ঘেৰাও
ঘেৰাও, যাৰ অৰ্থ "ঘেৰি ৰখা" হৈছে এনে এটা শব্দ যিয়ে ভাৰতৰ শ্ৰমিক কৰ্মী আৰু সংঘৰ নেতাসকলে ব্যৱহাৰ কৰা কৌশলক বুজায়; ই পিকেটিঙৰ দৰেই। সাধাৰণতে, কোনো ৰাজনীতিবিদ বা চৰকাৰী ভৱন এটাক তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে বা উত্তৰ নিদিয়ালৈকে এটা দলে ঘেৰি ধৰি থাকে।[1] এই নীতিটো শ্ৰম খণ্ডত প্ৰতিবাদৰ আনুষ্ঠানিক মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিছিল ক্ৰমে ১৯৬৭ আৰু ১৯৬৯ চনত পশ্চিম বংগৰ সংযুক্ত ফ্ৰণ্ট চৰকাৰত পিডব্লিউডি আৰু শ্ৰম মন্ত্ৰী সুবোধ বেনাৰ্জীয়ে।[2][3]
জনপ্ৰিয়তাৰ বাবে ২০০৪ চনত সংক্ষিপ্ত অক্সফৰ্ড ইংৰাজী অভিধানত “ঘেৰাও” শব্দটো সংযোজন কৰা হয়। ভাৰতীয়; দাবী পূৰণ নোহোৱালৈকে শ্ৰমিকসকলে নিয়োগকৰ্তাসকলক কৰ্মস্থলী এৰি যোৱাত বাধা দিয়া প্ৰতিবাদ; উৎপত্তি: হিন্দীৰ পৰা” আৰু সুবোধ বেনাৰ্জীক ঘেৰাও মন্ত্ৰী বুলি কোৱা হৈছিল।[4]
২০২০–২০২১ চনৰ ভাৰতীয় কৃষকৰ প্ৰতিবাদত চৰকাৰী ভৱনৰ বিৰুদ্ধে কৃষকসকলে ঘেৰাও ব্যৱহাৰ কৰিছিল।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Bandyopadhyay, Ritajyoti (2022). Streets in Motion: The Making of Infrastructure, Property, and Political Culture in Twentieth-century Calcutta. প্ৰকাশক Cambridge: Cambridge University Press. doi:10.1017/9781009109208. ISBN 9781009109208. https://www.cambridge.org/core/books/streets-in-motion/2D42F4BF0D2086A1DBB254A5120ACB42.
- ↑ Dasgupta, Surajit Kumar; Dāśagupta, Surajit̲a (December 19, 1992). West Bengal's Jyoti Basu: A Political Profile Page 27. Gian Publishing House. ISBN 9788121204200. https://books.google.com/books?id=N7QI4eOM18cC&q=Subodh+Banarjee,+west+bengal&pg=PA28.
- ↑ "Populist Governance". Archived from the original on 2009-04-18. https://web.archive.org/web/20090418042211/http://www.boloji.com/diary/kolkata/013.htm। আহৰণ কৰা হৈছে: 2009-05-17.
- ↑ "A Defiant Rebel - Mainstream Weekly". www.mainstreamweekly.net. http://www.mainstreamweekly.net/article263.html.
- ↑ Talwar, Gaurav (8 December 2020). "Farm protests: AAP holds protest march to gherao CM's office, stopped by police | Dehradun News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/dehradun/farm-protests-aap-holds-protest-march-to-gherao-cms-office-stopped-by-police/articleshow/79612372.cms। আহৰণ কৰা হৈছে: 22 December 2020.