চনিৰা বজ্ৰাচাৰ্য
হিন্দু ধৰ্ম | |||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() ওঁ • ব্ৰহ্মা • ঈশ্বৰ | |||||||||||||||||||||||
| |||||||||||||||||||||||
ধৰ্মাচৰণ
| |||||||||||||||||||||||
![]() |
চনিৰা বজ্ৰাচাৰ্য ( হিন্দী: चनिरा बज्राचार्य; জন্ম ১৯৯৫) নেপালৰ পাটনাৰ এগৰাকী প্ৰাক্তন কুমাৰী বা জীৱন্ত দেৱী।
জীৱনী
[সম্পাদনা কৰক]নেপালত জন্মগ্ৰহণ কৰা এই দেৱী গৰাকী ২০০০ চনৰ এপ্ৰিল মাহত জীৱন্ত দেৱী হিচাপে নিৰ্বাচিত হৈছিল আৰু পাঁচ বছৰ বয়সত সিংহাসনত বহিছিল। [1] ২০০১ চনৰ মে’ মাহৰ শেষৰ ফালে তেওঁ চাৰিদিনধৰি কান্দিছিল যিটোক অশুভ লক্ষণ বুলি আখ্যা দিয়া হৈছিল। তেওঁৰ কান্দোন বন্ধ হোৱাৰ পিছদিনাই নেপালৰ ৰাজহত্যা সংঘটিত হয়। [2] কুমাৰীৰ প্ৰথাৰ দৰে প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱ হোৱাৰ সময়ত ১৫ বছৰ বয়সত যৌৱনকালত উপনীত হোৱাৰ লগে লগে তেওঁৰ ৰাজত্বৰ অন্ত পৰে। তেওঁৰ পিছতে সমীতা বজ্ৰাচাৰ্য ৰাজপাটত বহে ৷ [3] বজ্ৰাচাৰ্য হৈছে তিনি দশক ধৰি পাটনত ৰাজত্ব কৰা আটাইতকৈ দীৰ্ঘজীৱী দেৱীসকলৰ ভিতৰত অন্যতম ধন কুমাৰী বজ্ৰাচাৰ্যৰ ভতিজী। [4]
বজ্ৰাচাৰ্যই সাৱলীল ইংৰাজী ক'ব পাৰে। তেওঁৰ জীৱন্ত দেৱী হিচাপে ৰাজত্বকালত তেওঁক ইংৰাজী শিকোৱা হৈছিল। [5] জীৱন্ত দেৱী হিচাপে অৱসৰ লোৱাৰ পিছত তেওঁ কাঠমাণ্ডু বিশ্ববিদ্যালয়ত ব্যৱসায় প্ৰশাসন বিষয়ত অধ্যয়ন কৰে আৰু শেষত ব্যৱসায় প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। [6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Narang, Sonia (2014-06-18). "Nepal's living goddess who still has to do homework". bbc.co.uk. https://www.bbc.co.uk/news/magazine-27885141। আহৰণ কৰা হৈছে: 2016-12-08.
- ↑ Emily, Emily (15 July 2022). "Ex-Goddess Works to Reform 700-Year Tradition. Her M.B.A. Helps.". The New York Times. https://www.nytimes.com/2022/07/15/world/asia/nepal-kumari-living-goddess.html। আহৰণ কৰা হৈছে: 27 July 2022.
- ↑ McCarthy, Julie (2015-08-28). "The Very Strange Life Of Nepal's Child Goddess". npr.org. https://www.npr.org/sections/parallels/2015/05/28/410074105/the-very-strange-life-of-nepals-child-goddess। আহৰণ কৰা হৈছে: 2016-12-08.
- ↑ "Nepal's earthquake forces 'living goddess' to break decades of seclusion". theguardian.com. 2015-07-20. https://www.theguardian.com/world/2015/jul/20/nepals-earthquake-forces-living-goddess-to-break-decades-of-seclusion। আহৰণ কৰা হৈছে: 2016-12-08.
- ↑ "Nepal's living goddess who still has to do homework" (en-GB ভাষাত). BBC News. 2014-06-18. https://www.bbc.com/news/magazine-27885141.
- ↑ Emily, Emily (15 July 2022). "Ex-Goddess Works to Reform 700-Year Tradition. Her M.B.A. Helps.". The New York Times. https://www.nytimes.com/2022/07/15/world/asia/nepal-kumari-living-goddess.html। আহৰণ কৰা হৈছে: 27 July 2022.