সমললৈ যাওক

চাজ্জাদ মাৰ্দানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাজ্জাদ মাৰ্দানী

২০১৪ চনত মাৰ্দানী
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ইৰানী
জন্ম ০১ জুলাই, ১৯৮৮ (৩৮ বছৰ)
উচ্চতা ১.৯৮ মিটাৰ (U=ft}})
ওজন ৯৬ কেজি (২১০ পাউণ্ড)
ক্ৰীড়া
ক্ৰীড়া টাইকোৱাণ্ডো
১৭ জুন ২০২১-ত নবীকৰণ কৰা হৈছে।

চাজ্জাদ মাৰ্দানী (ইংৰাজী: Sajjad Mardani; জন্ম ১ জুলাই ১৯৮৮ চনত ইৰানৰ শ্বাহৰেকৰ্ডত[1]) এজন ইৰানী টাইকোৱাণ্ডো খেলুৱৈ। মেক্সিকোৰ পুৱেবলাত অনুষ্ঠিত ২০১৩ চনৰ বিশ্ব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত তেওঁ পুৰুষৰ হেভিৱেইট শাখাত ৰূপৰ পদক লাভ কৰিছিল।[2]

চাজ্জাদ মাৰ্দানী ২০১৩ চনৰ পৰা ধাৰাবাহিকভাৱে প্ৰতি বছৰে বিশ্বৰ শীৰ্ষ ৫ জন (+৮০ কেজি) টাইকোৱাণ্ডো খেলুৱৈৰ ভিতৰত স্থান লাভ কৰি আহিছে।[3][4][5][6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "আৰ্কাইভ কপি" (Persian ভাষাত). Fars News Agency. Archived from the original on 20 August 2009. https://web.archive.org/web/20090820140128/http://farsnews.com/ আহৰণ কৰা হৈছে: 20 July 2013.
  2. "TaekwondoData - MARDANI, Sajjad" (en ভাষাত). TaekwondoData. https://taekwondodata.com আহৰণ কৰা হৈছে: 2020-03-27.
  3. "Sajjad Mardani Wins Silver at World Taekwondo Grand Prix - Sports news" (en ভাষাত). Tasnim News Agency. Archived from the original on 2020-03-26. https://web.archive.org/web/20200326191345/https://www.tasnimnews.com/ আহৰণ কৰা হৈছে: 2020-03-27.
  4. "Sajjad Mardani: Handsome victory in Baku". www.insidethegames.biz. https://insidethegames.biz আহৰণ কৰা হৈছে: 2020-03-27.
  5. "World Taekwondo Grand Prix: Iran's Sajad Mardani Claims Bronze". https://tehrantimes.com.
  6. "Simply Compete: Sports Management Platform". ://simplycompete.com. https://simplycompete.com আহৰণ কৰা হৈছে: 2020-03-27.