক]- ↑ 'Ghoomna' in Hindi means to spin and "er" suffixe add to it from English, that's why "Ghoomer" translates to "Spinner."
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Ghoomer". British Board of Film Classification. https://www.bbfc.co.uk/release/ghoomer-q29sbgvjdglvbjpwwc0xmde1mze2। আহৰণ কৰা হৈছে: 17 August 2023.
- ↑ "ghoomer box office collection". 18 August 2023. https://www.bollywoodhungama.com/movie/ghoomer/box-office/.
- ↑ "'Ghoomer': Abhishek Bachchan, Saiyami Kher's first look motion poster out". The Hindu. 31 July 2023. https://www.thehindu.com/entertainment/movies/ghoomer-abhishek-bachchan-saiyami-khers-first-look-motion-poster-out/article67141264.ece। আহৰণ কৰা হৈছে: 2023-07-31.
- ↑ "'Lefty hai? Left hi hai': Abhishek Bachchan and Saiyami Kher's first look from Ghoomer out, film to hit theatres on Aug 18". The Indian Express. 31 July 2023. https://indianexpress.com/article/entertainment/bollywood/lefty-hai-left-hi-hai-abhishek-bachchan-and-saiyami-khers-first-look-from-ghoomer-out-film-to-hit-theatres-on-aug-18-8868998/। আহৰণ কৰা হৈছে: 2023-07-31.
- ↑ "Abhishek Bachchan-R Balki's 'Ghoomer' to open Indian Film Festival of Melbourne". India Today. 10 July 2023. https://www.indiatoday.in/movies/bollywood/story/abhishek-bachchan-r-balki-saiyami-kher-ghoomer-indian-film-festival-melbourne-2404398-2023-07-10। আহৰণ কৰা হৈছে: 2023-07-31.
- ↑ "Ghoomer motion poster: Saiyami Kher determined to play cricket with one hand, Abhishek Bachchan is her coach". Hindustan Times. 31 July 2023. https://www.hindustantimes.com/entertainment/bollywood/ghoomer-motion-poster-abhishek-bachchan-saiyami-kher-cricket-one-hand-101690783591962.html। আহৰণ কৰা হৈছে: 2023-07-31.
- ↑ "R Balki's 'Ghoomer' to hit screens on August 18". The Print. 31 July 2023. https://theprint.in/feature/r-balkis-ghoomer-to-hit-screens-on-august-18/1693483/। আহৰণ কৰা হৈছে: 2023-07-31.
- ↑ "Nominations for the 69th Hyundai Filmfare Awards 2024 with Gujarat Tourism: Full list out" (en ভাষাত). Filmfare. 15 January 2024. https://www.filmfare.com/news/bollywood/nominations-for-the-69th-hyundai-filmfare-awards-2024-with-gujarat-tourism-full-list-out-63822.html.
- ↑ "Bollywood News: Abhishek Bachchan, Saiyami Kher Look Promising In 'Ghoomer' First Look Motion Poster". Zee News. http://zeenews.india.com/bollywood/bollywood-news-abhishek-bachchan-saiyami-kher-look-promising-in-ghoomer-first-look-motion-poster-2642698.html। আহৰণ কৰা হৈছে: 2023-07-31.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ঘূমাৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Ghoomer at Bollywood Hungama