চ'ল ইন-আ
| চ'ল ইন-আ | |
|---|---|
২০২৪ চনৰ ছেপ্টেম্বৰত চ'ল | |
| জন্ম | বাং য়ে-ৰিন ০৩ জানুৱাৰী, ১৯৯৬ (৩০ বছৰ) সুৱন, দক্ষিণ কোৰিয়া[1][2] |
| অন্য নাম | চ'ৰিনা[3] |
| শিক্ষা | ছিয়'ল ইনষ্টিটিউট অৱ দ্য আৰ্টছ |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১৫–বৰ্তমান |
| অভিকৰ্তা | গোল্ডমেডালিষ্ট |
| স্বাক্ষৰ | |
| ৱেবছাইট | |
| goldmedalist.com | |
বাং য়ে-ৰিন (কোৰিয়ান: 방예린; জন্ম ৩ জানুৱাৰী, ১৯৯৬), মঞ্চ নাম চ'ল ইন-আ (কোৰিয়ান: 설인아) নামে অধিক পৰিচিত, এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী। তেওঁ বিশেষকৈ টেলিভিছন ধাৰাবাহিক ছানী এগেইন টুমৰো (২০১৮), বিউটিফুল লাভ, ৱাণ্ডাৰফুল লাইফ (২০১৯), বিজনেছ প্ৰপ'জাল (২০২২), আৰু টুইংকলিং ৱাটাৰমেলন (২০২৩)-ত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবে জনপ্ৰিয়। ইয়াৰ উপৰিও তেওঁ ষ্ট্ৰং গাৰ্ল বং-সুন (২০১৭), স্কুল ২০১৭ (২০১৭), আৰু মিষ্টাৰ কুইন (২০২০–২০২১)-ত সহায়ক চৰিত্ৰত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]চ'ল ইন-আ-ৰ জন্ম দক্ষিণ কোৰিয়াৰ সুৱনত হৈছিল। তেওঁ ছিয়'ল ইনষ্টিটিউট অৱ দ্য আৰ্টছত অধ্যয়ন কৰিছিল আৰু অভিনয় বিষয়ত মুখ্য বিষয় লৈ শিক্ষা গ্ৰহণ কৰিছিল।[4]
কেৰিয়াৰ
[সম্পাদনা কৰক]২০১৫–২০১৬: আৰম্ভণি
[সম্পাদনা কৰক]চ'ল ইন-আয়ে ২০১৫ চনত অভিনয় জীৱনৰ আৰম্ভণি কৰে। তেওঁ ২০১৫ চনত দ্য প্ৰডিউছাৰ্ছ ধাৰাবাহিকত এটা সৰু চৰিত্ৰত অভিনয় কৰে আৰু ২০১৬ চনত ফ্লাৱাৰ্ছ অৱ দ্য প্ৰিজন-ত উপস্থিত হয়।
২০১৭–বৰ্তমান: জনপ্ৰিয়তা বৃদ্ধি আৰু মুখ্য চৰিত্ৰ
[সম্পাদনা কৰক]তেওঁ প্ৰথমে জেটিবিচি চেনেলৰ ধাৰাবাহিক ষ্ট্ৰং গাৰ্ল বং-সুন আৰু কেবিএছ২-ৰ ধাৰাবাহিক স্কুল ২০১৭-ত সহায়ক চৰিত্ৰত অভিনয় কৰি স্বীকৃতি লাভ কৰে। তেওঁ ক্ল'জড আইজ শীৰ্ষক এটা ৱেব চলচ্চিত্ৰৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ২০১৭ চনৰ পৰা ২০১৯ চনলৈ তেওঁ এমবিচি চেনেলৰ অনুষ্ঠান চেকচন টিভি-ৰ সঞ্চালিকা হিচাপে কাম কৰে।

২০১৮ চনত চ'ল ইন-আয়ে ছানী এগেইন টুমৰো ধাৰাবাহিকত প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰে। এই ধাৰাবাহিকৰ বাবে তেওঁ ২০১৮ চনৰ কেবিএছ ড্ৰামা এৱাৰ্ডছত শ্ৰেষ্ঠ নবাগতা অভিনেত্ৰী বঁটা লাভ কৰে। তাৰ পিছত তেওঁ ল' অৱ দ্য জঙ্গল ইন মেক্সিকো অনুষ্ঠানত নিয়মীয়া সদস্য হিচাপে অংশগ্ৰহণ কৰে। ২০১৯ চনত তেওঁ স্পেচিয়েল লেবাৰ ইন্সপেক্টৰ ধাৰাবাহিকতো সহায়ক চৰিত্ৰত অভিনয় কৰে।
তেওঁ দ্বিতীয়বাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰে সাপ্তাহিক ধাৰাবাহিক বিউটিফুল লাভ, ৱাণ্ডাৰফুল লাইফ-ত, যি ২০১৯ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ২০২০ চনৰ মাৰ্চ মাহলৈ সম্প্ৰচাৰিত হৈছিল। এই ধাৰাবাহিকত অভিনয়ৰ বাবে তেওঁ ২০১৯ চনৰ কেবিএছ ড্ৰামা এৱাৰ্ডছত ধাৰাবাহিক নাটকৰ শ্ৰেষ্ঠত্ব বঁটা লাভ কৰে।
২০২০ চনত তেওঁ টিভিএন চেনেলৰ ধাৰাবাহিক ৰেকৰ্ড অৱ ইয়ুথ-ত বিশেষ উপস্থিতি জনায়। একে বছৰত তেওঁ ঐতিহাসিক ধাৰাবাহিক মিষ্টাৰ কুইন-ত জো হ্ৱা-জিন (ৰয়েল নোবল কনচৰ্ট উই) চৰিত্ৰত অভিনয় কৰে।
২০২২ চনত তেওঁ এছবিএছ ৰোমান্টিক কমেডি ধাৰাবাহিক বিজনেছ প্ৰপ'জাল-ত জিন ইয়ং-ছ' চৰিত্ৰত অভিনয় কৰে। ২০২২ চনৰ এপ্ৰিল মাহত জনোৱা হয় যে তেওঁৰ উৱি এণ্টাৰটেইনমেণ্টৰ সৈতে থকা চুক্তি সমাপ্ত হৈছে আৰু তেওঁ নবীকৰণ নকৰাৰ সিদ্ধান্ত লৈছে।[5] পাছত তেওঁ গোল্ডমেডালিষ্টৰ সৈতে নতুনকৈ চুক্তিবদ্ধ হয়।[6]
তেওঁ ২০২২ চনৰ ৮ জুলাইত ভেগান ব্ৰেণ্ড মাৰহেন জে-ৰ সৈতে সহযোগিতাত নিজৰ প্ৰথম একক গীত “পিউৰ লাভ” মুক্তি কৰে। সংগীত ভিডিঅ'সহ গীতটো একে দিনাই মুক্তি পায়।[7][8]
২০২২ চনৰ আগষ্ট মাহত তেওঁ ইমাৰ্জেন্সি ডিক্লাৰেশ্যন চলচ্চিত্ৰত টে ইউন নামৰ এয়াৰ হোষ্টেছ চৰিত্ৰত অভিনয় কৰি ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰে।[9]
ফিল্ম'গ্ৰাফি
[সম্পাদনা কৰক]চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বছৰ | শীৰ্ষক | চৰিত্ৰ | টোকা | Ref. |
|---|---|---|---|---|
| ২০১৭ | ক্ল’জড আইজ | পাৰ্ক মি-ৰিম | ৱেব চলচ্চিত্ৰ | [10] |
| ২০২২ | ইমাৰ্জেন্সি ডিক্লেয়াৰেশ্যন | তে-ঊন | [11] | |
| ২০২৩ | লাভ মাই ছেণ্ট | আৰা | [12][13] |
টেলিভিছন ধাৰাবাহিক
[সম্পাদনা কৰক]| বছৰ | শীৰ্ষক | চৰিত্ৰ | টোকা | Ref. |
|---|---|---|---|---|
| ২০১৫ | দ্য প্ৰডিউচাৰছ | ছিন্ডিৰ এণ্টি-ফেন | বিশেষ উপস্থিতি (খণ্ড ১০) | [14] |
| ২০১৬ | ফ্লাৱাৰ্ছ অৱ দ্য প্ৰিজন | কোৰ্ট লেডী হান | বিশেষ উপস্থিতি | [15] |
| ২০১৭ | ষ্ট্ৰং গাৰ্ল বং-সুন | জো হি-জি | [16] | |
| ২০১৭ | স্কুল ২০১৭ | হং নাম-জু | [17] | |
| ২০১৮ | ছানী এগেইন টুমৰো | কাং হা-নুই / হান সু-জং | [18] | |
| ২০১৯ | স্পেচিয়েল লেবাৰ ইনস্পেক্টৰ | গো মাল-সুক | [19] | |
| ২০১৯–২০২০ | বিউটিফুল লাভ, ৱাণ্ডাৰফুল লাইফ | কিম চিয়ং-আহ | [20] | |
| ২০২০ | ৰেকৰ্ড অৱ ইউথ | জং জি-আহ | বিশেষ উপস্থিতি (খণ্ড ৪, ৭–১৫) | [21] |
| ২০২০–২০২১ | মিষ্টাৰ কুইন | জো হ্ৱা-জিন | [22] | |
| ২০২২ | বিজনেছ প্ৰপ'জাল | জিন ইয়ং-ছো | [23] | |
| ২০২৩ | অ'এচিছ | ওহ জুং-শিন | [24] | |
| ২০২৩ | টুইংকলিং ৱাটাৰমেলন | চোই সে-গিয়ং / অন ইউন-ইউ | [25] | |
| ২০২৫ | ও মাই ঘ’ষ্ট ক্লায়েণ্টছ | না হি-জু | [26] | |
| ২০২৬ | ৱাই ইউ ড’ণ্ট নো ইট্ছ এ গাৰ্ল? | কাং জে-হি | [27] |
ৱেব ধাৰাবাহিক
[সম্পাদনা কৰক]| বছৰ | শীৰ্ষক | চৰিত্ৰ | টোকা | Ref. |
|---|---|---|---|---|
| ২০২৩ | চেলিব্ৰিটি | ছং য়ন-উ | বিশেষ উপস্থিতি (খণ্ড ৪) | [28] |
টেলিভিছন অনুষ্ঠান
[সম্পাদনা কৰক]| বছৰ | শীৰ্ষক | ভূমিকা | টোকা | Ref. |
|---|---|---|---|---|
| ২০১৫ | এ লুক এট মাইচেল্ফ | হিডেন কেমেৰা এজেণ্ট | [29] | |
| ২০১৭–২০১৯ | ছেকশ্যন টিভি | সঞ্চালক | [30] | |
| ২০১৮ | ল' অৱ দ্য জংগল (মেক্সিকো) | সদস্য | খণ্ড ৩১৪–৩২০ | [31] |
| ২০১৯ | পেইকছ মিষ্টেৰিয়াছ কিচেন | প্ৰতিযোগী | খণ্ড ১ | [32] |
| ২০২১ | ল' অৱ দ্য জংগল – পেণ্ট আইলেণ্ড: আইলেণ্ড অৱ ডিজায়াৰ | সদস্য | খণ্ড ৪৫১–৪৫২ | [33][34] |
| ২০২২ | হ'প টিভি | সঞ্চালক | খণ্ড ৫–৬ | [35] |
| ২০২৪–২০২৫ | আয়ৰন গাৰ্লছ | সদস্য | ঋতু ১–২ | [36][37] |
সঞ্চালনা
[সম্পাদনা কৰক]| বছৰ | অনুষ্ঠান | টোকা | Ref. |
|---|---|---|---|
| ২০১৭ | ছিয়ৌল মিউজিক এৱাৰ্ডছ | এমচি ডিং ডংৰ সৈতে (ৰেড কাৰ্পেট) | [38] |
| দ্য ছিয়ৌল এৱাৰ্ডছ | ইয়াং সে-চানৰ সৈতে (ৰেড কাৰ্পেট) | [39] | |
| ২০১৮ | ড্ৰীম কনচাৰ্ট | ইউন শি-ইউন আৰু চা ইউ্ন-উৰ সৈতে | [40][41] |
| ২০২২ | ২০২২ কে’বিএছ এণ্টাৰটেইনমেণ্ট এৱাৰ্ডছ | মুন সে-ইউন আৰু কাং চান-হীৰ সৈতে | [42][43] |
| ২০২৩ | ২০২৩ কে’বিএছ ড্ৰামা এৱাৰ্ডছ | জাং ছুং-গ্যু আৰু ৰউনৰ সৈতে | [44] |
সঙ্গীত তালিকা
[সম্পাদনা কৰক]একক গীত
[সম্পাদনা কৰক]| শীৰ্ষক | বছৰ | এলবাম | Ref. |
|---|---|---|---|
| "পিউৰ লাভ" (예쁘니까) | ২০২২ | বাণিজ্যিক গীত | [45] |
| "ইউ ড’ণ্ট হেভ টু সে এনি্থিং" (말하지 않아도 알아요 설인아) | ২০২৩ | আম্ব্ৰেলা | [46] |
| "লেডি ইন দ্য ৰেইনি নাইট" (여우야) (দ্য ক্লাছিকৰ সৈতে) |
২০২৪ | এলবামবিহীন একক | [47] |
| "এ ৰেচ" (달리기) (চা হাক-য়ন সৈতে) |
২০২৫ | ও মাই ঘ’ষ্ট ক্লায়েণ্টছ OST পাৰ্ট ৪ | [48] |
পুৰস্কাৰ আৰু মনোনয়ন
[সম্পাদনা কৰক]| পুৰস্কাৰ অনুষ্ঠান | বছৰ | শ্ৰেণী | মনোনীত কাম / ব্যক্তি | ফলাফল | Ref. |
|---|---|---|---|---|---|
| এপিএএন ষ্টাৰ এৱাৰ্ডছ | ২০২১ | এক্সেলেন্স এৱাৰ্ড, ধাৰাবাহিক নাটকৰ অভিনেত্ৰী | বিউটিফুল লাভ, ৱাণ্ডাৰফুল লাইফ | মনোনীত | [49] |
| বেকচাং আৰ্টছ এৱাৰ্ডছ | ২০১৯ | শ্ৰেষ্ঠ নবাগতা অভিনেত্ৰী – টেলিভিছন | ছানী এগেইন টুমৰো | মনোনীত | [50] |
| ব্ৰেণ্ড অৱ দ্য ইয়েৰ এৱাৰ্ডছ | ২০২২ | ৰাইজিং ষ্টাৰ অভিনেত্ৰী | চ'ল ইন-আ | বিজয়ী | [51] |
| কেবিএছ ড্ৰামা এৱাৰ্ডছ | ২০১৮ | শ্ৰেষ্ঠ নবাগতা অভিনেত্ৰী | ছানী এগেইন টুমৰো | বিজয়ী | [52] |
| কেবিএছ ড্ৰামা এৱাৰ্ডছ | ২০১৯ | এক্সেলেন্স এৱাৰ্ড, ধাৰাবাহিক নাটকৰ অভিনেত্ৰী | বিউটিফুল লাভ, ৱাণ্ডাৰফুল লাইফ | বিজয়ী | [53] |
| কেবিএছ ড্ৰামা এৱাৰ্ডছ | ২০২৩ | এক্সেলেন্স এৱাৰ্ড, মিনিচিৰিজ অভিনেত্ৰী | অ'এচিছ | বিজয়ী | [54] |
| কোৰিয়া ফাৰ্ষ্ট ব্ৰেণ্ড এৱাৰ্ডছ | ২০২৬ | মহিলা মাল্টি-এণ্টাৰটেইনাৰ | চ'ল ইন-আ | বিজয়ী | [55] |
| এমবিচি এণ্টাৰটেইনমেণ্ট এৱাৰ্ডছ | ২০১৭ | শ্ব' / ছিটকম শ্ৰেণীৰ মহিলা নবাগতা পুৰস্কাৰ | চেকচন টিভি | বিজয়ী | [56] |
| এছবিএছ ড্ৰামা এৱাৰ্ডছ | ২০২২ | বেষ্ট কাপল এৱাৰ্ড | চ'ল ইন-আ (কিম মিন-ক্যু সৈতে) বিজনেছ প্ৰপ'জাল |
বিজয়ী | [57] |
| এছবিএছ ড্ৰামা এৱাৰ্ডছ | ২০২২ | এক্সেলেন্স এৱাৰ্ড, মিনিচিৰিজ ৰোমান্স/কমেডি অভিনেত্ৰী | বিজনেছ প্ৰপ'জাল | মনোনীত | [58] |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Lee, Do-yeon (November 3, 2018). "ko:'내일도 맑음' 설인아 "캔디 캐릭터 항상 해보고 싶었죠"" (ko ভাষাত). Yonhap News Agency. https://entertain.naver.com/read?oid=001&aid=0010444436। আহৰণ কৰা হৈছে: May 26, 2021.
- ↑ "ko:설인아" (ko ভাষাত). KBS 스타★연예. https://kstar.kbs.co.kr/person_view.html?idx=161342#close। আহৰণ কৰা হৈছে: December 1, 2023.
- ↑ "GOLDMEDALIST" (ko ভাষাত). Goldmedalist. https://goldmedalist.com/en/artistView/seorina। আহৰণ কৰা হৈছে: March 9, 2024.
- ↑ "আৰ্কাইভ কপি" (ko ভাষাত). ouient.com. Archived from the original on September 4, 2020. https://web.archive.org/web/20200904132802/http://ouient.com/pages/company.php। আহৰণ কৰা হৈছে: February 5, 2020.
- ↑ Kang, Nae-ri (April 4, 2022). "ko:설인아, 김수현과 한솥밥 먹나?...골드메달리스트 측 "전속계약 논의 중 [Seol In-ah, do you eat rice in one pot with Kim Soo-hyun? Gold medalist side "Exclusive contract discussion]" (ko ভাষাত). YTN. https://entertain.naver.com/now/read?oid=052&aid=0001721702। আহৰণ কৰা হৈছে: April 4, 2022.
- ↑ Kim, So-yeon (April 11, 2022). "ko:설인아, 골드메달리스트와 전속 계약...김수현·서예지와 한솥밥[공식 [Seol In-ah, an exclusive contract with a gold medalist... Kim Soo-hyeon, Seo Ye-ji and One Pot Rice [Official]]"] (ko ভাষাত). Star Today. https://entertain.naver.com/now/read?oid=009&aid=0004947904। আহৰণ কৰা হৈছে: April 11, 2022.
- ↑ "ko:설인아, '예쁘니까'...오늘(8일) 신곡 발매" (ko ভাষাত). Naver. July 8, 2022. https://n.news.naver.com/entertain/article/408/0000160649। আহৰণ কৰা হৈছে: August 16, 2022.
- ↑ Jung, Hae-eun (July 8, 2022). "ko:설인아, 깜짝 음원 발매...산뜻 힐링송 '예쁘니까 [Seol In-ah, a surprise song release... Refreshing healing song 'Because I'm pretty]" (ko ভাষাত). Sports Seoul. https://entertain.naver.com/now/read?oid=468&aid=0000863557। আহৰণ কৰা হৈছে: July 8, 2022.
- ↑ Kim, Na-yeon (August 10, 2022). "ko:우미화부터 설인아까지..'비상선언' 꽉 채운 신스틸러 5인방 [From Woo Mi-hwa to Seol In-ah.. The 5 scene stealers filled with 'Emergency Declaration]" (ko ভাষাত). MT StarNews. https://entertain.naver.com/now/read?oid=108&aid=0003077965। আহৰণ কৰা হৈছে: August 10, 2022.
- ↑ Yoo, Chan-hee (January 10, 2017). "ko:설인아, 웹무비 '눈을 감다' 캐스팅...B1A4 바로와 호흡" (ko ভাষাত). Ten Asia. https://tenasia.hankyung.com/topic/article/2017011011704। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ Kim, Jin-seok (July 21, 2021). "ko:[단독 설인아, 칸 초청작 '비상선언'으로 스크린 첫 데뷔"] (ko ভাষাত). JTBC. https://entertain.naver.com/now/read?oid=437&aid=0000271670.
- ↑ Kim, No-eul (September 3, 2021). "ko:윤시윤 설인아 '니캉내캉'으로 로맨스 호흡 "최근 촬영 시작"[공식 [Youn Si-yoon Seol In-ah Romance breathing with 'Nikangnaekang' "Recently started filming" [Official]]"] (ko ভাষাত). Newsen. https://entertain.naver.com/now/read?oid=609&aid=0000486025। আহৰণ কৰা হৈছে: September 3, 2021.
- ↑ Koh Seung-ah (January 13, 2023). "ko:윤시윤·설인아 '우리 사랑이 향기로 남을 때' 2월 개봉 [Yoon Shi-yoon and Seol In-ah's 'When Our Love Remains as a Scent' opens in February]" (ko ভাষাত). News1. https://entertain.naver.com/now/read?oid=421&aid=0006574545। আহৰণ কৰা হৈছে: January 13, 2023.
- ↑ "ko:'나를 찾아줘' 설인아, 과거 '프로듀사' 출연 모습 재조명 '아이유 안티팬'" (ko ভাষাত). Asia Today. February 9, 2016. https://www.asiatoday.co.kr/view.php?key=20160209000633499। আহৰণ কৰা হৈছে: February 2, 2018.
- ↑ Park, Young-wook (August 29, 2016). "ko:신예 설인아, 드라마 '옥중화' 한상궁 역으로 첫 사극 도전 '강한 존재감' 뽐내" (ko ভাষাত). Aju Economic Daily. https://www.ajunews.com/view/20160829104249381। আহৰণ কৰা হৈছে: February 2, 2018.
- ↑ Kim, Yeon-ji (May 12, 2017). "ko:[피플IS '힘쎈여자 도봉순' 설인아, 종영 후 광고계 러브콜"] (ko ভাষাত). JTBC. https://news.jtbc.co.kr/article/article.aspx?news_id=NB11467498। আহৰণ কৰা হৈছে: February 2, 2018.
- ↑ Ha, Kyung-heon (June 6, 2017). "ko:[단독 설인아 '학교 2017' 홍남주 역 전격 발탁"] (ko ভাষাত). Sports KyunghyangNaver. https://entertain.naver.com/read?oid=144&aid=0000495927। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ Park, Jae-hwan (April 10, 2018). "ko:설인아-진주형-하승리-이창욱, "내일도 맑음"" (ko ভাষাত). Korean Broadcasting SystemNaver. https://entertain.naver.com/read?oid=438&aid=0000019012। আহৰণ কৰা হৈছে: April 29, 2018.
- ↑ Yoo, Byung-cheol (January 15, 2019). "ko:설인아, MBC '특별근로감독관 조장풍' 캐스팅 확정" (ko ভাষাত). The Korea Economic DailyNaver. https://entertain.naver.com/read?oid=215&aid=0000727112। আহৰণ কৰা হৈছে: January 26, 2019.
- ↑ Yang, So-young (July 17, 2019). "ko:설인아 김재영, '사랑은 뷰티풀 인생은 원더풀' 합류" (ko ভাষাত). Maeil Business Newspaper. https://entertain.naver.com/read?oid=009&aid=0004393391। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ Kim, Jin-seok (June 17, 2020). "ko:[단독설인아, '청춘기록' 특별출연"] (ko ভাষাত). Daily SportsNaver. https://entertain.naver.com/read?oid=241&aid=0003031701। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ Kim, Jin-seok (July 17, 2020). "ko:[단독설인아, tvN '철인왕후' 주연 합류"] (ko ভাষাত). Daily SportsNaver. https://entertain.naver.com/read?oid=241&aid=0003038947। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ Hyun, Jung-min (August 3, 2021). "ko:설인아, SBS '사내 맞선'서 매력 재벌녀 변신" (ko ভাষাত). Sportsworld (Naver). https://entertain.naver.com/now/read?oid=396&aid=0000588340.
- ↑ Moon, Ji-yeon (August 31, 2022). "ko:[공식 장동윤·설인아·추영우, '오아시스'로 만난다"] (ko ভাষাত). Sports Chosun. https://entertain.naver.com/read?oid=076&aid=0003910588। আহৰণ কৰা হৈছে: September 4, 2022.
- ↑ Moon, Ji-yeon (April 5, 2023). "ko:[공식 려운·최현욱→설인아·신은수, '반짝이는 워터멜론'으로 뭉친다"] (ko ভাষাত). Sports Chosun. https://entertain.naver.com/now/read?oid=076&aid=0003990953। আহৰণ কৰা হৈছে: April 5, 2023.
- ↑ Park, Seo-hyun (December 19, 2024). "ko:'노무사 노무진' 정경호X설인아X차학연 캐스팅" (ko ভাষাত). Herald Pop. https://m.entertain.naver.com/article/112/0003737833। আহৰণ কৰা হৈছে: December 19, 2024.
- ↑ Lee, Min-ji (December 18, 2025). "ko:'나의 유죄인간' 임시완X설인아" (ko ভাষাত). Newsen. https://m.newsen.com/news_view.php?uid=202512181031222410। আহৰণ কৰা হৈছে: December 18, 2025.
- ↑ Kim, Chae-yeon (June 22, 2023). "ko:아는 사람은 보인다! '셀러브리티' 아이키·이사배·차현승 등 특별출연 라인업 공개 ['Celebrity' Aiki, Lee Issa-Bae, Cha Hyun-Seung, etc. revealed for special appearance line-up]" (ko ভাষাত). Osen. https://entertain.naver.com/read?oid=109&aid=0004875083। আহৰণ কৰা হৈছে: June 27, 2023.
- ↑ Hong, Min-ki (December 12, 2015). "ko:'나를 돌아봐' 배우지망생 설인아, 조영남 따귀 때려.. 이경규 몰카 재연" (ko ভাষাত). Sports ChosunNaver. https://entertain.naver.com/read?oid=076&aid=0002857468। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ Son, Ye-ji (May 21, 2017). "ko:'섹션TV' 설인아, 청춘 에디터 발탁 "설편으로 불러주세요"" (ko ভাষাত). Ten AsiaNaver. https://entertain.naver.com/read?oid=312&aid=0000259387। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ Kim, Jin-seok (February 26, 2018). "ko:[단독김준현·설인아·서은광·한은정·최현석 '정글' 멕시코行"] (ko ভাষাত). Ilgan Sports. https://isplus.com/article/view/isp201802260102। আহৰণ কৰা হৈছে: February 26, 2018.
- ↑ Kim, Jun-seok (May 18, 2019). "ko:'미스터리 키친' 이혜정, 만장일치로 설인아 꺾고 결승 진출[종합"] (ko ভাষাত). Sports ChosunNaver. https://entertain.naver.com/read?oid=076&aid=0003418135। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ Kim, Je-ni (May 18, 2021). "ko:정글의 법칙', 국내 편 마지막 시즌 방송... 유오성→설인아 출격" (ko ভাষাত). Star Daily News. https://www.stardailynews.co.kr/news/articleView.html?idxno=299172। আহৰণ কৰা হৈছে: May 22, 2021.
- ↑ Jin, Ju-hee (May 21, 2021). "ko:'정글의 법칙' 유오성·설인아, 화려한 정글 재입성기[MK★TV컷"] (ko ভাষাত). Maekyung Sports. https://entertain.naver.com/read?oid=410&aid=0000787705। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ Yoo, Jeong-min (November 17, 2022). "ko:설인아 "환경 보호 실천, 더욱 노력해야겠다고 다짐"(희망TV) [Seol In-ah "Practice environmental protection, pledge to work harder" (Hope TV)]" (ko ভাষাত). iMBC. https://entertain.naver.com/read?oid=408&aid=0000172611। আহৰণ কৰা হৈছে: November 17, 2022.
- ↑ Shin, Young-eun (September 6, 2024). "ko:'무쇠소녀단' 진서연·유이·설인아·박주현, 철인으로 거듭나라 ['Iron Girls' Jin Seo-yeon, Uee, Seol In-ah, and Park Joo-hyun, Transform into Iron Women]" (ko ভাষাত). Maeil Business Newspaper. https://www.mk.co.kr/news/broadcasting-service/11111515। আহৰণ কৰা হৈছে: August 12, 2024.
- ↑ Lee, Mi-young (May 1, 2025). "ko:'무쇠소녀단2', 유이·금새록·박주현·설인아 출연...복싱 도전 ['Iron Girls 2', Uee, Geum Sae-rok, Park Ju-hyun, Seol In-ah appear...Boxing challenge]" (ko ভাষাত). Joy News24. https://www.joynews24.com/view/1840294। আহৰণ কৰা হৈছে: May 20, 2025.
- ↑ Cho, Hyun-jung (January 19, 2017). "ko:설인아,서울가요대상 레드카펫 MC로 활약" (ko ভাষাত). Sports SeoulNaver. https://entertain.naver.com/read?oid=468&aid=0000229363। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ Choi, Min-ji (October 28, 2017). "ko:[더서울어워즈 설인아, 레드카펫 시선 '싹쓸이'한 명품 드레스 자태"] (ko ভাষাত). Sports SeoulNaver. https://entertain.naver.com/read?oid=468&aid=0000315401। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ Kang, Seon-ae (April 16, 2018). "ko:설인아, '2018 드림콘서트' MC 발탁 '차세대 한류 여배우 입증'" (ko ভাষাত). Seoul Broadcasting System. https://ent.sbs.co.kr/news/article.do?article_id=E10009039604। আহৰণ কৰা হৈছে: December 27, 2021.
- ↑ Yang, Ji-yeon (April 26, 2018). "ko:아스트로 차은우, 2018 드림콘서트 MC 발탁···윤시윤·설인아와 호흡" (ko ভাষাত). The Seoul Economic DailyNaver. https://entertain.naver.com/read?oid=011&aid=0003280994। আহৰণ কৰা হৈছে: January 24, 2022.
- ↑ Lee, Kyung-ho (December 9, 2022). "ko:문세윤X설인아X찬희, '2022 KBS 연예대상' MC 확정 [공식 [Moon Se-yoon X Seol In-ah X Chan-hee confirmed as '2022 KBS Entertainment Awards' MC [Official]]"] (ko ভাষাত). Star News. Naver. https://n.news.naver.com/entertain/article/108/0003111529। আহৰণ কৰা হৈছে: December 9, 2022.
- ↑ "ko:2022 KBS 연예대상: MC [2022 KBS Entertainment Awards: MC]" (ko ভাষাত). Korean Broadcasting System. December 7, 2022. https://program.kbs.co.kr/2tv/enter/2022kbsentawards/index.html। আহৰণ কৰা হৈছে: December 8, 2022.
- ↑ Cho, Hye-jin (December 4, 2023). "ko:'2023 KBS 연기대상', 장성규X로운X설인아 MC 조합 완성 [공식입장 ['2023 KBS Drama Awards', Jang Seong-gyu]"] (ko ভাষাত). Xports News. https://n.news.naver.com/entertain/now/article/311/0001668804। আহৰণ কৰা হৈছে: December 4, 2023.
- ↑ Baek Seung-hoon (July 8, 2022). "설인아, '예쁘니까'…오늘(8일) 신곡 발매 [Seol In-ah, “Because You're Pretty”… New Single Released Today (8th)]" (ko ভাষাত). MBC Entertainment News. https://enews.imbc.com/News/RetrieveNewsInfo/353259। আহৰণ কৰা হৈছে: December 7, 2025.
- ↑ Yoo Jeong-min (June 21, 2023). "설인아, '말하지 않아도 알아요' 리메이크…이찬혁비디오 프로젝트 참여 [Seol In-ah remakes “You Don't Have to Say Anything”… participates in Lee Chan-hyuk Video Project]" (ko ভাষাত). iMBC. https://enews.imbc.com/News/RetrieveNewsInfo/385642। আহৰণ কৰা হৈছে: December 7, 2025.
- ↑ Yoo Byung-cheol (April 15, 2024). "설인아, 더 클래식 '여우야' 리메이크 음원 발매…종횡무진 활약 [Seol In-ah releases remake soundtrack of The Classic’s “Lady in the Rainy Night”… active in various fields]" (ko ভাষাত). Global Epic. https://www.globalepic.co.kr/view.php?ud=20240415141452748d3244b4fed_29। আহৰণ কৰা হৈছে: December 7, 2025.
- ↑ Son Bong-seok (June 21, 2025). "설인아X차학연, 직접 가창한 ‘노무사 노무진’ OST ‘달리기’ 발매 [Seol In-ah X Cha Hak-yeon release the OST "A Race" for “Oh My Ghost Clients” sung by themselves]" (ko ভাষাত). Sports Kyunghyang. https://sports.khan.co.kr/article/202506210057003?pt=nv। আহৰণ কৰা হৈছে: December 7, 2025.
- ↑ Kim, Myung-mi (November 13, 2020). "ko:'APAN STAR AWARDS' 우수상 후보 공개, 박보검부터 지창욱까지" (ko ভাষাত). NewsenNaver. https://entertain.naver.com/read?oid=609&aid=0000355674। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ Kim, Yu-jin (April 4, 2019). "ko:이병헌부터 염정아까지...제55회 백상예술대상, TV 부문 최종 후보 공개" (ko ভাষাত). Xports News. https://entertain.naver.com/read?oid=311&aid=0000975188। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ Lee, Seung-gil (September 1, 2022). "ko:유재석·임영웅·아이브 등, '2022 올해의 브랜드 대상' 수상 [공식 [Jae-seok Yoo, Young-woong Lim, Ive, etc., won the '2022 Brand of the Year Grand Prize' [Official]]"] (ko ভাষাত). My Daily. https://entertain.naver.com/now/read?oid=117&aid=0003641413। আহৰণ কৰা হৈছে: September 1, 2022.
- ↑ "ko:[2018 KBS 연기대상 유동근 대상"] (ko ভাষাত). Ten AsiaNaver. January 1, 2019. https://entertain.naver.com/read?oid=312&aid=0000364968। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ Kim, Ga-young (December 31, 2019). "ko:[2019 KBS 연기대상 김소연·설인아·오민석·기태영, 장편 부문 우수상"] (ko ভাষাত). EdailyNaver. https://entertain.naver.com/read?oid=018&aid=0004546728। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ "ko:[종합 최수종 눈물 ('KBS 연기대상')"] (ko ভাষাত). Ten Asia. Naver. January 1, 2024. https://n.news.naver.com/entertain/now/article/312/0000643099। আহৰণ কৰা হৈছে: January 1, 2024.
- ↑ Park, Jin-young (January 6, 2026). "ko:2026 대한민국 퍼스트브랜드 대상" (ko ভাষাত). JoyNews24. https://www.joynews24.com/view/1924415। আহৰণ কৰা হৈছে: January 6, 2026.
- ↑ "ko:[MBC 연예대상 종합"] (ko ভাষাত). OsenNaver. December 30, 2017. https://entertain.naver.com/read?oid=109&aid=0003688832। আহৰণ কৰা হৈছে: July 7, 2021.
- ↑ "ko:'사내맞선' 베스트커플상" (ko ভাষাত). Ilgan Sports. December 31, 2022. https://entertain.naver.com/read?oid=241&aid=0003249170। আহৰণ কৰা হৈছে: December 31, 2022.
- ↑ ko:'천원짜리 변호사' 김지은 (in কোৰিয়ান). SBS Drama. December 31, 2022. Archived from the original on December 31, 2022. Retrieved January 1, 2023. Unknown parameter
|url-status=ignored (help)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Seol In-ah সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আধিকাৰিক ৱেবছাইট
- চ'ল ইন-আ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।