চন্দ্ৰলেখা (নৃত্যশিল্পী)
অৱয়ব
চন্দ্ৰলেখা | |
---|---|
জন্ম | ০৬ ডিচেম্বৰ, ১৯২৮ ৱডা,বোম্বে প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৩০ ডিচেম্বৰ, ২০০৬ (৭৮ বছৰ) চেন্নাই, ভাৰত |
চন্দ্ৰলেখা প্ৰভুদাস পেটেল (ইংৰাজী: Chandralekha Prabhudas Patel; ৬ ডিচেম্বৰ ১৯২৮ – ৩০ ডিচেম্বৰ ২০০৬) ভাৰতৰ এগৰাকী নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ, যাক সাধাৰণতে চন্দ্ৰলেখা নামেৰে জনা যায়। তেওঁ ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী বল্লভভাই পেটেলৰ ভতিজী আছিল। তেওঁ ভাৰতনাট্যমক যোগ আৰু কলাৰিপ্পায়াট্টুৰ দৰে যুদ্ধ কলাৰ সৈতে মিশ্ৰিত প্ৰদৰ্শনৰ প্ৰতিপাদক আছিল। ২০০৪ চনত সংগীত নাটক অকাডেমীৰ সৰ্বোচ্চ বঁটা, সংগীত নাটক একাডেমী ফেল’শ্বিপ লাভ কৰে।
চন্দ্ৰলেখাই মহাৰাষ্ট্ৰৰ ৱডাত এজন নাস্তিক চিকিৎসক পিতৃ আৰু এগৰাকী ভক্তিৱান হিন্দু মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ শৈশৱ জন্মভূমি গুজৰাট আৰু মহাৰাষ্ট্ৰত কটায়।[1]
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]- ১৯৯১: সংগীত নাটক অকাডেমী বঁটা: সৃষ্টিশীল নৃত্য
- ২০০৩-২০০৪: কালিদাস সন্মান[2]
- ২০০৪: সংগীত নাটক অকাডেমী ফেল’শ্বিপ[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Chandralekha: Controversial Indian dancer whose ideas challenged convention". The Guardian (London). 9 February 2007. https://www.theguardian.com/news/2007/feb/09/guardianobituaries.india.
- ↑ "'Kalidas Samman' for Chandralekha". The Hindu. 19 October 2003. Archived from the original on 4 February 2008. https://web.archive.org/web/20080204084001/http://www.hinduonnet.com/2003/10/19/stories/2003101900711100.htm.
- ↑ "Sangeet Natak Akademi Ratna Sadasya (Fellowship)". Sangeet Natak Akademi. http://www.sangeetnatak.org/sna/fellowslist.htm। আহৰণ কৰা হৈছে: 1 December 2009.