সমললৈ যাওক

চন্দনা মজুমদাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দনা মজুমদাৰ
জন্ম কুমাৰখলি, কুষ্টিয়া জিলা
সংগীতৰ ধৰণ লোক-সংগীত
পেচা নেপথ্য কণ্ঠশিল্পী

চন্দনা মজুমদাৰ (ইংৰাজী: Chandana Mazumdar) লালন গীতি ধাৰাৰ এগৰাকী বাংলাদেশী লোক-গায়িকা।[1] মনপুৰা (২০০৯) ছবিৰ বাবে কৰি তেওঁ শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[2]

প্ৰাৰম্ভিক জীৱন আৰু কৰ্ম

[সম্পাদনা কৰক]

চন্দনা মজুমদাৰৰ জন্ম হৈছিল কুষ্টিয়া জিলাৰ কুমাৰখালিত। তেওঁৰ পিতৃৰ নাম নিৰ্মল চন্দ্ৰ মজুমদাৰ।[3][4] তেওঁ প্ৰথমে পিতৃৰ পৰা আৰু পিছলৈ নাজৰুল গায়ক ইয়াকুব আলী খান আৰু লালন গীতৰ গায়ক মোক্সেড আলী শ্বাইৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।[3]

১৯৭৯ চনত বাংলাদেশ টেলিভিছন আৰু ১৯৮০ চনত বাংলাদেশ ৰেডিঅ’ৰ কণ্ঠশিল্পী হিচাপে তেওঁ কৰ্মৰত আছিল।[3]

মজুমদাৰে ২০১৩ চনত ফেলানী নামৰ এখন চলচ্চিত্ৰৰ বাবে এটা গীত গাইছিল, কিন্তু কিবা সমস্যাৰ বাবে ছবিখনে মুক্তি লাভ নকৰিলে।[5]

  • বসন্ত বতাসে[6]
  • তোমাৰ ঔপাৰ নীলে[7]
  • চৌক গেল পাখি ৰে[8]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৭৯ চনত লোক-গায়ক কিৰন চন্দ্ৰ ৰয়ৰ সৈতে চন্দনা মজুমদাৰ বিবাহপাশত আবদ্ধ হয়।[3] তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে।[3]

বৰ্ষ বঁটা প্ৰকাৰ চলচ্চিত্ৰ ফলাফল
২০০৯ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী মনপুৰা বিজয়ী[9]
২০২১ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী পদ্ম পুৰাণ মনোনীত

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Orchi Oindrila (2015-03-06). "লালনগীতিৰ শিল্পী চন্দনা মজুমদাৰ" (bn-BD ভাষাত). BBC News বাংলা. https://www.bbc.com/bengali/multimedia/2015/03/150306_mb_gaangolpo_chandana_majumdar। আহৰণ কৰা হৈছে: 2020-01-06. 
  2. "জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰাপ্তদেৰ নামেৰ তালিকা (১৯৭৫-২০১২)" (bn ভাষাত). Bangladesh Film Development Corporation. Archived from the original on 23 December 2018. https://web.archive.org/web/20181223211753/http://www.fdc.gov.bd/site/page/f3bb17fe-d9ad-4b61-bd8a-5824262691ad/%E0%A7%A7%E0%A7%AF%E0%A7%AD%E0%A7%AB-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%A8। আহৰণ কৰা হৈছে: 25 March 2019. 
  3. 3.0 3.1 3.2 3.3 3.4 "A lifelong tryst with folk songs". The Daily Star. 2010-09-16. https://www.thedailystar.net/news-detail-154543. 
  4. "Chandana Majumdar". The Daily Star. 2019-03-16. https://www.thedailystar.net/showbiz/interview/chandana-majumdar-prominent-singer-of-bangladeshi-folk-music-1715539. 
  5. (bn ভাষাত)Banglanews24.com. https://www.banglanews24.com/entertainment/news/bd/209261.details. 
  6. (bn ভাষাত)Jaijaidin. http://www.jaijaidinbd.com/?view=details&type=single&pub_no=984&cat_id=1&menu_id=63&news_type_id=1&news_id=147230&archiev=yes&arch_date=18-10-2014. 
    - "আৰ্কাইভ কপি" (bn ভাষাত). Manobkantha. Archived from the original on 2016-07-30. https://web.archive.org/web/20160730114711/http://www.manobkantha.com/2014/01/16/155235.html. 
  7. "আৰ্কাইভ কপি" (bn ভাষাত). BanglaNews24.com. Archived from the original on 2016-11-27. https://web.archive.org/web/20161127153816/http://www.banglanews24.com/cat/news/141306/url. 
    - "Tomar Aupar Neeley: Chandana Majumdar does justice to Lalon's songs". The Daily Star. 2012-08-11. https://www.thedailystar.net/news-detail-245645. 
  8. (bn ভাষাত)Kaler Kantho. http://www.kalerkantho.com/home/printnews/109497/2010-12-06. 
  9. "Monpura best film for 2009". bdnews24 (Dhaka, Bangladesh). 2011-07-21. http://bdnews24.com/entertainment/2011/07/21/monpura-best-film-for-2009.