চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক
স্থাপিত ১৯৫৯
অধ্যক্ষ ড° বিজয় কৃষ্ণ পাচনী
স্থান টীয়ক, অসম, ভাৰত
উপনাম চি কে বি কলেজ, টীয়ক
ভুক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়
ৱেবছাইট http://www.ckbcollegeteok.com/

চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় যোৰহাট জিলাটীয়কৰ জগদুৱাৰত ১৯৫৯ চনত স্থাপন কৰা হৈছিল। এই মহাবিদ্যালয় খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]

পাঠ্যক্ৰম সমূহ[সম্পাদনা কৰক]

  • উচ্চতৰ মাধ্যমিক (কলা আৰু বাণিজ্য)[2]
  • স্নাতক (কলা আৰু বাণিজ্য)

বিভাগ[সম্পাদনা কৰক]

কলা আৰু বাণিজ্য[সম্পাদনা কৰক]

  • অসমীয়া
  • ইংৰাজী
  • বুৰঞ্জী
  • শিক্ষা
  • অৰ্থনীতি
  • ৰাজনীতি বিজ্ঞান
  • সমাজশাস্ত্ৰ
  • বাণিজ্য

আন্তঃগাঁঠনি[সম্পাদনা কৰক]

মহাবিদ্যালয় খনৰ আন্তঃগাঁঠনি সমূহ হৈছে:

  • কেন্দ্ৰীয় পুথিভঁৰাল,
  • ছাত্ৰী জিৰণি কোঠা,
  • ছাত্ৰ জিৰণি কোঠা,
  • ছাত্ৰীনিবাস,
  • ছাত্ৰাবাস,
  • খেলপথাৰ,
  • কম্পিউটাৰ চেণ্টাৰ,
  • প্ৰেক্ষাগৃহ,
  • শিক্ষক জিৰণি কোঠা,
  • বিভাগীয় কোঠা,
  • ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক তথা কৰ্মচাৰীৰ বাবে পৃঠক চাইকেল আস্থান আৰু যান-বাহন পাৰ্কিং ব্যৱস্থা,
  • প্ৰশাসনীয় ভৱন,
  • কেন্দ্ৰীয়ভাৱে শীত-তাপ নিয়ন্ত্ৰিত অভিৱৰ্তন কোঠা,
  • ডিজিটেল শ্ৰেণীকোঠা,
  • ইণ্ডোৰ ষ্টেডিয়াম,
  • কেণ্টিন ব্যৱস্থা ।

তথ্য সংযোগ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]