সমললৈ যাওক

চন্দ্ৰাণী মুখাৰ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দ্ৰাণী মুখাৰ্জী
জন্ম পশ্চিমবঙ্গ, ভাৰত
মূল ভাৰত
সংগীতৰ প্ৰকাৰ ফিল্মী, বলিউড
পেচা গায়িকা
বাদ্যযন্ত্ৰ কণ্ঠ (Vocals)
কাৰ্যকাল ১৯৭৫–১৯৯৩
সহযোগী  বাপ্পী লাহিড়ী, আৰ. ডি. বুৰ্মন, কল্যাণজি-আনন্দজি, লক্ষ্মীকান্ত-প্যাৰেলাল


চন্দ্ৰাণী মুখাৰ্জী এগৰাকী বলিউডৰ গায়িকা, আৰু তেওঁ বাপ্পী লাহিড়ীৰ ভগ্নী।[1][2] তেওঁ পশ্চিমবঙ্গৰ এগৰাকী ফিল্মফেয়াৰ মনোনীত শিল্পী।

কেৰিয়াৰ

[সম্পাদনা কৰক]

চন্দ্ৰাণী মুখাৰ্জীয়ে ১৯৭৫ চনত আগ ঔৰ তুফান চিনেমাৰ জৰিয়তে বলিউডত প্ৰৱেশ কৰে। তাৰপাছত তেওঁ কিছুসংখ্যক চিনেমাত গীত গায় আৰু ১৯৯৩ চনত আজ কি ঔৰত চিনেমাৰ জৰিয়তে নিজৰ শেষ গান পৰিবেশন কৰে। তেওঁ তিনিবাৰ ফিল্মফেয়াৰ সৰ্বশ্ৰেষ্ঠ মহিলা পিছৰ গায়িকা বঁটাৰ বাবে মনোনীত হৈছিল যদিও কেতিয়াও বঁটা লাভ কৰা নাছিল।

উল্লেখযোগ্য গানসমূহ

[সম্পাদনা কৰক]
  1. পাইছা দো পাইছা [এলবাম: হামাৰা সংসাৰ]
  2. আঁখোঁ সে গিৰানা না [এলবাম: সুহাগান]
  3. সোলাহ শুক্ৰবাৰ বিধি অনুসাৰ - ২ [এলবাম: সোলাহ শুক্ৰবাৰ]
  4. ইয়ে কাইছা সুৰজ হ্যায় [এলবাম: সোলাহ শুক্ৰবাৰ]
  5. মিল যায়ে জো তু [এলবাম: ইয়ে প্ৰীত না হোগী কম]
  6. দিল মিলা লে ও আব্দুল্লা [এলবাম: জান-এ-বাহাৰ]
  7. জয় জয় হো তেৰী জয় জয় হো মা [এলবাম: হৰেকৃষ্ণ]
  8. চোৰি চোৰি কাহাঁ চলা [এলবাম: ন্যেন মিলি চেন কাহাঁ]
  9. ও ৰে সজনৱা... [এলবাম: প্যাসী নদী]
  10. বহুৎ কালা সবেৰা হ্যায় [এলবাম: ফকীৰ বাদশাহ]
  11. বাপুজী বাপুজী [এলবাম: কসম]
  12. দিল টুট গয়া হ্যায় আপনা [এলবাম: অনোখা ইনসান]
  13. শংকৰ ভুলে-ভালে [এলবাম: শিৱ শক্তি]
  14. পেহচান তো থি পেহচানা নেহী [এলবাম: গৃহ প্ৰৱেশ]
  15. জয় জগদমবে মা [এলবাম: ভাৰত কি সন্তান]
  16. মম্মী ডেডী কা পিয়াৰ [এলবাম: কানোঁ মেৰী মুঠী মেঁ]
  17. ন্যেন তেৰী জ্যোতি [এলবাম: দুশমনো কা দুশমন]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
বৰ্ষ মনোনয়ন/প্ৰাপক বঁটা ফলাফল
১৯৮১ "পেহচান তো থি" (গৃহ প্ৰৱেশ) ফিল্মফেয়াৰ সৰ্বশ্ৰেষ্ঠ মহিলা পাৰ্শ্ব গায়িকা বঁটা মনোনীত
১৯৮২ "মোহব্বত ৰং লায়েগী" (পুনম) মনোনীত
১৯৮৪ "আজা কি তেৰী ৰাহোঁ মেঁ" (লাল চুনৰিয়া) মনোনীত

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Film world. T.M. Ramachandran. 1977. পৃষ্ঠা. 464. https://books.google.com/books?id=w3dTAAAAYAAJ. 
  2. "About Me - Chandrani Mukherjee". http://www.chandranimukherjee.in/about.htm। আহৰণ কৰা হৈছে: 3 May 2016.