সমললৈ যাওক

ঘৰে বাইৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঘৰে বাইৰে

পোষ্টাৰ
পৰিচালক সত্যজিৎ ৰায়
ৰচনা সত্যজিৎ ৰায়, ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ উপন্যাস
প্ৰযোজক NFDC
অভিনয়ত স্বাতীলেখা চেটাৰ্জী
সৌমিত্ৰ চেটাৰ্জী
ভিক্টৰ বেনাৰ্জী
জেনিফাৰ কেণ্ডেল
চিত্ৰগ্ৰহণকাৰী সৌমেন্দু ৰায়
সম্পাদনা দুলাল দত্ত
সংগীত পৰিচালক সত্যজিৎ ৰায়
মুক্তি
২২ মে' ১৯৮৪ (1984-05-22)
দৈৰ্ঘ্য
১৪০ মিনিট
দেশ ভাৰত
ভাষা বঙালী/ইংৰাজী

ঘৰে বাইৰে (ইংৰাজী: Ghare Baire ) ১৯৮৪ চনৰ সত্যজিৎ ৰায় পৰিচালিত আৰু ৰচিতএখন ভাৰতীয় বাংলা ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে সৌমিত্ৰ চেটাৰ্জী, ভিক্টৰ বেনাৰ্জী, স্বাতীলেখা চেটাৰ্জী আৰু জেনিফাৰ কেণ্ডেলে। ছবিখনত জাতীয়তাবাদ, নাৰী মুক্তি, জীৱনৰ আধ্যাত্মিক আৰু ভৌতিক দৃষ্টিকোণ, পৰম্পৰা বনাম আধুনিকতাবাদ আদি কেইবাটাও বিষয়বস্তুৰ জটিল চিত্ৰায়ণ কৰা হৈছে।[1][2][3][4]

ৰায়ে প্ৰথমখন ছবি পথেৰ পাঁচালী নিৰ্মাণৰ বহু আগতেই ১৯৪০ চনত ইয়াৰ চিত্ৰনাট্য প্ৰস্তুত কৰিছিল। ১৯৮৪ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে পালম্ ডি অৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।[5] ৩২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ই বাংলা ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বঁটা লাভ কৰে।

৩২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৮৫)[6]
  • বাংলা ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি
  • শ্ৰেষ্ঠ সহযোগী অভিনেতা- ভিক্তৰ বেনাৰ্জী
  • শ্ৰেষ্ঠ বেশভূষা- হাৰুদাস আৰু বাপুল দাস

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Pauline Kael, State of the Art আই.এচ.বি.এন. 0-7145-2869-2
  2. Ghatpande, Neha (8 May 2017). "Ghare-Baire: Bimala's Transgression Of Boundaries Between The Home And The World". Feminism in India. https://feminisminindia.com/2017/05/09/ghare-baire-analysis/। আহৰণ কৰা হৈছে: 31 December 2022. 
  3. Basu, Sanjukta (18 May 2020). "Gender, Sexuality and Nation – Tagore's Ghare Baire (Home and the World)". This Is My Truth. Archived from the original on 31 December 2022. https://web.archive.org/web/20221231045500/https://sanjukta.wordpress.com/2020/05/18/gender-sexuality-and-nation-rabindranath-tagore-ghare-baire-home-and-the-world-ignou-assignments-mawgs/। আহৰণ কৰা হৈছে: 31 December 2022. 
  4. Mahapatra, Anirban (22 March 2020). "What Satyajit Ray's Ghare Baire tells us about our age of aggressive nationalism". The Indian Express. https://indianexpress.com/article/express-sunday-eye/what-satyajit-rays-ghare-baire-tells-us-about-our-age-of-aggressive-nationalism-6322470/। আহৰণ কৰা হৈছে: 31 December 2022. 
  5. "Festival de Cannes: Ghare Baire". festival-cannes.com. http://www.festival-cannes.com/en/archives/ficheFilm/id/1187/year/1984.html। আহৰণ কৰা হৈছে: 2009-06-23. 
  6. "32nd National Film Awards (PDF)". Directorate of Film Festivals. http://dff.nic.in/2011/32nd_nff_1985.pdf। আহৰণ কৰা হৈছে: 18 January 2013. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]