চলাপথাৰ বৌদ্ধ বিহাৰ আৰু সাংস্কৃতিক কেন্দ্ৰ
অৱয়ব
| চলাপথাৰ বৌদ্ধ বিহাৰ Chalapathar Buddhist Monastery | |
|---|---|
| Religion | |
| Affiliation | থেৰবাদ বৌদ্ধ ধৰ্ম (ইংৰাজী: Theravada Buddhism) |
| Location | |
| স্থান | চলাপথাৰ শ্যাম গাঁও, চৰাইদেউ জিলা, অসম |
| দেশ | ভাৰত |
| Architecture | |
| সম্পূৰ্ণ | ১৯০১ (পুৰণি গৃহ) ১৯৯৩ (নতুন গৃহ) |
চলাপথাৰ বৌদ্ধ বিহাৰ (Chalapathar Buddhist Monastery) হৈছে থাই স্থাপত্য শৈলীৰে নিৰ্মিত বৌদ্ধ মন্দিৰ আৰু অসমৰ আটাইতকৈ পুৰণি বৌদ্ধ মঠসমূহৰ অন্যতম। চলাপথাৰ বৌদ্ধ বিহাৰ অসম ৰাজ্যৰ চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত অৱস্থিত।[1] এই বৌদ্ধ বিহাৰৰ স্থাপন কৰা হৈছিল ১৯০১ চনত। বৌদ্ধ বিহাৰৰ স্থায়ী ভৱন ১৯৯৩ চনত নিৰ্মাণ কৰা হয়। এই বৌদ্ধ বিহাৰৰ পৰিসৰত এটা সাংস্কৃতিক কেন্দ্ৰ, এখন পালি বিদ্যালয়, এটা পৰ্যটক বিশ্ৰামাগাৰ, আৰু ৭৩ বছৰৰ পুৰণি চলা জ্ঞানোদয় গ্ৰন্থাগাৰ অৱস্থিত, য'ত বৌদ্ধ ধৰ্মীয় পাঠ, কিতাপ আৰু পাণ্ডুলিপিসমূহ সংৰক্ষিত আছে।[2]
দুকুৰিৰো ততোধিক বছৰ ধৰি প্ৰখ্যাত পালি পণ্ডিত ভান্তে ড° শাসন বংশ মহাথেৰাই চলাপথাৰ বৌদ্ধ বিহাৰৰ মুখ্য ভিক্ষু আছিল।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Field Trip to Chalapathar Buddhist Monastery from DIET Sivasagar , Sonari". Diet Sivasagar. https://dietsivasagar.org/field-trip/। আহৰণ কৰা হৈছে: 30 January 2025.[সংযোগবিহীন উৎস]
- ↑ "Chalapothar Buddhist Monastery and Cultural Centre". Tai-Khamyang Heritage Society, Chalapothar. Archived from the original on 25 January 2025. https://web.archive.org/web/20250125191131/https://www.taikhamyang.org/। আহৰণ কৰা হৈছে: 29 January 2025.
- ↑ "Three-day Poy-Lang festival begins in Assam's Charaideo Read more At: https://www.aninews.in/news/national/general-news/three-day-poy-lang-festival-begins-in-assams-charaideo20240204094418/". ANI. 04 February, 2024. Archived from the original on 4 February 2024. https://web.archive.org/web/20240204043528/https://www.aninews.in/news/national/general-news/three-day-poy-lang-festival-begins-in-assams-charaideo20240204094418/। আহৰণ কৰা হৈছে: 30 January 2025.
