সমললৈ যাওক

চন্দনা দীক্ষিত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দনা দীক্ষিত
শিক্ষানুষ্ঠান এছ.এন.ডি.টি. মহিলা বিশ্ববিদ্যালয় University]]
পেচা কণ্ঠশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৯৫- বৰ্তমান
সংস্থা স্বৰংগন স্কুল অৱ মিউজিক
জনা যায় কুলি নম্বৰ ১
উল্লেখযোগ্য কৰ্ম ৰক্ষক
ৱেবছাইট
chandanadixit.com

চন্দনা দীক্ষিত এগৰাকী নেপথ্য কণ্ঠশিল্পী। তেওঁ ১৯৯৫ চনত গোবিন্দ আৰু কৰিশ্মা কাপুৰ অভিনীত কুলি নম্বৰ ১ শীৰ্ষক হিন্দী ছবিৰ "হুছন হ্যায় ছুহানা" গীতটো গোৱাৰ বাবে বিখ্যাত।

তেওঁৰ আন এটা জনপ্ৰিয় গীত হৈছে ১৯৯৬ চনৰ ৰক্ষক ছবিৰ "ছেহৰ কি লড়কী"।[1] আবেলিৰ শ্লটত ষ্টাৰ প্লাছত সম্প্ৰচাৰিত টেলিভিছন ধাৰাবাহিক ছগুনৰ টাইটেল ট্ৰেকও তেওঁৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল।

২০০২ চনত দীক্ষিতে স্বামীৰ সৈতে আমেৰিকাৰ ৱাশ্বিংটন ৰাজ্যলৈ গুচি যায়। তাত তেওঁ "স্ৱৰংগন স্কুল অৱ মিউজিক" খুলি শাস্ত্ৰীয় সংগীতৰ শিক্ষা দিয়ে।[2][3]

কণ্ঠদান কৰা ছবিৰ তালিকা

[সম্পাদনা কৰক]
  • ১৯৯৫: কুলি নম্বৰ ১
  • ১৯৯৬: ৰক্ষক
  • ১৯৯৬: দানবীৰ
  • ১৯৯৭: ভাই
  • ১৯৯৭: ঔজাৰ
  • ১৯৯৮: চৰ উঠা কে জিও
  • ১৯৯৮: জানে জিগৰ
  • ১৯৯৯: ৰাৱয়ী চন্দামামা
  • ২০০১: বগাৱত এক জংগ
  • ২০০৩: আঁচ
  • ২০১৯: খান্দানী ছফাখানা
  • ২০২০: কুলি নম্বৰ ১

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "About Chandana Dixit". Chandana Dixit. http://chandanadixit.com/about.html আহৰণ কৰা হৈছে: March 27, 2025.
  2. "Embracing the Bollywood phenomenon". The Seattle Times. 7 August 2014. https://www.seattletimes.com/seattle-news/embracing-the-bollywood-phenomenon/.
  3. "Welcome to Swarangan School of Music". Swarangan School of Music. http://www.swarangan.com/pages/about.html আহৰণ কৰা হৈছে: March 27, 2025.